March 31, 2025 9:28 PM

views 10

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ একত্রিত পেন্সন আঁচনি (UPS) মঙলবাৰৰ পৰা কাৰ্যকৰী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে একত্রিত পেন্সন আঁচনি (ইউ. পি. এছ.) কাইলৈৰ পৰা কাৰ্যকৰী হ’ব। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে ইউ. পি. এছ. প্ৰৱৰ্তন কৰিছিল। পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি পি. এফ. আৰ. ডি. এ.-য়ে শেহতীয়াকৈ ইউ. পি. এছ.-ৰ কাৰ্য্যকৰী...

March 31, 2025 9:27 PM

views 18

হাৰিয়ানাৰ হিছাৰৰ মহাৰাজা অগ্রসেন চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা আই চি ইউ ব্লক মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি হাৰিয়ানাৰ হিছাৰত থকা মহাৰাজা অগ্রসেন চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা আই চি ইউ ব্লক মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ চৌহদত মহাৰাজা অগ্রসেনৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। শ্ৰী শ্বাহে মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰাবাসৰ আধাৰশিলাও স্থাপন কৰ...

March 31, 2025 9:25 PM

views 30

ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা

পৱিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজৰ আয়োজন কৰা হয়৷ ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ...

March 31, 2025 9:23 PM

views 17

দিল্লী এন চি আৰৰ পৰা বৃহৎ মাদক দ্রব্য সৰবৰাহকাৰী চক্ৰ উৎখাত

মাদক দ্রব্য নিয়ন্ত্ৰণ ব্যুৰ' আৰু দিল্লী আৰক্ষীয়ে আজি দিল্লী এন চি আৰৰ পৰা এটা বৃহৎ মাদক দ্রব্য সৰবৰাহী চক্ৰ উৎখাত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। জানিব পৰা মতে মাদক দ্রব্য নিয়ন্ত্ৰণ ব্যুৰ' আৰু দিল্লী আৰক্ষীয়ে এই চক্ৰটোৰ পৰা এম ডি এম...

March 31, 2025 9:21 PM

views 22

বিহাৰত চলিত বৰ্ষৰ পুৰুষৰ হকী হিৰ’ এছিয়া কাপ প্রতিযোগিতা

বিহাৰত চলিত বৰ্ষৰ পুৰুষৰ হকী হিৰ' এছিয়া কাপ প্রতিযোগিতা অনুষ্ঠিত হ'ব। হকী ইণ্ডিয়াৰ সহযোগত অহা ২৯ আগষ্টৰ পৰা ৭ ছেপ্তেম্বৰলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এয়া হৈছে এছিয়া কাপৰ দ্বাদশ সংস্কৰণ। এই সন্দৰ্ভত আজি পাটনাত হকী ইণ্ডিয়া আৰু বিহাৰ ৰাজ্যিক ক্ৰীড়া প্ৰাধিকৰণৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। এ...

March 31, 2025 9:20 PM

views 11

টেনিছ তাৰকা ইউকি ভাম্ব্ৰি এ টি পি ডাবল্‌ছৰ শীৰ্ষ ৩০টা স্থানত প্ৰৱেশ

টেনিছ তাৰকা ইউকি ভাম্ব্ৰি এ টি পি ডাবল্‌ছৰ শীৰ্ষ ৩০টা স্থানত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ২৬ সংখ্যক স্থানত প্ৰৱেশ কৰিছে। ভাম্ব্ৰিয়ে কৰি ভাৰতৰ ডাবল্‌ছ টেনিছ খেলুৱৈৰ শীৰ্ষ স্থান দখল কৰিছে। একেৰাহে চাৰে ৫ বছৰ শীর্ষস্থান দখল কৰি থকা ৰোহন বোপন্না ৪৪ সংখ্যক স্থানলৈ অৱনমিত হৈছে। ...

March 31, 2025 8:50 PM

views 16

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি কৰা হৈছে। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ'ব বুলি কৰা ঘোষণা সন্দৰ্ভত নগৰখনৰ নাগৰিকৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী বাতৰি বিভাগে কালি সন্ধিয়া প্ৰচাৰ কৰা বিশেষ সংবাদ চলন্তিকা আকাশবাণী ডিব্ৰুগড় কে...

March 31, 2025 8:48 PM

views 9

বজালীত ৫৭ লাখ টকা ব্যয়সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ‍ কুমাৰ দাসে আজি বজালী জিলাত প্রায় ৫৭ লাখ টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা ডিজিটেল পুঁথিভঁৰাল উদ্বোধন কৰাৰ লগতে মৰ্কাৰ মিলিত ৰঙালী ব...

March 31, 2025 8:46 PM

views 105

যশস্বী কবি-গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস

গীত আৰু কাব্য সৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি থৈ যোৱা যশস্বী কবি-গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। গীত-কবিতাৰ লগতে সাংবাদিকতা আৰু শিক্ষাৰ ক্ষেত্ৰলৈও অনৱদ্য অৱদান আগবঢ়োৱা মহন্তই ২০০৬ চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মোৰ শুকান কলিজাত কুঁহিপা...

March 31, 2025 8:43 PM

views 28

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহী বাদন অনুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত স্পিক মেকী নামৰ সংস্থাৰ উদ্যোগত আজি পদ্ম বিভূষণ সন্মানেৰে সন্মানিত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীবাদন অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই এই অনুষ্ঠানৰ উদ্বোধন কৰি পণ্ডিতগৰাকীক প্ৰতিভাৰ স্রোতস্বিনী নদীৰ সৈতে তুলনা কৰ...