October 5, 2024 12:59 PM

views 50

দেশৰ ৫টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত দেশৰ শিক্ষাবিদ তথা গৱেষকসকলৰ প্ৰশংসা

কেন্দ্ৰীয় কেবিনেটে দেশৰ ৫টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত দেশৰ শিক্ষাবিদ তথা গৱেষকসকলে প্ৰশংসা কৰিছে। কেন্দ্ৰীয় কেবিনেটে যোৱা বৃহস্পতিবাৰে অসমীয়া, বঙালী, মাৰাঠী, পালি আৰু প্রাকৃত ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। এই মর্যাদাই ভাষাসমূহৰ অধ্যয়ন আৰু সংৰক্ষণৰ প্ৰসাৰৰ ক্ষেত্ৰ...

October 5, 2024 11:49 AM

views 18

৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজো

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজো অহা সোমবাৰে ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। নতুন দিল্লীত কালি সাংবাদিকৰ আগত এই প্ৰকাশ কৰি বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জছোৱালে কয় যে, এয়া হ'ব মুইজোৰ দ্বিপাক্ষিক ভ্ৰমণ। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা জুন মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ...

October 5, 2024 11:46 AM

views 28

ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ ইছলামাবাদলৈ যাব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে অহা ১৫ আৰু ১৬ অক্টোবৰত ইছলামাবাদত হ’বলগীয়া ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে ইছলামাবাদলৈ যাব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কালি বিয়লি দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা নিশ্চিত কৰে। জাকীৰ নায়কৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভ...

October 5, 2024 11:39 AM

views 26

এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ যাব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ২৩,৩০০ কোটি ব্যয় সাপেক্ষ কৃষি তথা পশুপালন ক্ষেত্ৰৰ বিভিন্ন কাৰ্যসূচী মুকলি কৰিব। তেওঁ বানঝাৰা সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত বানঝাৰা বিৰাছত সংগ্ৰহালটো মুকলি কৰিব। ইয়াৰ পাছতেই প্রধানমন্ত্ৰীয়ে থানেত ৩২...

October 5, 2024 10:02 AM

views 30

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ হাতত ৫৮ ৰানত পৰাস্ত

শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি ভাৰত নিউজিলেণ্ডৰ হাতত ৫৮ ৰানত পৰাস্ত হয়। প্রথমে বেট ধৰি নিউজিলেণ্ডে ৪টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত অভাৰত ১৬১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৯ অভাৰত মাত্ৰ ১০২ ৰানহে কৰিবলৈ সক্ষম হয়। নিউ...

October 5, 2024 9:57 AM

views 16

তেজপুৰ সাহিত্য উৎসৱ-২০২৪ক জয়পুৰ সাহিত্য উৎসৱৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত

তেজপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিয়ে অহা ২৪ৰ পৰা ২৬ ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া তেজপুৰ সাহিত্য উৎসৱ-২০২৪ক জয়পুৰ সাহিত্য উৎসৱৰ দৰে প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত লৈছে। বৃহত্তৰ তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজক জড়িত কৰি সাহিত্য উৎসৱ অনুষ্ঠিত কৰাৰ লগতে শিক্ষাৰ্থীসকলকো সাহিত্য উ...

October 5, 2024 9:54 AM

views 31

৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

চলিত বৰ্ষৰ ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হ'ব। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়, পৃথিৱী বিজ্ঞান মন্ত্ৰ্যালয় আৰু বিজ্ঞান ভাৰতীৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই বিজ্ঞান মহোৎসৱৰ উদ্দেশ্য হৈছে – বৈজ্ঞানিক ধাৰণাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা, সাফল্যক স...

October 5, 2024 9:51 AM

views 23

অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব

অসম চৰকাৰৰ উদ্যোগত অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বৰপেটা জিলাৰ খেলুৱৈসকলক জিলা প্রশাসনে আহ্বান জনাইছে। বৰপেটা জিলা আয়ুক্তই এটা বিবৃতিৰ জৰিয়তে ক্রীড়াপ্ৰেমী ৰাইজলৈ আহ্বান জনাই কৈছে যে, খেল মহাৰণৰ বিভিন্ন প্রতিযোগিতাত যোগদান প্ৰ...

October 5, 2024 9:46 AM

views 27

সুৰাসক্ত চালকৰ বিৰুদ্ধে আবকাৰী আৰু তিতাবৰ আৰক্ষীৰ অভিযান

সুৰাসক্ত চালকৰ বিৰুদ্ধে আবকাৰী আৰু তিতাবৰ আৰক্ষীয়ে কালি তিতাবৰ সাপ্তাহিক বজাৰ আৰু ৰঙাজানত যুটীয়া অভিযান চলায়। এই অভিযানৰ সময়ছোৱাত প্ৰায় ১৫ লিটাৰ অবৈধ সুৰা নষ্ট কৰাৰ লগতে পোহৰলৈ অহা সুৰাসক্ত চালকৰ দুটাকৈ ঘটনা তিতাবৰ আৰক্ষী চকীত ৰুজু কৰা হয়।

October 5, 2024 9:43 AM

views 52

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। কিছু সময় আগতে আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয...