September 29, 2024 8:28 PM

views 34

বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ ভাৰতীয় সাংকেতিক ভাষাৰ শব্দকোষত প্ৰায় ২,৫০০ নতুন শব্দ সংযোজন

বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ ভাৰতীয় সাংকেতিক ভাষাৰ শব্দকোষত গণিত, বিজ্ঞান আৰু অন্যান্য শৈক্ষিক ক্ষেত্ৰসমূহৰ বিভিন্ন বিষয়বস্তু সামৰি প্ৰায় ২,৫০০ নতুন শব্দ সংযোজন কৰা হৈছে প্রতিবন্ধী ব্যক্তি সৱলীকৰণ বিভাগৰ অধীনস্থ ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰই ৪ টা অন্যান্য সহযোগী সংস্...

September 29, 2024 8:37 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। পুনেত উদ্বোধন কৰা প্ৰকল্পসমূহৰ সন্দৰ্ভত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই প্রকল্পসমূহে নগৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব আৰু জনসাধাৰণৰ জ...

September 29, 2024 8:14 PM

views 41

মেক ইন ইণ্ডিয়াৰ লেখীয়াকৈ ব্ৰেণ্ড ইণ্ডিয়াও গুৰুত্বপূৰ্ণ বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলৰ প্ৰকাশ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে মেক ইন ইণ্ডিয়াৰ লেখীয়াকৈ ব্ৰেণ্ড ইণ্ডিয়াও গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত নির্মিত যিকোনো সামগ্রী বিশ্বজুৰি মানসম্পন্ন সামগ্ৰী বুলি স্বীকৃত হোৱা উচিত। নতুন দিল্লীত পি এল আইৰ হিতাধিকাৰী সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি ...

September 29, 2024 8:11 PM

views 23

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ কাইলৈ উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ

উচ্চতম ন্যায়ালয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ কাইলৈ শুনানি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কাইলৈ গোচৰটোৰ শুনানি গ্রহণ কৰিব। ন...

September 29, 2024 8:07 PM

views 20

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ মনমোহনৰ শপতগ্ৰহণ

ন্যায়াধীশ মনমোহনে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। দিল্লীৰ উপ- ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰাজ নিৱাসত আয়োজিত এটা অনুষ্ঠানত তেওঁক শপতবাক্য পাঠ কৰোৱাই। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীও অনুষ্ঠানত উপস্থিত থাকে।

September 29, 2024 8:02 PM

views 24

নেপালত বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত

নেপালৰ গৃহ মন্ত্ৰ্যালয়ে প্রাকৃতিক দুৰ্যোগৰ ঘটনা, বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত হোৱা বুলি সদৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুৰ্যোগৰ ঘটনাত মধেশ ৰাজ্যত দুগৰাকী, ক'চিত ১৭ গৰাকী, বাগমাটিত ৪৫ গৰাকী আৰু কাঠমাণ্ডু উপত্যকাত ৬৮ গৰাকী লোক নিহত হৈছে। তদুপৰি ৬৪ গৰাকী লোক সন্ধানহীন হৈ থকাৰ ব...

September 29, 2024 7:59 PM

views 33

১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অহা ৫ৰ পৰা ৬ দিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বিভাগটোৱে জনোৱা মতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত অহা ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

September 29, 2024 7:56 PM

views 16

কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্রধান ৱি কে বিডিৰ অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতিৰ পর্যালোচনা

কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্রধান ৱি কে বিডিয়ে অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে আৰক্ষী নিয়ন্ত্রণ কক্ষত আয়োজিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে যিকোনো আইন শৃংখলা ভংগ কৰা অপ্রীতিকৰ পৰিস্থিতি প্ৰতিহত কৰিবলৈ সংশ্লিষ্ট অঞ্চলসমূহ পর্যবেক্ষণ কৰাৰ লগতে কাৰ্য...

September 29, 2024 7:39 PM

views 27

মৰিগাঁও জিলাৰ মায়ঙত গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু

মৰিগাঁও জিলাৰ মায়ঙত আজি পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। অঞ্চলটোৰ হাদুক দলঙৰ সমীপত সংঘটিত এই ঘটনাত মৃত্যু হোৱা লোকজন ৩৫ বছৰীয়া ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে। লোকজনে ডিমৰীয়াৰ কচুতলিৰ পৰা উচ্ছেদ হোৱা নিজৰ বাসগৃহ সা-সামগ্রী কঢ়িয়াই নিয়া বাহনখনৰ পিছে পিছে...

September 29, 2024 8:40 PM

views 27

মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালৰ কৃতজ্ঞতা জ্ঞাপন

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীচেহগালে প্রধানমন্ত্ৰী এই প্ৰশংসা প্ৰচাৰ ভাৰতী, দূৰদৰ্শন আৰু আকাশবাণীৰ সকলো সদস্যৰ বাবে অনুপ্ৰে...