October 14, 2024 12:21 PM
14
আই-পি-ইউৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে জেনেভাত উপস্থিত ওম বিৰলা
লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্রতিনিধি দলটোৱে আন্তঃসংসদীয় সংঘ আই-পি-ইউৰ ১৪৯ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱানিশা জেনেভাত উপস্থিত হয়। শ্রীবিৰলাই সামাজিক মাধ্যম যোগে কয় যে, তেওঁ বৈঠকত শান্তিপূৰ্ণ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱণৰ ব্যৱহাৰ সন্দৰ্...