আন্তৰ্জাতিক সংবাদ

April 14, 2025 2:44 PM

views 24

দ্বীপ ৰাষ্ট্র ফিজিৰ দক্ষিণ অংশত ৬.৩ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

দ্বীপ ৰাষ্ট্র ফিজিৰ দক্ষিণ অংশত আজি পুৱা ৬.৩ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূতাত্ত্বিক কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ তলত আছিল। ভূমিকম্পটোৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাতৰি এই পৰ্যন্ত অহা নাই। ভূমিকম্পৰ পাচত ছুনামিৰ সতর্কতাও জাৰি কৰা...

April 13, 2025 8:01 PM

views 47

ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত

ইজৰাইলে চলোৱা বিমান আক্ৰমণত গাজা চহৰত সম্পূৰ্ণৰূপে কাৰ্যক্ৰম হৈ থকা অন্তিমখন চিকিৎসালয় অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত হৈছে। গাজাৰ অসামৰিক জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা হোৱা নাই। কেন্দ্ৰীয় নুছেৰাত শৰণাৰ্থী শিবিৰ আৰু দক্ষিণৰ খ...

April 13, 2025 6:45 PM

views 21

তানজানিয়াত আফ্রিকা-ইণ্ডিয়া কী মেৰিটাইম এনগেজমেন্ট শীর্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী

তানজানিয়াত আজিৰে পৰা হবলগীয়া আফ্রিকা-ইণ্ডিয়া কী মেৰিটাইম এনগেজমেন্ট চমুকৈ এ আই কি মি শীর্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে উদ্বোধন কৰিব। এই অনুশীলনত অংশ ল'বলৈ ভাৰতীয় মহাসাগৰ জাহাজ আই অ' এছ সাগৰ হিচাপে নামকৰণ কৰা আই এন এছ সুনেইনা কালি তাঞ্জিনিয়ানৰ ডাৰ ইছ ছালাম ব...

April 13, 2025 6:00 PM

views 17

চুডানৰ এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু

চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত যোৱা ৪৮ ঘণ্টাত অৰ্ধসামৰিক বাহিনী আৰ এছ এফৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু হয়। বিভাগীয় তথ্য অনুসৰি যোৱা শুকুৰবাৰে জাম জাম শিবিৰত ১০০ জন লোক নিহত হয় আৰু কালি আবু শ্বৌক শিবিৰত ১৪ জন লোক নিহত হয়। উল্লেখযোগ্য যে এল ফাছাৰত যোৱা বছৰৰ মে' মাহৰ প...

April 10, 2025 8:24 PM

views 49

শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাট বিচৰা নাই বুলি প্ৰকাশ

শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাট বিচৰা নাই বুলি প্ৰকাশ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র লিন জিয়ানে কয়, যে চীন ক্ষান্ত নাথাকিব। জনসাধাৰণৰ বৈধ অধিকাৰ খৰ্ব হবলৈ দিয়া নহব বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্ৰতি...

April 10, 2025 7:07 PM

views 23

ডমিনিকৰ নাইট ক্লাবৰ চাঁদ খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৪ লৈ বৃদ্ধি

ডমিনিক গণৰাজ্যৰ ৰাজধানী ছাণ্ট' ডমিংগ’ৰ এটা নাইট ক্লাবত যোৱানিশা এখন চাঁদ খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৪ লৈ বৃদ্ধি পাইছে। ঘটনাস্থলীত এতিয়াও উদ্ধাৰকাৰ্য অব্যাহত আছে। বৰ্তমানলৈকে ১৪৫ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ২০ জনৰো অধিক আঘাতপ্রাপ্ত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে যোৱানি...

April 9, 2025 7:41 PM

views 14

আজিৰেপৰা আমেৰিকাত চীনা সামগ্ৰীৰ ওপৰত ১০৪ শতাংশ প্রতিশুল্ক কাৰ্যকৰী

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰা ...

April 9, 2025 3:06 PM

views 30

আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী

● আমেৰিকাত চীনা সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা ১০৪ শতাংশ প্রতিশুল্ক আজিৰেপৰা কাৰ্যকৰী হৈছে। হোৱাইট হাউছ কৰ্তৃপক্ষই এটা প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। ভাৰতৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ২৬ শতাংশ শুল্ক আজিৰ পৰা কাৰ্যকৰী হৈছে। ট্ৰাম্পে তেওঁৰ লিবাৰেচন ডে অনুষ্ঠানত কৰ...

April 7, 2025 8:06 PM

views 47

বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে নিম্নগামী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ প্ৰতি – শুল্ক আৰোপৰ সিদ্ধান্ত আৰু ৰাষ্ট্ৰসমূহে বৃহৎ পৰিমাণৰ শুল্ক ভৰিব লাগিব বুলি ট্রাম্পে আজি কৰা ঘোষণাৰ ফলত বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে তললৈ নামে। ইউৰোপ আৰু এছিয়াৰ ষ্টক বজাৰৰ এই মণ্ডাৱস্থাৰ প্ৰভাৱ ভাৰতীয় বজাৰতো বাৰুকৈ পৰে। বম্বে ষ্টক এক্সছেঞ্...

April 6, 2025 9:13 PM

views 24

ইজৰাইলত হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ অব্যাহত

ইজৰাইলত হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ অব্যাহত ৰাখিছে। গাজাত থকা পণবন্দীসকলৰ মুক্তিৰ বাবে চৰকাৰক হামাছৰ সৈতে আলোচনা কৰিবলৈ ইজৰাইলী লোকসকলে আহ্বান জনাইছে। যোৱা ১৮ মাৰ্চৰ পৰা পুনৰ আৰম্ভ হোৱা ইজৰাইলী সামৰিক অভিযানে পণবন্দীসকলক বিপদত পেলাব পাৰে বুলি ইজৰাইলী লোকসকলে উদ্বেগ প্রকাশ কৰিছে। গাজাৰ স্বাস্থ্য খণ্ডই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।