ৰাষ্ট্ৰীয়

December 29, 2024 11:50 AM

views 35

সোমবাৰে ইছৰোই স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তোলা বুলি  মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বাহ্যিক সাহায্য অবিহনে মহাকাশতে দুটা কৃত্রিম উপগ্রহক সংযুক্ত কৰাৰ সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে ৰূপায়ণ কৰিবলগীয়া স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কালি এটা সাক্ষাৎকাৰত কয়, যে বছৰৰ শেষভ...

December 28, 2024 9:53 PM

views 10

পাকিস্তান আৰু আফগানিস্তানৰ সীমান্ত চকীত হোৱা সংঘৰ্ষত কমেও ১৯ জন পাকিস্তানী সৈনিক আৰু ৩জন আফগান নাগৰিকৰ মৃত্যু

পাকিস্তান আৰু আফগানিস্তানৰ সীমা সুৰক্ষা বাহিনীৰ মাজত সীমান্ত চকীত আজি হোৱা সংঘৰ্ষত কমেও ১৯ জন পাকিস্তানী সৈনিক আৰু তিনিজন আফগান নাগৰিকে প্ৰাণ হেৰুৱায়। পাকিস্তান সীমান্তৱৰ্তী আফগানিস্তানৰ খোষ্ট আৰু পক্তিকা প্ৰদেশত এতিয়াও সংঘর্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে। প্রাপ্ত বাতৰি মতে, আফগানিস্তানত সীমা স...

December 28, 2024 9:48 PM

views 13

চৰকাৰী আঁচনিত ভুৱা পঞ্জীয়নৰ বাবে শিৱিৰ আয়োজন কৰা একাংশ ব্যক্তিৰ বিৰুদ্ধে দিল্লীৰ উপ ৰাজ্যপালৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই বেচৰকাৰী লোকে প্ৰস্তাৱিত মহিলা সন্মান যোজনাৰ বাবে দিল্লীৰ বাসিন্দাৰ ব্যক্তিগত সৱিশেষ সংগ্ৰহ কৰা বুলি উঠা অভিযোগৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ লগতে আৰক্ষী আয়ুক্তই নাগৰিকসকলৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰ খৰ্ব কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীয়ে ক...

December 28, 2024 9:37 PM

views 36

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণকালত যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি তথা পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড০ জয়শংকৰে কয়, যে এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰা আৰু সাম্প্রতিক বিশ্বৰ বিভিন...

December 28, 2024 9:33 PM

views 27

কেব চালকসকলে ভিন ভিন ভাৰা লোৱা অভিযোগৰ তদন্তৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণক কেব চালকসকলে ভিন ভিন ভাৰা লোৱা বুলি উঠা অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। কেব চালকসকলে এণ্ড্ৰইড আৰু এপ্‌প সঁজুলি ব্যৱহাৰকাৰীসকলৰ পৰা একেই যাত্ৰা পথৰ বাবে ভিন ভিন ভাৰা লোৱা বুলি অভিযোগ উ...

December 28, 2024 9:16 PM

views 19

মুম্বাইত অহা ১০ৰ পৰা ১৬ জানুৱাৰীলৈ একবিংশ থার্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

মুম্বাইত অহা ১০ৰ পৰা ১৬ জানুৱাৰীলৈ একবিংশ থার্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে অন্ধেৰি, থানে, ছিয়ৰ লগতে কেইবাটাও স্থানৰ চলচ্চিত্ৰ গৃহসমূহত মুঠ ৬১ খন ছবি প্ৰদৰ্শন কৰা হ’ব। কাঞ্চ চলচ্চিত্ৰ মহোৎসৱৰ আনচাৰটেইন ৰিগার্ড শাখাত শ্ৰেষ্ঠ ছবি হিচাপে সন্মানিত দ্যা ব্লেক ডগ শীৰ্...

December 28, 2024 8:39 PM

views 35

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত শুনিবলৈ পোৱা যাব। প্রধা...

December 28, 2024 8:32 PM

views 35

ৰাষ্ট্ৰীয় মর্যাদাৰে প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পন্ন

বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে আজি দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শিখ পুৰোহিত আৰু প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। সামৰিক অভিবাদনৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীম...

December 28, 2024 11:05 AM

views 13

পাঞ্জাৱৰ ভাটিণ্ডাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত নিহত লোকক ২ লাখ টকাকৈ এককালীন সাহায্য

পাঞ্জাৱৰ ভাটিণ্ডাত কালি সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ আত্মীয়জনলৈ প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্যমযোগে এই বিষয়ে জানিবলৈ দিছে। দুৰ্ঘটনাত আহত ল...

December 28, 2024 11:00 AM

views 12

সদ্য প্রয়াত প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মাৰকৰ বাবে চৰকাৰৰ ভূমি আৱণ্টন

চৰকাৰে সদ্য প্রয়াত প্ৰাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মাৰকৰ বাবে ভূমি আৱণ্টন দিব। গৃহ মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খার্গেই এই বিষয়ে কৰা অনুৰোধ চৰকাৰে লাভ কৰা বুলি মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। মন্ত্ৰ্যালয়ে কয়, যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ সা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।