October 17, 2024 10:44 AM

views 26

মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দ্বিপাক্ষিক আলোচনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে প্রতিনিধি পৰ্যায়ৰ আলোচনাতো ভাগ লয়। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে চাৰিখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু ত্...

October 17, 2024 10:42 AM

views 13

অভিধম্ম দিৱস আৰু পালিভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্রদান সমাৰোহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অভিধম্ম দিৱস আৰু পালিভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্রদান সমাৰোহত অংশগ্ৰহণ কৰিব। সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় বুদ্ধ পৰিষদে এই দিৱসৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সমাৰোহত অভিধম্ম দিৱস, পালিভাষাৰ গুৰুত্ব আৰু বৌদ্ধ ধৰ্মৰ চহকী ঐতিহ্যৰ সং...

October 17, 2024 10:37 AM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত চণ্ডীগড়ত এন ডি এ-ৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীবৰ্গৰ সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত এন ডি এ-ৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীবৰ্গৰ এখন সন্মিলনৰ অধ্যক্ষতা কৰিব। সন্মিলনত বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও অংশগ্ৰহণ কৰিব। বিজেপিৰ এটা বিবৃতি অনুসৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে নায়ব সিং ...

October 16, 2024 8:50 PM

views 33

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী ...

October 16, 2024 8:47 PM

views 20

ইছলামাবাদত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকক ফলপ্রসূ বুলি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অভিহিত

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকক ফলপ্রসূ বুলি অভিহিত কৰিছে। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে, বৈঠকত ৮ খন নথিত স্বাক্ষৰ কৰা হয়। ভাৰতে আলাপ-আলোচনাত ইতিবাচক আৰু গঠনমূলক অৱদান আগবঢ়োৱা বুলি তেওঁ উল্লেখ কৰে। বিদেশ...

October 16, 2024 8:42 PM

views 23

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু  ত্রিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত ম’ৰিটানিয়াত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু  ত্রিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত ম'ৰিটানিয়াত উপস্থিত হৈছে । ইয়াৰ পূৰ্বে আলজেৰিয়া ভ্ৰমণ সামৰি মৰিটনিয়ালৈ বুলি ৰাওনা হোৱাৰ পৰত দেশখনৰ প্ৰধানমন্ত্ৰী নাদিৰ লাবোয় আৰু অন্য উচ্চ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে বিদায় জনায়। শ্রীমতী মুর্মুৱে দিনজোৰা...

October 16, 2024 8:39 PM

views 25

৩ৰ পৰা ৬ নবেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰৰ সপ্তম অধিৱেশন

আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰৰ সপ্তম অধিৱেশন অহা ৩ নবেম্বৰৰ পৰা ৬ নবেম্বৰলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। অধিৱেশনত শক্তিৰ উপলভ্যতা, নিৰাপত্তা আৰু সদস্য ৰাষ্ট্ৰসমূহক সৌৰ শক্তি গ্ৰহণ কৰি স্বনিৰ্ভৰশীল হ'বলৈ তথা সৌৰ শক্তিৰ প্ৰয়োগ ত্বৰান্বিত কৰিবলৈ বিত্ত সংগ্ৰহ কৰা আদি আই...

October 16, 2024 8:30 PM

views 12

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত সক্রিয় সদস্যতা অভিযান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত সক্রিয় সদস্যতা অভিযানৰ শুভাৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে বিজেপি দলৰ প্ৰথমজন সক্রিয় সদস্য হোৱা বাবে দলটোৰ এজন কৰ্মী হিচাপে গৌৰৱ প্ৰকাশ কৰে। সক্ৰিয় সদস্যতা অভিযানে বিজেপিক তৃণমূল ...

October 16, 2024 8:27 PM

views 32

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বাতিল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন টেষ্টৰ প্ৰথম দিনৰ খেল আজি বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়তকৈ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাৰত সম্প্ৰতি আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ...

October 16, 2024 8:12 PM

views 16

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ বাবে অসম পেৰালিম্পিক সন্থাৰ অসমৰ ৯ জনীয়া দলটোৰ নাম ঘোষণা

গোৱাৰ পানাজীত অহা ১৯ৰ পৰা ২২ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম পেৰালিম্পিক সন্থাই অসমৰ ৯ জনীয়া দলটো ঘোষণা কৰিছে। গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ সদৌ অসম পেৰা ক্ৰীড়া প্রতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিতেই অসম দলটো নিৰ্বাচন কৰা হৈছে বুলি সন্থাৰ তৰফৰ...