October 21, 2024 11:24 AM

views 11

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ বাবে গুৱাহাটীত কালি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি কৰে। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় বিভিন্ন সেৱা ডিজিটাইজ কৰাৰ লগতে মানচিত্ৰ প্ৰকাশ আৰু জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিবল...

October 21, 2024 11:17 AM

views 31

অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডº মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব। এই মঞ্চৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজে লাভ কৰিব। এই পদক্ষেপৰ প্ৰাথমিক লক্ষ্য হৈছে - একক মঞ্চৰ জৰিয়তে - সক্রিয়ভাৱে অসংগঠিত ক্ষেত্ৰৰ...

October 21, 2024 11:14 AM

views 19

ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী আজি ৰাছিয়ালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষোড়শ ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা অর্থাৎ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি ৰাছিয়ালৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনৰ আপাহঁতে সদস্য ৰাষ্ট্ৰৰ নেতা তথা অন্যান্য আমন্ত্রিত ব্যক্তিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ সংখ্...

October 20, 2024 8:37 PM

views 20

ইণ্ডোনেছিয়াত থকা ভাৰতীয় মূলৰ ব্যৱসায়িক গোষ্ঠীসমূহৰ সৈতে বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ মত-বিনিময়

বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ- ৰাষ্ট্ৰপতি জিৱান ৰাকাবুমিং ৰাকাৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰি মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই চলিত বৰ্ষত ইণ্ডোনেছিয়া আৰু ভাৰতৰ আন্তঃসম্পৰ্কৰ ৭৫ বছৰ পূৰ্তিত সন্তোষ প্ৰকাশ...

October 20, 2024 8:26 PM

views 42

চত্তিশগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় বন ক্রীড়া প্রতিযোগিতাৰ ফুটবলত অসমৰ সোণৰ পদক অর্জন

চত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় বন ক্রীড়া প্রতিযোগিতাৰ ফুটবলত অসমে সোণৰ পদক অর্জন কৰিছে। অসমে এই প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী দলক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। দলটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ আৰু অগৰাতলি সংমণ্ডলৰ দুগৰাকী বনকৰ্মী মাৰ্তিনজয় নুনিছা আৰু ইমানুৱেল খাবুঙেও খেলিছিল।

October 20, 2024 8:20 PM

views 28

জোহৰ কাপ হকী প্রতিযোগিতাৰ এখন খেলত গ্রেট ব্রিটেইনক ৬-৪ গলত পৰাস্ত কৰে ভাৰতে

হকীত ভাৰতৰ পুৰুষৰ কণিষ্ঠ দলে মালয়েছিয়াত অনুষ্ঠিত জোহৰ কাপ প্রতিযোগিতাত আজি গ্রুপ পৰ্যায়ৰ এখন খেলত গ্রেট ব্রিটেইনক ৬-৪ গলত পৰাস্ত কৰে। দিলৰাজ সিং আৰু চৰ্দা নন্দ তিৱাৰীয়ে দুটাকৈ গল কৰাৰ বিপৰীতে মহম্মদ কোনাইন দাদ আৰু মনমিত সিঙে বাকী কেইটা গল দিয়ে। গ্রেট ব্ৰিটেইনৰ হৈ ৰৰী পেনৰোজ আৰু মাইকেল ৰয়দেনে দ...

October 20, 2024 8:18 PM

views 55

ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তত ৩ কোটি ১৫ লাখ টকাতকৈ অধিক মূল্যৰ অবৈধ সামগ্ৰী তথা নগদ ধন জব্দ

ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৩ কোটি ১৫ লাখ টকাতকৈ অধিক মূল্যৰ অবৈধ সামগ্ৰী তথা নগদ ধন জব্দ কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়া কে ৰৱি কুমাৰে সদৰি কৰা অনুসৰি নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে বলবৎ কৰিবৰ বাবে নির্দেশনা জাৰি কৰা হৈছে। আযোগ নিৰ্দেশনা অনুসৰি নিৰ...

October 20, 2024 8:13 PM

views 59

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই সোমবাৰে নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কাইলৈ নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব। এই মঞ্চৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজে লাভ কৰিব। এই পদক্ষেপৰ প্ৰাথমিক লক্ষ্য হৈছে - একক মঞ্চৰ জৰিয়তে সক্রিয়ভাৱে অসংগঠিত ক্ষেত্ৰৰ...

October 20, 2024 8:10 PM

views 20

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৯৯ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ

সমাগত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৯৯ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। নাগপুৰ দক্ষিণ-পশ্চিম বিধানসভাৰ আসনৰ পৰা উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছে প্রতিদ্বন্দিতা কৰিব। আনহাতে, মহাৰাষ্ট্ৰ বিজেপিৰ মুৰববী চন্দ্ৰশেখৰ বাৱানাকুলে কামথিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। জামনেৰৰ পৰা মন্...

October 20, 2024 8:00 PM

views 17

খেলো ইণ্ডিয়া অস্মিতা মহিলা লীগৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধিঃ মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি কৈছে যে খেলো ইণ্ডিয়া অস্মিতা মহিলা লীগে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিছে। কেৰালাৰ থিৰুৱনন্তপুৰত থকা ভাৰতীয় ক্রীড়া কৰ্তৃপক্ষৰ বিদ্যায়তনিক শাখা লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা মহাবিদ্...