October 8, 2024 7:09 PM

views 25

পূব মাজুলী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত পূব মাজুলী মহাবিদ্যালয় আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। মহিলা সৱলীকৰণ তথা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ৫ গৰাকী মহিলা আৰু কিশোৰীক এই অনুষ্ঠানত সম্বর্ধনা জনোৱা হয়। বেটী বাচাঅ', বেটী পঢ়াঅ' এই আঁচনিৰ অধীনত আয়োজিত এই কাৰ্যসূচীত ভালকেগৰাকী বিশি...

October 8, 2024 7:07 PM

views 25

ডিব্ৰুগড়ত ৰিক্সা চালক, ঠেলা চালকৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সা চালক, ঠেলা চালকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। অন্তোদয়া আঁচনিৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম বিকাশ আৰু সম মর্যাদা নিশ্চিত কৰাটো বিজেপি চৰকাৰৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰিক্সা চালক, ঠেলা চা...

October 8, 2024 7:03 PM

views 25

চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীক ২০% পূজাৰ বনাচ আগবঢ়োৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলক ২০ শতাংশ পূজাৰ বনাচ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৮ শতাধিক চাহ বাগিচাৰ ১০ লাখৰো অধিক শ্রমিক-কৰ্মচাৰীয়ে উপকৃত হ'ব। এই বনাচ আদায়ৰ বাবে ৰাজ্য চৰকাৰে ৭৮ কোটিৰো অধিক টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে।

October 8, 2024 7:00 PM

views 22

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশ

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণ হোৱাৰ পৰিপ্ৰেক...

October 8, 2024 6:57 PM

views 17

২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিছে। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেট্রিক ...

October 8, 2024 6:54 PM

views 26

অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰসমূহ চি বি আইক অৰ্পণ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চি বি আইক অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰ অৰ্পন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত ৪১ টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যো...

October 8, 2024 6:45 PM

views 24

গল্পকাৰ পাপৰি বৰ্মনলৈ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

২০২৪ বৰ্ষৰ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ‘পৰুৱা পোহনীয়া’ শীৰ্ষক ছুটি গল্প সংকলনৰ বাবে তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ পাপৰি বৰ্মনলৈ আগবঢ়োৱা হৈছে। সাহিত্যিক সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাক উদ্গানি যোগোৱাৰ বাবে ...

October 8, 2024 6:42 PM

views 11

গুৱাহাটীত ৰাষ্ট্ৰীয় ডাক সপ্তাহ উদযাপন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে কালিৰেপৰা ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা ১১ অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত আজি অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে গুৱাহাটীত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। তেওঁ কয় যে ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ...

October 8, 2024 6:37 PM

views 19

২০২৪ চনৰ পদাৰ্থ বিজ্ঞান ন’বেল বঁটা ঘোষণা

জন এছ হপফিল্ড আৰু জেফ্ৰি ই হিণ্টনলৈ কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ জৰিয়তে যন্ত্র শিক্ষণক কার্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৪ চনৰ পদাৰ্থ বিজ্ঞান ন'বেল বঁটা ঘোষণা কৰা হৈছে। দুয়োগৰাকী ন'বেল প্রাপকে আধুনিক সময়ৰ শক্তিশালী যন্ত্ৰ শিক্ষণৰ ভেটি গঢ়াৰ বাবে পদার্থ বিদ্যাৰ আহিলাৰ সহ...

October 8, 2024 7:29 PM

views 27

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। ফলাফলৰ শেহতীয়া ধাৰা অনুসৰি নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্রজোঁটে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভাত সংখ্যা গৰিষ্ঠতা লাভৰ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। বিজেপিয়ে ৯০ জনীয়া হাৰিয়ানাত বিধানসভাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ...