September 30, 2024 7:13 PM

views 27

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ২৫,২৩৮গৰাকী উদ্যোগীক প্রথম কিস্তিৰ ধন প্ৰদান

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫ হাজাৰ ২৩৮ গৰাকী উদ্যোগীক আজি প্রথম কিস্তি হিচাপে ৭৫ হাজাৰ টকাকৈ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াত ৫১০ কোটি টকা ব্যয় হ'ব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত কার্যসূচীত মুখ্যমন্ত্রী হি...

September 30, 2024 7:18 PM

views 13

মুম্বাই বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘Cruise Bharat Mission মুকলি

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰৰ পৰা ‘Cruise Bharat Mission’ মুকলি কৰে। এই অনুষ্ঠানত দপ্তৰটোৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকে। ‘Cruise Bharat Mission’-এ প্ৰমোদতৰী পৰ্যটনৰ ক্ষেত্ৰত দেশক গোলকীয় হাব হিচাপে প্রতিষ্ঠিত কৰা আৰু বিশ্ব মানচ...

September 30, 2024 7:08 PM

views 36

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১খন জিলাত ৩৯খন সমজিলা ঘোষণা

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১ খন জিলাত ৩৯ খন সমজিলা ঘোষণা কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই এখন জাননীৰ জৰিয়তে অহা ৪ অক্টোবৰৰ পৰা এই সমজিলাসমূহ কাৰ্যকৰী হ'ব বুলি প্ৰকাশ কৰিছে। জাননী অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু গোলকগঞ্জক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে।...

September 30, 2024 7:06 PM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশ-বিদেশৰ পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে কাইলৈ মুকলি কৰা হ'ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্রথম অৱস্থাত পর্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্ত...

September 30, 2024 7:04 PM

views 18

সমগ্র শিক্ষা অভিযান অসমৰ অধীনত বাক্সা জিলাৰ প্ৰতিখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যৰ প্রশিক্ষণ

সমগ্র শিক্ষা অভিযান অসমৰ অধীনত বাক্সা জিলাৰ প্ৰতিখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যৰ প্রশিক্ষণ কাৰ্যসূচীৰ আজি অন্ত পৰে। মণ্ডল পৰ্যায়ত বিদ্যালয় পৰিচালনা সমিতিৰ ৫ গৰাকীকৈ সদস্যক প্ৰশিক্ষণ আগবঢ়োৱা হৈছে। তিনি দিনীয়াকৈ অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ অধীনত বিদ্যালয় পৰিচালন...

September 30, 2024 1:16 PM

views 19

নলবাৰীত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কুইজ প্রতিযোগিতা

দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। পৰিচ্ছন্নতাৰ বিষয়ত ছাত্ৰীসকলক সজাগ-সচেতন কৰি তোলাৰ লগতে নৱপ্ৰজন্মৰ মাজত আকাশবাণীৰ জ...

September 30, 2024 1:11 PM

views 16

উৎসৱৰ বতৰত জনসাধাৰণক স্থানীয়ভাৱে তৈয়াৰী সামগ্ৰী ক্রয় কৰিবলৈ আহ্বান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাগত উৎসৱৰ বতৰত জনসাধাৰণক স্থানীয়ভাৱে তৈয়াৰী সামগ্ৰী ক্রয় কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ মন কি বাত অনুষ্ঠানত কালি প্রধানমন্ত্ৰীয়ে আহ্বান জনায়। চাকৰি তথা কর্মসংস্থাপনৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি তেওঁ কয় যে, নতুনকৈ উন্মোচিত সেৱা আৰু উৎপাদন খণ্ড...

September 30, 2024 1:07 PM

views 37

প্ৰতিটো সমষ্টিতে একোখনকৈ সমজিলা গঠন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ প্ৰশাসনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বাবে জিলা সদৰসমূহক বাদ দি প্ৰতিটো সমষ্টিতে চৰকাৰে একোখনকৈ সমজিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে। অসমৰ ৩৯ টা বিধানসভা সমষ্টিত অহা ৪ আৰু ৫ অক্টোবৰত এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বাকী সমষ্টিসমূহত...

September 30, 2024 1:00 PM

views 25

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগীক প্ৰথমটো কিস্তি প্ৰদান

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫ হাজাৰ ২৩৮ গৰাকী উদ্যোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এটা বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বচা বচা কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰথম...

September 30, 2024 12:38 PM

views 14

বিশ্ব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ দুটা সোণকে ধৰি ৭টা পদক অৰ্জন

ব্রুনেইৰ বন্দৰ চেৰী বেগাৱনত অনুষ্ঠিত বিশ্ব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে দুটা সোণৰ পদককে ধৰি মুঠ ৭টা পদক অৰ্জন কৰিছে। এই প্ৰতিযোগিতাত ভাৰতে দুটা সোণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতৰ আয়ানে ল'ৰাৰ গ্ৰুপ জুনিয়ৰৰ ৪৮ কিলোগ্রাম ওজন শাখাত চীনৰ গং হুৱানৰণক পৰাজিত কৰি সোণৰ পদক...