October 8, 2024 6:22 PM

views 15

ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰৰ পেচাদাৰী প্ৰতিযোগিতাৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা

ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে কালি পেচাদাৰী প্ৰতিযোগিতাৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা কৰাৰ পাছত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত মন্দাভিয়াই কয় যে, দীপাৰ প্ৰতিভাই দেশৰ জীয়ৰীসকলৰ লগতে যুৱ প্ৰজন্মক খেলিবলৈ অন...

October 8, 2024 6:17 PM

views 28

গাজা সংঘৰ্ষৰ প্ৰথম বৰ্ষপূর্তিত পশ্চিম এছিয়াত শান্তিৰ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানৰ

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ' গুটেৰেছে কালি এটা ভিডিঅ' বাৰ্তাৰ যোগেদি গাজা সংঘৰ্ষৰ প্ৰথম বৰ্ষপূর্তিৰ উপলক্ষে পশ্চিম এছিয়াত শান্তিৰ আহ্বান জনাইছে। বাৰ্তাটোত গুটেৰেছে কয় যে, কালিৰ দিনটো বিশ্ব সম্প্রদায়ে পুনৰবাৰ শক্তিশালী কণ্ঠেৰে হামাছৰ ঘৃণনীয় কাৰ্য আৰু বহুলোকক পণবন্দী কৰি ৰখাৰ বিৰুদ্ধে নিন্দা কৰ...

October 8, 2024 6:12 PM

views 13

গাজা সংঘৰ্ষৰ প্ৰথম বৰ্ষপূর্তিত পশ্চিম এছিয়াত শান্তিৰ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানৰ

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ' গুটেৰেছে কালি এটা ভিডিঅ' বাৰ্তাৰ যোগেদি গাজা সংঘৰ্ষৰ প্ৰথম বৰ্ষপূর্তিৰ উপলক্ষে পশ্চিম এছিয়াত শান্তিৰ আহ্বান জনাইছে। বাৰ্তাটোত গুটেৰেছে কয় যে, কালিৰ দিনটো বিশ্ব সম্প্রদায়ে পুনৰবাৰ শক্তিশালী কণ্ঠেৰে হামাছৰ ঘৃণনীয় কাৰ্য আৰু বহুলোকক পণবন্দী কৰি ৰখাৰ বিৰুদ্ধে নিন্দা কৰ...

October 8, 2024 12:23 PM

views 22

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এনে অভিযানৰ অংশ হিচাপে কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু ৰামনগৰত বিশেষ অভিযান চলাই ৫৭২ গ্রাম হেৰইন আৰু ৭ কোটি টাকা মূল্যৰ ১০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰিছে। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে । ইপিনে বিশ্বনাথ আৰক্ষীয়ে ১৫ নম্ব...

October 8, 2024 12:21 PM

views 14

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। হাৰিয়ানাত বিজেপি ৯০ খন আসনৰ ভিতৰত ৪৯ খনত আৰু কংগ্ৰেছ ৩৫ খনত আগবাঢ়ি আছে। জম্মু-কাশ্মীৰ বিধানসভাৰ ৯০ খন আসনৰ ভিতৰত জম্মু-কাশ্মীৰ নেচনেল কনফাৰেঞ্চে ৩৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। বিজেপিয়ে ২৮ খনত আৰু কংগ্ৰেছ ৮ খন আসনত আগবাঢ়ি আছে। নির্বাচ...

October 8, 2024 12:10 PM

views 22

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মুখামুখি

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ শ্বাৰজাহ ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এ-ৰ এখন খেলত অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। দুয়োটা দলে প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে আৰু সেয়েহে তেওঁলোকে এই জয়ৰ ...

October 8, 2024 12:08 PM

views 41

ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ

ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ'ব। অহা ১৩ অক্টোবৰত ৬ দিনীয়া এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। পেৰিছ অলিম্পিকৰ পাছত ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু লক্ষ্য সেন প্ৰথমবাৰৰ পুনৰ প্ৰতিযোগিতাত নামিব। তদুপৰি অনুপ শ্ৰীধৰ আৰু কোৰিয়াৰ লী ছিউন ইলৰ অধীনত নতুন...

October 8, 2024 12:07 PM

views 39

জবলপুৰত আজিৰে পৰা পঞ্চায়ত সম্প্ৰসাৰণ আইন বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয় আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া উদ্যোগত জবলপুৰত আজিৰে পৰা বন অধিকাৰ আইন আৰু অনুসূচীত লোকৰ প্ৰাধান্য থকা অঞ্চললৈ পঞ্চায়ত সম্প্ৰসাৰণ আইন বিষয়ক প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হ'ব। দুয়োটা মন্ত্ৰ্যালয়ে ইয়াৰ জৰিয়তে জনজাতি সম্প...

October 8, 2024 12:05 PM

views 22

টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কাইলৈ ভাৰত বাংলাদেশৰ মুখামুখি

ভাৰতীয় পুৰুষ ক্রিকেট দলটো চলিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কাইলৈ বাংলাদেশৰ মুখামুখি হ'ব। খেলখন নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে তিনিখন খেলৰ শৃংখলাত ১-০ ফলাফলেৰে আগবাঢ়ি আছে। দেওবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খে...

October 8, 2024 11:49 AM

views 34

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পীৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহা নামত ...