ৰাষ্ট্ৰীয়

May 7, 2025 1:36 PM

views 22

নতুন দিল্লীত গোলকীয় মহাকাশ অন্বেষণ সন্মিলন- গ্লেক্স ২০২৫ৰ দ্বাদশ সংস্কৰণ আয়োজন

ভাৰতে আজি নতুন দিল্লীত গোলকীয় মহাকাশ অন্বেষণ সন্মিলন- গ্লেক্স ২০২৫ৰ দ্বাদশ সংস্কৰণ আয়োজন কৰিছে। মহাকাশ আৰু পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে "ৰিচিং নিউ ৱৰ্ল্ডছ: এ স্পেচ এক্সপ্পোৰেচন ৰেনেছা" শীর্ষক তিনিদিনীয়া গোলকীয় সন্মিলনখন উদ্বোধন কৰিব। আন্তর্জাতিক মহাকাশচাৰী ফেডাৰেচন -আইএএ...

May 7, 2025 1:33 PM

views 25

চি ইউ ই টি-ইউ জি পৰীক্ষা ৮ মে’ৰ পৰিৱৰ্তে ১৩ মে’ৰ পৰা আৰম্ভ

চি ইউ ই টি-ইউ জি পৰীক্ষা ১৩ মেলৈ পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এনটিএই ঘোষণা কৰা অনুসৰি ৮ মে’ৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। সময়সূচী সালসলনিৰ পাছত এতিয়া পৰীক্ষা ১৩ মে'ৰ পৰা আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই কয় যে বৃহস্পতিবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও সংস্থাটোৱে বিষ...

May 7, 2025 1:25 PM

views 16

ভাৰতৰ বিমান আক্রমণ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ডোনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিৱিৰত ভাৰতে বিমান আক্রমণ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্ৰীট্টাম্পে কয়, যে জনসাধাৰণে কিবা এটা বিশেষ হ'বলৈ গৈ আছে বুলি পূৰ্বেই অনুমান কৰিছিল। দুয়োখন দেশৰ মাজৰ এই চিন্তাজনক পৰিস্থিতি সোনকালে অৱসা...

May 7, 2025 1:22 PM

views 23

ভাৰতৰ নদীসমূহৰ পানী দেশৰ হিতৰ বাবে ব’ব, দেশৰ উপকাৰতে সংৰক্ষণ কৰা হ’ব আৰু দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হ’ব- প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতৰ নদীসমূহৰ পানী দেশৰ হিতৰ বাবে ব'ব, দেশৰ উপকাৰতে সংৰক্ষণ কৰা হ'ব আৰু দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হ'ব। নতুন দিল্লীত কালি এটা ব্যক্তিগত টিভি চেনেলৰ সন্মিলনত প্রধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰি কয়, যে ভাৰতৰ নদীসমূহৰ বিপুল পৰিমাণৰ পানী সীমান্তৰ বাহিৰলৈ বৈ যায...

May 7, 2025 12:47 PM

views 42

ভাৰতীয় সশস্ত্র বাহিনীৰ অপাৰেচন সিন্দূৰ আৰম্ভ

ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত মাজনিশা আক্রমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে, সেনাই মুঠ ৯টা স্থানত আক্রমণ চলায়। এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি মন্ত্...

May 6, 2025 8:21 PM

views 47

২০২৫ চনত ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ

ভাৰতে ২০২৫ চনত ৪ লাখ ১৮ হাজাৰ ৭০০ কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ সৈতে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। দেশে ২০২৫ চনৰ ভিতৰত জাপানৰ ৪ লাখ ১৮ হাজাৰ ৬০০ কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদন চেৰ পেলোৱাৰ সম্ভাৱনা আছে। আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ বিশ্ব আর্থিক দৃষ্টিভংগী সম্পৰ্কীয...

May 6, 2025 8:19 PM

views 9

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পেহেলগাম সন্ত্রাসবাদী আক্রমণক লৈ পাকিস্তানক প্ৰশ্ন উত্থাপন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এখন ৰুদ্ধদ্বাৰ বৈঠকত পেহেলগাম সন্ত্রাসবাদী আক্রমণক লৈ পাকিস্তানক প্ৰশ্ন কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্ধিত উত্তেজনাৰ মাজত অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ কেইবাখনো সদস্য ৰাষ্ট্ৰই পাকিস্তানক সমালোচনা কৰে আৰু এই আক্ৰমণক পাকিস্তানস্থিত লস্কৰ এ তৈয়বাৰ ভূমি...

May 6, 2025 8:14 PM

views 15

আমীৰ ছেইখ তামিম বিন হামাদ অল থানিৰ সৈতে প্রধানমন্ত্ৰীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমীৰ ছেইখ তামিম বিন হামাদ অল থানিৰ সৈতে টেলিফোনযোগে কথা পাতে। কথোপকথনত শ্ৰীথানিয়ে পেহেলগামত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে সন্ত্রাসবাদ বিৰোধী যুজ আৰু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ অনাৰ বাবে লোৱা ...

May 6, 2025 8:11 PM

views 15

এন্থনী এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাকমুহুৰ্তত প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাকমুহুৰ্তত শুভেচ্ছা জ্ঞাপন কৰে। ফোনযোগে হোৱা কথা বতৰাত ভাৰতৰ প্ৰধানমন্ত্ৰীজনে দুয়োখন দেশৰ মাজৰ বিস্তৃত কৌশলগত অংশিদাৰিত্ব শক্তিশালী কৰি তোলা হ'ব বুলি নৱ নিৰ্বাচিত প্রধানমন্ত্রীজন...

May 6, 2025 8:07 PM

views 30

মহাকাশ আৰু গভীৰ সমুদ্ৰৰ অন্বেষণৰ দিশৰ পৰা ২০২৬ বৰ্ষ ভাৰতৰ বাবে এটা উল্লেখনীয় বৰ্ষ- ড° জীতেন্দ্ৰ সিঙ

গগনযান অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত নৌ সেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মহাকাশ আৰু পাৰমানবিক শক্তি ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে প্রকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ আৰু গভীৰ সমুদ্ৰৰ অন্বেষণৰ দিশৰ পৰা ২০২৬ বৰ্ষ ভাৰতৰ বাবে এটা উল্লেখনীয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।