আন্তৰ্জাতিক সংবাদ

May 5, 2025 1:07 PM

views 80

দেশৰ বাহিৰত নিৰ্মিত সকলো ধৰণৰ চলচ্চিত্ৰৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা ডোনাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে দেশখনৰ বাহিৰত নিৰ্মিত সকলো ধৰণৰ চলচ্চিত্ৰৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। টুথ ছ'চিয়েলৰ সৈতে হোৱা কথাবাৰ্তাত ৰাষ্ট্ৰপতি ট্রাম্পে কয়, যে তেওঁ দেশখনৰ বাণিজ্য আৰু বাণিজ্য প্রতিনিধি বিভাগক আমেৰিকাত প্ৰদৰ্শিত, বিদেশত নির্মিত ছবিৰ ক্ষেত্ৰত ১০০ শতাংশ শ...

May 4, 2025 8:47 PM

views 27

ভাৰতৰ নেতৃত্বত বিশ্ব বেংক ভূমি সন্মিলন ২০২৫ত কৃষি সংস্কাৰ সম্পৰ্কীয় বিশ্বব্যাপী আলোচনা

ভাৰতে বিশ্ব বেংক ভূমি সন্মিলন ২০২৫ত কৃষি সংস্কাৰ সম্পৰ্কীয় বিশ্বব্যাপী আলোচনাৰ নেতৃত্ব দিবলৈ আগবাঢ়িছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়ত ৫ মে'ৰ পৰা ৮ মে'লৈ এই সন্মিলন অনুষ্ঠিত হ'ব। ভাৰতৰ পঞ্চায়তী ৰাজ বিভাগৰ সচিব বিবেক ভৰদ্বাজৰ নেতৃত্বত এটা উ...

May 4, 2025 11:44 AM

views 22

ছিংগাপুৰৰ সাধাৰণ নিৰ্বাচনত পিপলছ এক্সন পার্টী পুনৰ জয়ী

ছিংগাপুৰত দীৰ্ঘদিন ধৰি শাসনত থকা পিপলছ এক্সন পার্টীয়ে সাধাৰণ নিৰ্বাচনত পুনৰ জয়ী হৈছে। দেশখনৰ নির্বাচন বিভাগে ঘোষণা কৰা মতে প্রধানমন্ত্ৰী লৰেন্স ৱঙৰ পিপলছ এক্সন পার্টীয়ে ৮২ খন সংসদীয় আসন লাভ কৰিছে। দলটোৱে ৫ খন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইয়াকে ধৰি দলটোৱে মুঠ ৯৭ খন আসনৰ ভিতৰত ৮৭ খন...

May 4, 2025 11:09 AM

views 33

ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভাৰতীয় বন্দৰত পাকিস্তানী জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। ভাৰতীয় জাহাজসমূহকো পাকিস্তানী বন্দৰত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা হৈছে। জাহাজ পৰিবহন সঞ্চালকালয়ে এটা বিবৃতিযোগে কৈছে যে পাকিস্তানী পতাকা বহন কৰা কোনো জাহাজক ভাৰতীয় বন্দৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়া ...

April 29, 2025 7:54 PM

views 26

ত্রিনিদাদ আৰু টবেগৰ নিৰ্বাচনত জয়লাভ কৰা কমলা প্ৰসাদ বিচেচৰক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্রিনিদাদ আৰু টবেগৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে কমলা প্ৰসাদ বিচেচৰক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে কয়, যে ত্রিনিদাদ আৰু ট'বেগ'ৰ সৈতে থকা ঐতিহাসিক সম্পর্কক লৈ ভাৰতে সদায় গৌৰৱ অনুভৱ কৰে। শ্ৰীমোদীয়ে কয়, যে ত্রিনিদাদ আৰু ট'বেগ'ৰ সৈতে সম্পর...

April 29, 2025 6:38 PM

views 20

বাংলাদেশত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ কৰাৰ আহ্বান বাংলাদেশ মহিলা পৰিষদৰ

বাংলাদেশ মহিলা পৰিষদে প্ৰফেছৰ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণ কৰাৰ লগতে দেশখনত মহিলা সুৰক্ষা সুনিশ্চিত কৰাৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে শেহতীয়াকৈ দেশখনত মহিলাৰ বিৰুদ্ধে অত্যাচাৰৰ ঘটনা বৃদ্ধি পাইছে। কেৱল মাৰ্চ মাহতে ৪৪২ গৰাকী মহিলা ভুক্...

April 29, 2025 11:49 AM

views 18

দক্ষিণ ইৰাণৰ ছহিদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ-অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি

যোৱা শনিবাৰে হৰমুজগানৰ দক্ষিণ ইৰাণ প্ৰান্তৰ ছহিদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৭০লৈ বৃদ্ধি পাইছে। লগতে এই ঘটনাত এহেজাৰ ২০০ৰো অধিক লোক আহত হোৱা বুলি ইৰাণৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰা হৈছে আৰু উদ্ধাৰ তথা সাহায্...

April 27, 2025 11:26 AM

views 35

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এক অৰ্পণ

গৃহ মন্ত্ৰালয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এক অৰ্পণ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে সংস্থাটোৱে এতিয়া এই সন্ত্রাসবাদী আক্ৰমণৰ আনুষ্ঠানিক তদন্ত কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় তদন্তৰ দলে আক্রমণ স্থলী পৰিদৰ্শন কৰিছিল। যোৱা ২২ এপ্ৰিলত পহলগামৰ বেইচৰন বনাঞ্চলত...

April 27, 2025 11:12 AM

views 21

ইৰানৰ দক্ষিণ প্ৰান্তৰ ছাহিদ ৰাজা বন্দৰত সংঘটিত বিস্ফোৰণত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি

ইৰানৰ দক্ষিণ প্ৰান্তৰ বন্দৰ আববাছ চহৰৰ সমীপৰ ছাহিদ ৰাজা বন্দৰত কালি হোৱা ভয়াবহ বিস্ফোৰণত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি পাইছে। এই বিস্ফোৰণত কমেও ৭৫০ জন লোক আহত হৈছে। দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী ইস্কন্দৰ মোমেনিয়ে এই বিষেয় সদৰি কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে সামাজিক মাধ্যম যোগে এই বিস্ফোৰণত প্...

April 27, 2025 11:07 AM

views 22

ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড মাস্কতত সম্পন্ন

ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড কালি মাস্কতত সম্পন্ন হয়। আলোচনাত দুয়ো পক্ষই অহা সপ্তাহত আলোচনা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ চলি থকা দশক দশক পুৰণি অচলাবস্থা দূৰ কৰাই এই আলোচনাৰ মূল উদ্দেশ্যে। আলোচনাৰ অন্তত ইৰাণৰ বিদেশ মন্ত্ৰী আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।