October 13, 2024 9:22 PM
31
আগন্তুক ৪ দিনত তামিলনাড়ু, পুডুচেৰী, কাৰাইকাল কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৪ দিনত তামিলনাড়ু, পুডুচেৰী, কাৰাইকাল কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে লগতে গুজৰাট, কোংকণ, গোৱা, মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া, মধ্য প্ৰদেশ, বিদর্ভ আৰু ছত্তিশগড়তো এই সপ্তাহটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ...