October 9, 2024 6:13 PM

views 30

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযানৰ সময়ত এজন সৈনিক সন্ধানহীন

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযান এটাৰ সময়ত এজন সৈনিক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। সেনা বাহিনীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰকাশ কৰা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কোকেৰনাগৰ কাজৱান বনাঞ্চলত কালি আৰক্ষী আৰু আন নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদীৰ বিৰুদ্ধ...

October 9, 2024 5:59 PM

views 14

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭,৬০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত তেওঁ নাগপুৰৰ ড০ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শ্বিদী বিমান...

October 9, 2024 5:56 PM

views 23

প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিয়ে প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি দিছে। নতুন দিল্লীত প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাত ভাৰতৰ নেতৃত্বক সন্মান জনাই UNFPAৰ কাৰ্যবাহী সঞ্চালিকা ডাঃ নাটালিয়া কানেমে মহিলাৰ স্বাস্থ্য আৰু সুস্থতাৰ দিশত ভাৰত...

October 9, 2024 5:52 PM

views 22

ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি স্থগিত ৰাখিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কংগ্ৰেছ নেতাগৰাকীৰ নাগৰিকত্ব খাৰিজ কৰাৰ বাবে আহ্বান জনাই দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি মুখ্য ন্যায়াধীশ মনমোহন নেতৃত্বাধীন খণ্ড পীঠ...

October 9, 2024 5:50 PM

views 36

দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান, এ আই আই এ-ৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও যাদৱ আৰু দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনায়েও অংশগ্ৰহণ কৰে।

October 9, 2024 5:46 PM

views 35

হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছে। তেওঁ কয় যে, উন্নয়নৰ বিষয়টোক লৈ হাৰিয়ানাৰ জনসাধাৰণে বিজেপিক জয়লাভৰ ক্ষেত্ৰত হেটট্ৰিক অৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিছে। হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত দলটোৰ নতু...

October 8, 2024 7:44 PM

views 18

জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট ৰিয়ছৰে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনযোগে বাৰ্তালাপ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট ৰিয়ছৰ সৈতে টেলিফোনযোগে কথা পাতে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে, কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু যোগান শৃংখলা শক্তিশালী কৰাৰ বিভিন্ন উপায় সম্পর্কে আলোচনা কৰে। আলোচনাকালত বায়...

October 8, 2024 7:41 PM

views 13

প্ৰাক্তন নেতা ৰামবিলাস পাছোৱানৰ মৃত্যু বার্ষিকীত প্রধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন নেতা ৰামবিলাস পাছোৱানৰ মৃত্যু বার্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে প্রধানমন্ত্রী মোদীয়ে কয় যে শ্রীপাছোৱান এনে এক ব্যক্তিত্ব যিয়ে দৰিদ্ৰতা দূৰ কৰা তথা শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে উৎসর্গিত এজন অসাধাৰণ নেতা। ৰামবিলাস পাছ...

October 8, 2024 7:37 PM

views 33

চলিত বিত্তীয় বৰ্ষত অটল পেঞ্চন যোজনাৰ অধীনত ৫৬ লাখৰো অধিক লোকৰ নাম অন্তৰ্ভুক্ত

পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত অটল পেঞ্চন যোজনাৰ অধীনত ৫৬ লাখৰো অধিক লোকে নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াকৈ লৈ এই আঁচনিত নাম অন্তর্ভুক্ত কৰা লোকৰ সংখ্যা ৭ কোটিৰো অধিক হৈছে। সামাজিক সুৰক্ষাৰ এই আঁচনিখনে বৰঙণিৰ আধাৰত অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ বা...

October 8, 2024 7:34 PM

views 31

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰীৰ সমূহীয়াভাৱে পদত্যাগ

পশ্চিমবংগৰ কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰীসকলে আজি সমূহীয়াভাৱে পদ ত্যাগ কৰে। তেওঁলোকে যোৱা আগষ্টত মহাবিদ্যালয়খনৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে প্ৰতিবাদৰত কণিষ্ঠ চিকিৎসকসকলৰ প্ৰতি সমর্থন প্রকাশ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ইপিনে, ৰাজ্যখনৰ মুখ্য...