October 5, 2024 9:40 AM

views 52

ৰাজ্যত আগন্তুক ৫ দিনৰ বাবে বতৰ অপৰিৱৰ্তিত হৈ থাকিব

ৰাজ্যত আগন্তুক পাঁচ দিনৰ বাবে বতৰ অপৰিৱৰ্তিত হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কতা জাৰি কৰিছে। এই দিনকেইটাত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হ'ব বুলি ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। ৰাজ্যৰ কিছু কিছু ঠাইত মজলীয়াৰ পৰা ধাৰাষাৰ আৰু দুই-এঠাইত গাজনি-ঢেৰেকনিৰ...

October 5, 2024 9:37 AM

views 40

নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰাৰ মানকাচাৰত কৃত্রিম বানৰ সৃষ্টি

ৰাজ্যত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা জিলাৰ মানকাচাৰত কৃত্রিম বানৰ সৃষ্টি হৈছে। মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে কালাপানী-দিয়াৰা আৰু কালাপানী বাঘাপাৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ বিস্তৰ ক্ষতি-সাধন হৈছে।

October 5, 2024 9:34 AM

views 40

দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব। আজি জালুকবাৰী, নতুন গুৱাহাটী, দিছপুৰ, ডিমৰীয়া, অভয়াপুৰী, ৰহা, লামডিং, লাহৰিঘাট, জাগীৰোড, ঢেকীয়াজুলী, ডুমডুমা, নাহৰকটীয়া, দুলিয়াজান, তিখং, নাজিৰা, ডিমৌ, মাহমৰা আৰু লক্ষিপুৰত সমজিলাৰ কাৰ...

October 5, 2024 9:30 AM

views 26

গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ ভিন্ন কার্যসূচী

গোলাঘাট জিলাত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হ'ব। গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনে কেইবাটাও কার্যসূচী গ্ৰহণ কৰিছে। আজি পুৱা গোলাঘাট জিলাৰ আৱতৰ্ভৱন চৌহদত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীত বিত্তমন্ত্রী অজন্তা নেওগে অংশগ্ৰহণ কৰে। জিলা দিৱস উপলক্ষে প্ৰাচীৰ পত্রিকা উদ্বোধন কৰাৰ লগতে ...

October 5, 2024 9:27 AM

views 27

কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

■ ৰাজ্যত কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া সভাত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব বুলি কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল যোগে জানিবলৈ দিয়ে। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ মু...

October 4, 2024 7:56 PM

views 22

ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাৰ সমাজ – এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে, চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাসমূহৰ সমাজ - এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় য...

October 4, 2024 7:54 PM

views 22

মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকৰ অধিকাৰ সুৰক্ষা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : কিৰেণ ৰিজিজু

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কয় যে, চৰকাৰ মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকসকলৰ অধিকাৰ সুৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সংসদৰ সমাগত শীতকালীন অধিবেশনত যুটীয়া সংসদীয় সমিতিৰ সকলো পৰামৰ্শ বিবেচনাৰ জৰিয়তে ৱাফ সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি তেওঁ সদৰি কৰে । নাগপুৰত এখন...

October 4, 2024 7:51 PM

views 22

ৰেল বিভাগক কোনো পৰিস্থিতিতে ব্যক্তিগতকৰণ কৰা নহ’ব : অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেল বিভাগক কোনো পৰিস্থিতিতে ব্যক্তিগতকৰণ কৰা নহ'ব বুলি নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে নাচিকত আয়োজিত ৰেল সুৰক্ষা বাহিনীৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কুছকাৱাজ প্ৰত্যক্ষ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে, দেশৰ মধ্যবিত্ত তথা দৰিদ্ৰসকলৰ ব...

October 4, 2024 7:46 PM

views 17

আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ সমবায় মন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কয় যে, সমবায় আৰ্হিটোৱে হৈছে বিশ্বৰ একমাত্ৰ আৰ্হি যাৰ জৰিয়তে জনসাধাৰণৰ উন্নয়নৰ সমান্তৰালকৈ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ দি এইদৰে উল্লেখ কৰ...

October 4, 2024 7:42 PM

views 38

১৪টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলৰ ১৪ টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ দিছে। এগৰাকী বঞ্চিত প্ৰাৰ্থীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়া...