April 12, 2025 8:47 PM

views 16

মহানগৰীৰ পথত সমদল, মাৰাথন, ৱাকাথন, দৌৰ প্ৰতিযোগিতাত নিষেধাজ্ঞা মহানগৰ আৰক্ষীৰ

মহানগৰ আৰক্ষীয়ে এটা নিৰ্দেশনাযোগে এতিয়াৰে পৰা মহানগৰীৰ পথত সমদল, মাৰাথন, ৱাকাথন, দৌৰ প্ৰতিযোগিতা আদি পতাত বাধা আৰোপ কৰিছে। মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ আৰু যান-বাহনৰ চলাচল সুচল কৰিবলৈ এই বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনা উলংঘন কৰি ৰাজপথত সমদল, শোভাযাত্ৰা উলিওৱা বা দৌৰ প্ৰতিযোগিতা আয়োজন কৰা লোকৰ বিৰুদ্...

April 12, 2025 8:45 PM

views 15

তিনিচুকীয়াৰ চৰকাৰী অধিবক্তা অশোক কুমাৰ চুবেক তাৎক্ষণিকভাৱে অব্যাহতি

তিনিচুকীয়া জিলাৰ চৰকাৰী অধিবক্তা অশোক কুমাৰ চুবেক তাৎক্ষণিকভাৱে অব্যাহতি দিয়া হৈছে। অধিবক্তাগৰাকীৰ হাতত থকা সকলো নথি-পত্ৰ অতিৰিক্ত চৰকাৰী অধিবক্তাৰ হাতত অৰ্পণৰ বাবে নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে অধিবক্তা অশোক ...

April 12, 2025 8:43 PM

views 8

জোনাইত ছাত্ৰ নেতাক মহকুমা আৰক্ষী বিষয়াই প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আছুৰ প্ৰতিবাদ

ধেমাজি জিলাৰ জোনাইত যোৱা নিশা জোনাই মহকুমা আৰক্ষী বিষয়া সূর্যকান্ত মৰাঙে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী স্থানীয় নেতাক প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি আজি জোনাইত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। ঘটনা পোহৰলৈ অহাৰ পাছতে পুৱতি নিশাই ছাত্ৰ সন্থাৰ বহু সদস্যই জোনাই আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ বিষয়াজনৰ বিৰ...

April 12, 2025 8:39 PM

views 20

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক পুনৰ গ্ৰেপ্তাৰ

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক মৰিগাঁও আৰক্ষীয়ে জিলা কাৰাগাৰৰ বাহিৰত আজি পুনৰ গ্ৰেপ্তাৰ কৰে। কালি সন্ধিয়া মৰিগাওঁৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সিঙৰ জামিন মঞ্জুৰ কৰিছিল। জাগীৰোড থানাত ৰুজু হোৱা এটা গোচৰ সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে। ইপিনে, তেঁওৰ গ্ৰেপ্তাৰ ৰাজনৈতি...

April 12, 2025 8:37 PM

views 23

ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি-নীতিৰে হনুমান জয়ন্তী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি-নীতিৰে হনুমান জয়ন্তী পালন কৰা হয়। এই উপলক্ষে ধুবুৰী জিলাৰ বিলাসীপাৰাত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। চহৰখনৰ প্ৰসিদ্ধ হনুমান মন্দিৰ প্ৰাংগনত আজি এই উপলক্ষে মহাযজ্ঞ, হনুমান অভিষেক আৰু ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শিলচৰত আজি হনুমান জয়ন্তী উপলক্ষে উৎসৱমুখৰ...

April 12, 2025 9:26 PM

views 47

কাইলৈ ৰঙালী বিহুৰ উৰুকা, ৰাজ্যজুৰি পাৰভঙা উছাহ

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। কাইলৈ বিহুৰ উৰুকা। পৰহিলৈ ৰাজ্যখনৰ জনসাধাৰণে গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব। মঙলবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব।...

April 12, 2025 1:28 PM

views 18

শ্রীভূমি জিলাৰ ৩০ শতাংশতকৈ কম নম্বৰ পোৱা ৪২খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি

শ্রীভূমি জিলাৰ বিদ্যালয় পৰিদৰ্শকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩০ শতাংশতকৈ কম নম্বৰ পোৱা ৪২খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৭ দশমিক ৯-৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা তালিকাৰ শেষত আছে। বিদ্যালয় পৰিদৰ্শকে এই সমগ্র বিষয়টো অতি চিন্তাজনক বুলি উল...

April 12, 2025 1:27 PM

views 24

আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্ৰী উৎসৱৰ আয়োজন

বি টি আৰ চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত কোকৰাঝাৰৰ হৰিণাগুৰি পাহাৰৰ সমীপত আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্ৰী উৎসৱৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা মহিলা আৰু পুৰুষ শাখাৰ চাইকেল চলোৱা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ...

April 12, 2025 1:18 PM

views 22

আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতৰ দ্বিতীয় স্থান দখল

আৰ্জেণ্টিনাৰ বিউন'জ এয়াজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতে দ্বিতীয় স্থান দখল কৰিছে। ভাৰতে চাৰিটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ ৮টা পদক লাভ কৰে।

April 12, 2025 1:16 PM

views 42

তেলেংগানাত ২২ জন চিপিআই মাওবাদীৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

তেলেংগানাৰ মুলুগু জিলাত কালি কমেও ২২ জন চিপিআই মাওবাদীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত ৰিভলিউশ্বনৰী পিপলছ কমিটীৰ ১৮ জন সদস্য, ৩টা এলেকা সমিতিৰ সদস্য আৰু এজন দলীয় সদস্য আছে। জিলা আৰক্ষী অধীক্ষক ছ'বাছি পি-য়ে মাওবাদী সদস্যসকলক আত্মসমৰ্পণ কৰি পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ জীৱন...