আন্তৰ্জাতিক সংবাদ

May 15, 2025 12:10 PM

views 29

ৰাছিয়া-ইউক্রেইনৰ মাজত হ’বলগীয়া পোনপটীয়া আলোচনাত ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন উপস্থিত নাথাকে : ক্রেমলিন

ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ৰাছিয়া আৰু ইউক্রেইনৰ মাজত আজি তুৰস্কৰ ইস্তানবুলত হ'বলগীয়া পোনপটীয়া আলোচনাত উপস্থিত নাথাকে বুলি ক্রেমলিন মহলে প্রকাশ কৰিছে। ৰাষ্ট্ৰপতি পুটিনৰ সহযোগী ভ্লাডিমীৰ মেডিনস্কিয়ে এই আলোচনাত ৰাছিয়াৰ প্ৰতিনিধি মণ্ডলৰ নেতৃত্ব বহন কৰিব। প্ৰতিনিধি মণ্ডলৰ অন্য সদস্যৰ ভিতৰত উপ বিদেশ ...

May 15, 2025 12:06 PM

views 15

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ বিশেষ গোট আৰু ৰাষ্ট্ৰসংঘৰ অন্যান্য সহযোগী দেশসমূহৰ সৈতে ভাৰতৰ কাৰিকৰী দলৰ মত বিনিময়

সম্প্রতি নিউয়র্কত থকা ভাৰতৰ এটা কাৰিকৰী দলে আজি ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ বিশেষ গোট আৰু ৰাষ্ট্ৰসংঘৰ অন্যান্য সহযোগী দেশসমূহৰ সৈতে মত বিনিময় কৰিব৷ সূত্র অনুসৰি দলটোৱে ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যালয়লৈ যাব আৰু সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ কাৰ্যবাহী সঞ্চালককো সাক্ষাৎ কৰিব।

May 14, 2025 8:03 PM

views 38

ফ্ৰান্সৰ ফ্ৰেন্স ৰিভেৰাত ৭৮ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

ফ্ৰান্সৰ ফ্ৰেন্স ৰিভেৰাত ৭৮ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ ৰেড কার্পেট আৰু আকর্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে কালি আৰম্ভ হয়। ১২ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্রবীন আমেৰিকান অভিনেতা, প্রযোজক আৰু নিৰ্দেশক ৰবাৰ্ট ডি নিৰুক সন্মানীয় পালমে ডি অ'ৰ প্ৰদান কৰা হয়। এই আন্তঃৰ...

May 12, 2025 7:37 PM

views 29

কেন্দ্ৰীয় চৰকাৰে শেহতীয়া সংবাদমেলত পাকিস্তানী সেনাৰ কেতবোৰ দাবী ভূৱা বুলি প্ৰকাশ কৰিছে

কেন্দ্ৰীয় চৰকাৰে শেহতীয়া সংবাদমেলত পাকিস্তানী সেনাৰ কেতবোৰ দাবী ভূৱা বুলি প্ৰকাশ কৰিছে। পাকিস্তানে ভাৰতৰ কিছু সংবাদ মাধ্যমে ভাৰতীয় বিমান ঘাটি ক্ষতিগ্ৰস্ত হোৱাৰ কথা স্বীকাৰ কৰিছে বুলি মিছা দাবী কৰিছিল। প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ ফেক্ট ছেক গোটে প্ৰকাশ কৰা মতে, পাকিস্তানে ইয়াৰ প্ৰমাণ হিচাপে বিসংগতিপূ...

May 12, 2025 11:35 AM

views 24

আমেৰিকা আৰু ইৰাণৰ মাজত চতুৰ্থলানি আলোচনাৰ অন্ত

তেহৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত চতুৰ্থলানি আলোচনা কালি ওমানৰ ৰাজধানী মাছকাটত অন্ত পৰে আৰু দুয়ো পক্ষই পুনৰ বৈঠকত মিলিত হ'বলৈ সন্মত হয়। মধ্যপ্রাচ্যস্থিত মার্কিন ৰাষ্ট্রদূত ষ্টীভ উইথ কফে মাছকাটত হোৱা আলোচনাত উৎসাহজনক বুলি অভিহিত কৰাৰ বিপৰীতে ইয়েনৰ বিদেশ মন্ত্রী আববাছ আৰাঘছিয়ে...

May 11, 2025 12:10 PM

views 24

বেলুচ লিবাৰেচন আৰ্মী BLAএ বেলুচিস্তানৰ ৩৯টা স্থানত আক্ৰমণৰ দায়িত্ব স্বীকাৰ

বেলুচ লিবাৰেচন আৰ্মী BLAএ বেলুচিস্তানৰ ৩৯টা স্থানত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ প্ৰেছ বিজ্ঞপ্তিযোগে BLAএ ঘোষণা কৰিছে যে কৌশলগত লক্ষ্যৰে এই অভিযানসমূহ এতিয়াও চলি আছে। বিএলএৰ মুখপাত্ৰ জীয়ান্দ বালোচে দাবী কৰা মতে এই আক্ৰমণত আৰক্ষী থানা, সামৰিক কনভয়, ঘাইপথৰ কাষৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন স্থানক লক...

May 11, 2025 12:03 PM

views 25

ওমানত আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক শক্তি সম্পর্কীয় নতুন আলোচনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ভ্ৰমণৰ ঠিক পূৰ্বেই আজি ওমানত আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক শক্তি সম্পর্কীয় এলানি নতুন আলোচনা অনুষ্ঠিত হ'ব। আমেৰিকা-ইৰাণৰ উত্তেজনা অব্যাহত থকা আৰু ট্রাম্প প্ৰশাসনৰ ইৰাণ নীতিক লৈ ৱাশ্বিংটনৰ আভ্যন্তৰীণ বিভাজনৰ সময়ত আয়োজিত এই আলোচনাৰ ফলাফলক লৈ অনিশ্বয়তাৰ সৃষ্ট...

May 11, 2025 11:54 AM

views 31

ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষ বিৰতিৰ বুজাবুজিৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছৰ আদৰণি

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষ বিৰতিৰ বুজাবুজিৰ প্ৰতি আদৰণি জনাইছে আৰু ইয়াক সাম্প্ৰতিক উত্তেজনা আৰু শত্ৰুতা হ্ৰাস কৰাৰ দিশত লোৱা ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰিছে। সচিবপ্ৰধানগৰাকীৰ মুখপাত্র ষ্টিফেন দুজাৰিকে কয়, যে এই বুজাবুজিয়ে স্থায়ী শান্তিৰ ক্ষেত্ৰত স...

May 5, 2025 4:41 PM

views 43

চীনৰ গুইঝৌ অঞ্চলত পৰ্যটকৰ ৪খন নাও পানীত বুৰ যোৱাত ৯ গৰাকী লোকৰ মৃত্যু

■ চীন দেশৰ গুইঝৌ অঞ্চলত কালি আকস্মিকভাৱে অহা প্ৰচণ্ড বতাহৰ ফলত পৰ্যটকৰ চাৰিখন নাও পানীত বুৰ যোৱাত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱায়। সামাজিক মাধ্যমত প্রকাশ পোৱা মতে এই দুৰ্ঘটনাত নাওকেইখনত থকা মুঠ ৮৪ গৰাকী যাত্ৰী বুৰ গৈছিল যদিও ইয়াৰে ৭৪ গৰাকী লোকক উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাৰ কৱলত পৰা এজন লোক এতিয়াও সন্ধানহ...

May 5, 2025 2:34 PM

views 25

পেৰুৰ পাটাজ প্ৰদেশৰ পৰা অপহৃত ১৩ গৰাকী খনি ৰখীয়াৰ মৃতদেহ উদ্ধাৰ

● পেৰুৰ পাটাজ প্ৰদেশৰ পৰা অপহৃত ১৩ গৰাকী খনি ৰখীয়াৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে দেশখনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে চকুত বান্ধি থোৱা তথা হাত-ভৰি বান্ধি ৰখা অৱস্থাত উদ্ধাৰ হোৱা লোককেইজনক গুলীয়াই হত্যা কৰা হৈছে। লা পড়েৰোছা নামৰ খনি প্রতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে অপৰাধ জগতৰ স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।