ৰাষ্ট্ৰীয়

May 9, 2025 6:32 PM

views 26

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ যুদ্ধ বিৰতি উলংঘা

ভাৰতীয় সশস্ত্র বাহিনীসমূহে যোৱানিশা পাকিস্তানে ড্রোণ, ক্ষেপনাস্ত্ৰ আৰু অন্য অস্ত্ৰ-শস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো চহৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যৰ্থ কৰে। পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত কালি কেইবাবাৰো যুদ্ধ বিৰতি উলংঘা কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ...

May 9, 2025 12:37 PM

views 15

জম্মু-কাশ্মীৰত পাকিস্তানে নিক্ষেপ কৰা ৮টাকৈ ক্ষেপনাস্ত্রৰ আক্ৰমণ ব্যৰ্থ ভাৰতীয় বায়ু প্ৰতিৰোধী গোটৰ

পাকিস্তানে জম্মু-কাশ্মীৰৰ ছটৱাৰী, চাম্বা, আৰএছপুৰা আৰু আৰনিয়াক লক্ষ্য কৰি যোৱানিশা ৮টাকৈ ক্ষেপনাস্ত্র নিক্ষেপ কৰে। প্ৰতিৰক্ষা সূত্ৰই কৰা মতে, বায়ু আক্ৰমণ প্ৰতিৰোধী গোটে আটাইকেইটা ক্ষেপনাস্ত্ৰ ধৰা পেলায় আৰু এই আক্ৰমণ ব্যৰ্থ কৰে। আক্ৰমণৰ সময়ত জম্মুৰ আকাশৰ দৃশ্যই ইজৰাইলৰ ওপৰত হামাছে চলোৱা আক্ৰমণৰ ক...

May 9, 2025 12:36 PM

views 12

পাকিস্তানৰ লাহোৰত এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী ধ্বংস ভাৰতীয় সশস্ত্ৰ বাহিনীৰ

সশস্ত্র বাহিনীসমূহে কালি পাকিস্তানৰ বিভিন্ন স্থানত বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু প্ৰণালীক লক্ষ্য কৰি আক্ৰমণ চলায়। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে আক্ৰমণত লাহোৰৰ এটা বায়ু প্ৰতিৰক্ষা প্ৰণালী ধ্বংস হয়। ভাৰতে পাকিস্তানৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে এই প্রত্যাক্রমণ চলোৱা বুলি মন্ত্ৰ্যালয়ে মন...

May 9, 2025 12:35 PM

views 24

পাঠানকোট, জলন্ধৰ, অমৃতসৰ, ভাটিন্দাকে ধৰি কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে কৰা একাধিক আক্ৰমণৰ প্ৰচেষ্টাক প্রতিহত সশস্ত্ৰ বাহিনীৰ

পঞ্জাবত সশস্ত্র বাহিনীয়ে যোৱা নিশা পাঠানকোট, জলন্ধৰ, অমৃতসৰ, ভাটিন্দাকে ধৰি কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে কৰা একাধিক আক্ৰমণৰ প্ৰচেষ্টাক প্রতিহত কৰে। জলন্ধৰ, পাঠানকোট আৰু ভাটিণ্ডাকে ধৰি কেইবাখনো জিলাৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জানিবলৈ দিছে যে, পাকিস্তানে ড্ৰ'নকে ধৰি নিক্ষেপ কৰা আন বিভিন...

May 9, 2025 12:33 PM

views 21

বিশ্বৰ ভিন্ন প্ৰান্তত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পৰা সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ হিচাপে পাকিস্তানৰ স্বৰূপ প্ৰকাশঃ বিদেশ সচিব বিক্রম মিশ্রি

বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পৰা সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ হিচাপে পাকিস্তানৰ স্বৰূপ প্ৰকাশ পাইছে বুলি বিদেশ সচিব বিক্রম মিশ্রিয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি বিয়লি সিন্দূৰ অভিযান সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীমিশ্রিয়ে কয়, যে পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘ...

May 9, 2025 12:31 PM

views 9

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী, ইটালীৰ উপ-প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি সন্ধিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মার্কো ৰুবীয়োৰ সৈতে কথা পাতে আৰু সীমান্তৰে চলোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নিৰ্ধাৰিত আৰু সু-পৰিকল্পিত ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। ড° জয়শংকৰে সামাজিক মাধ্যম যোগে কয়, যে ভাৰতে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ যিকোনো ...

May 9, 2025 12:30 PM

views 15

কিষনগড়, ভুন্তৰ আৰু লুধিয়ানা বিমানবন্দৰ বন্ধ

পাকিস্তানৰ শেহতীয়া আগ্রাসী মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি কিষনগড়, ভুন্তৰ আৰু লুধিয়ানা বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে ৰাজস্থান, পাঞ্জাব, জম্মু-কাশ্মীৰ, চণ্ডীগড় আৰু হিমাচল প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ বিমান বন্দৰৰ সেৱা বাতিল কৰা হৈছিল ৷ ইপিনে, অ-সামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে সমগ্ৰ দে...

May 9, 2025 12:28 PM

views 7

আমেৰিকাৰ ধৰ্মগুৰু ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভ’ষ্ট পোপ হিচাপে নিৰ্বাচিত

আমেৰিকাৰ ধৰ্মগুৰু ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভ'ষ্ট পোপ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ কেথ'লিক গিৰ্জাৰ ইতিহাসৰ প্ৰথমজন মার্কিন পোপ। শ্রীপ্রেভ'ষ্টক চতুৰ্দশ পোপ লিঅ'ৰ নামেৰে জনা যাব। ছিকাগোত জন্মগ্রহণ কৰা ৬৯ বছৰীয়া প্ৰেভষ্ট অগাষ্টিনিয়ান অৰ্ডাৰৰ সদস্য আৰু তেওঁ পেৰুত সেৱা আগবঢ়াই আহিছে। ২০২৩ চনত পোপ ফ্রান্সিছে ...

May 9, 2025 12:01 PM

views 18

পাকিস্তানে ড্রোন, ক্ষেপণাস্ত্ৰৰে ভাৰতৰ কেইবাখনো চহৰত চলোৱা আক্ৰমণৰ প্ৰচেষ্টা ব্যর্থ সশস্ত্ৰ বাহিনীৰ

সশস্ত্র বাহিনীসমূহে যোৱানিশা পাকিস্তানে ড্রোন, ক্ষেপণাস্ত্ৰ আৰু অন্য অস্ত্ৰ-শস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো চহৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যর্থ কৰে। পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত কালি কেইবাবাৰো যুদ্ধ বিৰতি উলংঘা কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্য...

May 9, 2025 11:39 AM

views 22

আই পি এল ক্রিকেটৰ পাঞ্জাব কিংছ-মুম্বাই ইণ্ডিয়ানছৰ মেচ ধৰ্মশালাৰ পৰা আহমেদাবাদলৈ স্থানান্তৰ, পাঞ্জাব কিংছ-ডেলহি কেপিটেলছৰ মেচ বাতিল

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা পাঞ্জাব কিংছ আৰু ডেলহি কেপিটেলছৰ মাজত হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত খেলখন সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে বাতিল কৰা হয়। পাকিস্তান সম্ভাব্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ফ্লাড লাইট নুমুওৱাৰ সময়ত পাঞ্জাব কিংছে ১০ অভাৰ আৰু এটা বলত এটা উইকেটৰ বিনিময়ত ১২২ ৰান কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।