April 12, 2025 1:14 PM

views 29

ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ অংশ হিচাপে অনুষ্ঠিত থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৱেভছ শীৰ্ষ সন্মিলনৰ ৩২টা প্ৰত্যাহ্বানৰ অংশ হিচাপে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ ১০০ৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা ছগৰাকীক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে। ভাৰ...

April 12, 2025 1:12 PM

views 24

কেৱল বাণিজ্য চুক্তিৰ সময়সীমা পূৰ কৰাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থৰ সৈতে আপোচ কৰিব নোৱাৰি বুলি পীয়ুষ গোৱেলৰ মন্তব্য

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে কেৱল বাণিজ্য চুক্তিৰ সময়সীমা পূৰ কৰাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থৰ সৈতে আপোচ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে বাণিজ্য চুক্তি দুয়োপক্ষৰ বাবে সমান সমান হোৱা উচিত। নতুন দিল্লীত নৱম বিশ্ব প্রযুক্তি সন্মিলনত ভাষণ দি কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয...

April 12, 2025 1:10 PM

views 25

এ আই ডি এম কেই এন ডি এত যোগদান কৰাৰ সিদ্ধান্তত প্রধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ

AIADMK-ই এন ডি এত যোগদান কৰাৰ সিদ্ধান্তৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্রীমোদীয়ে কয়, যে এন ডি এৰ অন্যান্য মিত্ৰদলৰ সৈতে লগলাগি তেওঁলোকে তামিলনাডুক উন্নতিৰ নতুন শিখৰলৈ লৈ যাব আৰু নিষ্ঠাসহকৰে ৰাজ্যখনলৈ সেৱা আগবঢ়াব। তেওঁ কয়, যে এন ডি এৰ মিত্ৰজোঁট...

April 12, 2025 1:07 PM

views 32

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ প্ৰশংসা ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ প্ৰশংসা কৰিছে। ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মূল খলনায়ক তহববুৰ হুছেইন ৰাণাৰ প্ৰত্যপূৰ্ণ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মার্কো ৰুবিঅ'ৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ উত্তৰ দি ড° জয়শংকৰে কয়, য...

April 12, 2025 1:05 PM

views 14

আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি বিষয়ক যুটীয়া সমিতিৰ অষ্টম বৈঠকৰ সামৰণি

নতুন দিল্লীত আয়োজিত আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি বিষয়ক যুটীয়া সমিতিৰ অষ্টম বৈঠকৰ কালি সামৰণি পৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ৰাজেশ আগৰৱাল আৰু মালয়ছিয়াৰ বিনিয়োগ, বাণিজ্য তথা উদ্যোগ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ সঞ্চালক ড° সুগুমাৰী এছ শ্বনমুগামে ৫ দিনীয়া এই বৈঠকত সহ-অধ্যক্ষতা...

April 12, 2025 1:02 PM

views 24

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্ল’ভাকিয়া ভ্ৰমণৰ সফল সামৰণি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পর্তুগাল আৰু শ্ল’ভাকিয়া ভ্ৰমণ সফলতাৰে সামৰি স্বদেশলৈ উভতি আহিছে। তাত তেওঁ দুয়োখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। শ্লাভাকিয়াৰ ৰাষ্ট্ৰপতি পীটাৰ পেলিগ্ৰিণীৰ আমন্ত্রণমৰ্মে শ্ৰীমতী মুৰ্মু দেশখলৈ গৈ...

April 12, 2025 1:00 PM

views 25

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আজিংক্য ৰাহানেই টছত জিকি চেন্নাইৰ দলটোক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। মহেন্দ্র সিং ধোনী নেতৃত্বা...

April 12, 2025 12:58 PM

views 31

আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক লৈ আকাশবাণীৰ আজিৰ দৃষ্টিপাত অনুষ্ঠান

আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়...

April 12, 2025 12:57 PM

views 36

হেঁপাহৰ ৰঙালী বিহুলৈ ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ- উদ্দীপনা বিৰাজ

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ- উদ্দীপনাই বিৰাজ কৰিছে। প্ৰতিকূল সময়ৰ প্ৰত্যাহ্বান নেওচি অসমীয়াই বছৰি হেঁপাহৰ উৎসৱটি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে। এইবাৰো চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো অসমবাসীৰ বিহুৰ উৎসাহ অটুট আছে। উজনিৰ পৰা নাম...

April 12, 2025 12:55 PM

views 20

স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ সমর্থ প’ৰ্টেল মুকলি

চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু ৫ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে সমর্থ প'ৰ্টেল মুকলি কৰিছে। ইচ্ছুক শিক্ষাৰ্থীসকলে নাম ভৰ্তিৰ বাবে এই প'ৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। প'ৰ্টেলটোত ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষানুষ্...