আন্তৰ্জাতিক সংবাদ

April 23, 2025 12:28 PM

views 16

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা বিশ্বৰ বিভিন্ন প্রাপ্তৰ নেতাসকলৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প, ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্ট’নিয় গোটেৰেছকে ধৰি বিশ্বনেতাসকলে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। শ্ৰীট্টাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ভাৰতবাসীলৈ গভীৰ সমবেদনা আৰু পূৰ্ণ সমর্থন ব্যক্ত কৰিছে। শ্রীমোদীৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাত ৰাষ্ট্ৰপতিগৰাকী...

April 22, 2025 8:17 PM

views 27

অহা শনিবাৰে পোপ ফ্রান্সিছৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

পোপ ফ্রান্সিছৰ অন্ত্যেষ্টিক্রিয়া অহা শনিবাৰে সম্পন্ন কৰা হ'ব। ৰোমৰ বেচিলিকা অৱ মেৰী মেজৰ গীৰ্জাঘৰত অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্য্যসূচী অনুষ্ঠিত হ'ব। বিশ্বৰ ভালেমান নেতা আৰু বিদেশী ৰাষ্ট্ৰৰ বিশিষ্ট ব্যক্তিয়ে পোপগৰাকীৰ অন্ত্যেষ্টিক্রিয়াত অংশগ্ৰহণ কৰিব। ১২ বছৰীয়া পোপৰ পদবীত থকা কালছোৱাৰ তেওঁৰ বাসগৃহ ছে...

April 21, 2025 8:19 PM

views 31

পোপ ফ্রান্সিছৰ পৰলোকপ্ৰাপ্তি

দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা পোপ ফ্রান্সিছৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। ভেটিকান ছিটিৰ কেচা ছান্তা মার্তাস্থিত নিজা বাসগৃহত দেহাৱসান ঘটা পোপ ফ্ৰান্সিছৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ। পোপ হিচাপে ১২ বছৰীয়া কাৰ্যকালত তেওঁ কেইবাটাও স্বাস্থ্য সংক্রান্তীয় জটিলতাত ভোগাৰ পিছত যোৱা কেইবাসপ্তাহ ধৰি বিভিন্ন ৰো...

April 20, 2025 9:15 PM

views 13

কানাডাৰ ৱানকৌৱাৰৰ গুৰুদ্বাৰ খালিস্তান পন্থীয়ে ধ্বংস কৰে

কানাডাৰ ৱানকৌৱাৰৰ এটা বিখ্যাত গুৰুদ্বাৰ খালিস্তান পন্থীয়ে ধ্বংস কৰাৰ পাছত স্থানীয় শিখ সম্প্ৰদায়ৰ মাজত উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। স্থানীয়ভাৱে ৰচ ষ্টিট হিচাপে খ্যাত খালচা দিৱান ছ'চাইটী গুৰুদ্বাৰটো দুষ্কৃতিকাৰীয়ে ধ্বংস কৰে। গুৰুদ্বাৰ প্ৰশাসনে সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা আলোকচিত্ৰসমূহ...

April 20, 2025 9:09 PM

views 18

ৰাছিয়াৰ মহাকাশচাৰী এলেক্সেই অৱচিনিন আৰু ইভান ৱাগনাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৭ মহীয়া অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিল

ৰাছিয়াৰ মহাকাশচাৰী এলেক্সেই অৱচিনিন আৰু ইভান ৱাগনাৰ তথা আমেৰিকাৰ ডনাল্ড পেটীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৭ মহীয়া এটা অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিছে। ৰাছিয়াৰ চয়ুজ এম এছ-২৬ মহাকাশযানখন এই তিনিওগৰাকী মহাকাশচাৰীসহ আজি পুৱাৰ ভাগত কাজাখস্তানৰ ঝেজকাজগানৰ দক্ষিণ-পূৱ প্ৰান্তত অৱতৰণ কৰে। ৰাছিয়াৰ ...

April 20, 2025 8:59 PM

views 23

ৰাছিয়াৰ ৩০ ঘণ্টীয়া ইষ্টাৰ যুদ্ধ বিৰতি ইউক্রেইনে ভংগ কৰা দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অভিযোগ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে ঘোষণা কৰা ৩০ ঘণ্টীয়া ইষ্টাৰ যুদ্ধ বিৰতি ইউক্রেইনে ভংগ কৰা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অভিযোগ কৰিছে। ইপিনে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ জেলেনক্সিয়ে কয়, যে ৰাছিয়াইহে ইউক্রেইনৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। যুদ্ধ বিৰতি ৩০ দিনলৈ বৃদ্ধি কৰাৰ ...

April 20, 2025 8:56 PM

views 18

Desert Flag-10 অনুশীলনৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত উপস্থিত

Desert Flag-10 অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ আল ধাফ্ৰাৰ বায়ুঘাটিত উপস্থিত হৈছে। সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ বায়ুসেনাই আয়োজন কৰা এই অনুশীলনত অস্ট্রেলিয়া, বাহৰেইন, ফ্রান্স, জার্মানী, তুৰস্ক, কাটাৰ, চৌদি আৰৱ, কোৰিয়া সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ,...

April 20, 2025 11:02 AM

views 19

দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহত উপস্থিত হ'ব। এয়া হ'ব বিগত চাৰি দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম জেদ্দাহ ভ্রমণ। এই ভ্রমণে ভাৰত আৰু ছৌডি আৰবৰ মাজৰ সম্বন্ধৰ অভূতপূৰ্ব পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। এইবাৰৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো...

April 18, 2025 10:10 AM

views 23

আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ দ্বিতীয়লানি পৰমাণু আলোচনা

আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ ৰোমত হ'বলগীয়া দ্বিতীয়লানি পৰমাণু আলোচনাত ওমানৰ বিদেশ মন্ত্ৰ্যালয়ে মধ্যস্থতাকাৰীৰ ভূমিকা অব্যাহত ৰাখিব বুলি নিশ্চিতি প্ৰদান কৰিছে। মন্ত্রালয়ে এখন বিজ্ঞপ্তি যোগে কৈছে, যে যুক্তিগত কাৰণতেই ইটালীৰ ৰাজধানীখনক আলোচনাৰ নতুন স্থান হিচাপে বাছি লোৱা হৈছে। এই আলোচনাৰ জৰিয়তে বি...

April 17, 2025 8:23 PM

views 13

পাকিস্তানত প্ৰচণ্ড শিলাবৃষ্টি আৰু ব্ৰজপাতৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু

পাকিস্তানত হোৱা প্ৰচণ্ড শিলাবৃষ্টি আৰু ব্ৰজপাতৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু ঘটিছে। এই শিলাবৃষ্টিৰ ফলত দেশখনৰ ইছলামাবাদ, পঞ্জাব আৰু খাইবাৰ পাখতুনখৱাৰ বিভিন্ন অঞ্চলত যথেষ্ট ক্ষতি সাধন হৈছে। শিলাবৃষ্টিৰ ফলত যান-বাহন, ঘৰ দুৱাৰৰ লগতে ইছলামাবাদত থকা ফইজল মছজিদতো বিস্তৰ ক্ষতি হয়। খাইবাৰ পাখতুনখৱা অঞ্চলত কৃত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।