April 12, 2025 12:51 PM
21
চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ শিক্ষামন্ত্ৰীৰ উদ্বেগ প্রকাশ
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ উদ্বেগ প্রকাশ কৰিছে। ডাঃ পেগুৱে কালি এখন সংবাদমেলত অনাগত সময়ত এই দুই জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল ভাল কৰিবলৈ শিক্ষা বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব ...