September 30, 2024 12:18 PM

views 26

কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ আজি শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ আজি শুনানি গ্রহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে আজি গোচৰটোৰ শুনানি গ্ৰহণ কৰিব। ন্যায...

September 30, 2024 12:15 PM

views 20

লেবাননৰ আশ্ৰয় শিৱিৰত থকা লোকৰ বাবে বিশ্ব খাদ্য কাৰ্যসূচীৰ ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ

ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ সংঘৰ্ষৰ ফলত প্ৰভাৱিত ১০ লাখ লোকলৈ খাদ্য সাহায্য প্ৰদানৰ উদ্দেশ্যে বিশ্ব খাদ্য কাৰ্যসূচী-WFP-য়ে এটা জৰুৰীকালীন অভিযান আৰম্ভ কৰিছে। WFP-য়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে, সংস্থাটোৱে দেশখনৰ আশ্ৰয় শিৱিৰসমূহত থকা লোকসকলৰ বাবে ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ ক...

September 30, 2024 12:09 PM

views 50

কাশ্মীৰৰ গুৰেজ বিধানসভা সমষ্টিৰ নিৰ্বাচন ৰেলীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্রহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয় যে, পাকিস্তানে নতুন দিল্লীৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক বজাই ৰখা হ'লে ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰখনক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ইছলামাবাদে বিছৰাতকৈও বৃহৎ আর্থিক সাহায্য প্রদান কৰিলেহেঁতেন। কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ বিধানসভা সমষ্টিত আয়োজিত এটা নিৰ্বাচন ...

September 30, 2024 12:05 PM

views 31

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নির্বাচন শান্তিপূর্ণভাৱে তথা সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পৰ্যায়ৰ নিৰ্বাচনত অঞ্চলটো ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই ৪০ খন বিধানসভা আসনৰ ভিত...

September 30, 2024 12:00 PM

views 24

তামিলনাডুৰ মাছমৰীয়াক শ্ৰীলংকাৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষাৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক অনুৰোধ

তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক ৰাজ্যখনৰ মাছমৰীয়াসকলক শ্ৰীলংকাৰ কৰ্তৃপক্ষৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰা তথা ইতিমধ্যে গ্ৰেপ্তাৰ হৈ থকা মাছমৰীয়াসকলক তেওঁলোকৰ মাছ মৰা নাওসহ মুকলি কৰি দিয়াৰ বাবে শক্তিশালী আৰু সক্ৰিয় কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছ...

September 30, 2024 11:55 AM

views 25

কংগ্ৰেছৰ সভাপতি মল্লিজার্জুন খাৰ্গেৰ স্বাস্থ্যৰ বুজ ল’লে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ সভাপতি মল্লিজার্জুন খাৰ্গেৰ স্বাস্থ্যৰ বুজ লোৱা বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত এখন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি থকাৰ সময়ত শ্ৰীখাৰ্গে অসুস্থ হৈ পৰিছিল । ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্য...

September 30, 2024 11:40 AM

views 31

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এনড্রিউ হলনেছৰ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এনড্রিউ হলনেছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ তথা আৰু জামাইকাৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ ভাৰতলৈ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জামাইকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন বহুপাক্ষিক বৈঠকৰ সুযোগত ক...

September 30, 2024 11:33 AM

views 73

চলিত মাহ পর্যন্ত ভাৰতৰ ইকুৱিটী বজাৰত বিদেশী বিনিয়োগকাৰীৰ ৫৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ

চলিত মাহ পর্যন্ত ভাৰতৰ ইকুৱিটী বজাৰত বিদেশী বিনিয়োগকাৰীয়ে ৫৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী পর্টফলিঅ বিনিয়োগকাৰী FPI-য়ে ইকুৱিটী বজাৰত ৫৭ হাজাৰ ৩৫৯ কোটি টকা বিনিযোগ কৰিছে আৰু ই হৈছে বিগত ৯ মাহৰ ভিতৰত সৰ্বোচ্চ বিনিয়োগ। তেওঁলোকে লগতে ঋণ বজাৰত ৮৭৭ কোটি টকা বিনিয়োগ কৰিছে আ...

September 30, 2024 11:15 AM

views 35

ক্রিয়েট ইন ইণ্ডিয়া চেলেঞ্জ শীর্ষক প্রতিযোগিতাৰ প্ৰথম সংস্কৰণ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গেমিং কার্টুন চলচ্চিত্র নির্মাণ তথা আন কেতবোৰ উদ্ভাৱনীমূলক খণ্ডত বর্ধিত সা-সুবিধা তথা নিয়োগৰ দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰকাৰ সন্দৰ্ভত আলোকপাত কৰিছে। কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উদ্ভাৱনীমূলক প্রতিভাৰ অপাৰ সম্ভাৱনা সম্পৰ্কে উল্লেখ কৰি তথ্য ...

September 29, 2024 8:34 PM

views 38

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫,২৩৮গৰাকী উদ্যোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কাইলৈ আৰম্ভ

 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫,২৩৮গৰাকী উদ্যোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কাইলৈ আৰম্ভ কৰা হ'ব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ হ'বলগীয়া বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ বচা বচা কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিক...