October 20, 2024 7:55 PM

views 39

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা বাৰাণসীত ৬,৭০০ কোটি টকাৰ ২৩ টা বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত হোৱা ৬,৭০০ কোটি টকাৰ ২৩ টা বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলিও কৰে। সংযোগ ব্যৱস্থা উন্নত কৰিবলৈ তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক শক্তিশালী কৰি শ্ৰীমোদীয়ে উত্তৰ প্ৰদেশৰ চৰ্চৱা বিমানবন্দৰ, চত্...

October 20, 2024 7:40 PM

views 15

কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা আগবঢ়োৱা হৈছে। শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে এই বঁটাৰ সূচনা ক...

October 20, 2024 7:36 PM

views 25

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত

অসমৰ ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনা ২০২৪-২৫ শীৰ্ষক আঁচনিৰ অধীনত আজি ৰাজ্যৰ ৪ খন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় আৰু শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হয়। ৫১১ গৰাকী ছাত্ৰ-ছা...

October 20, 2024 7:22 PM

views 16

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাৰত ৮ উইকেটত পৰাস্ত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি আলহী দলটোৱে ভাৰতক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত ১-০৩ অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে প্রথম ইনিংছত ৪৬ ৰাণৰ শোচনীয় প্ৰদৰ্শন কৰাৰ পাছত ভাৰতে কালি ৪৬২ ৰাণত দ্বিতীয় ইনিংছ সামৰে। ১০৭...

October 20, 2024 7:14 PM

views 33

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে।ইতিপূৰ্বে মিছন বসুন্ধৰাৰ প্ৰথম সংস্কৰণৰ অধীনত ৯ মাহত ভূমি পট্টা সম্পৰ্কীয় ৮ লাখ আবেদন নিষ্পত্তি কৰাৰ লগতে দ্বিতীয় সংস্কৰণত এবছৰত ২ লাখতকৈও অধিক খিলঞ্জীয়া লোকক ভূমিপট্টা দিয...

October 20, 2024 6:55 PM

views 29

বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে  হকী ইণ্ডিয়াৰ ২২ জনীয়া দল ঘোষণা

হকী ইণ্ডিয়াই বৰ্তমানৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে ২২ জনীয়া দল ঘোষণা কৰিছে। এই অনুসৰি হৰমনপ্রীত সিঙে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বিবেক সাগৰ প্ৰসাদ দলৰ উপ অধিনায়ক হ'ব। নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত ২৩ আৰু ২৪ অক্টোবৰত শৃংখলাৰ খ...

October 20, 2024 6:52 PM

views 13

দিল্লী হাফ মাৰাথনৰ ১৯ সংখ্যক সংস্কৰণ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি দিল্লী হাফ মাৰাথনৰ ১৯ সংখ্যক সংস্কৰণ অনুষ্ঠিত হয়। অলিম্পিক চেম্পিয়ন উগাণ্ডাৰ যশুৱা চেপ্তেগিয়ে পুৰুষ শাখাৰ খিতাপ দখল কৰাৰ বিপৰীতে ইথোপিয়াৰ এলেমদিছ ইয়ায়ু মহিলাৰ শাখাত প্রথম স্থান অৰ্জন কৰে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই প্রতিযোগিতাত হাজাৰ হাজাৰ লোকে ...

October 20, 2024 6:47 PM

views 54

ৰাজস্থানৰ খোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত কমেও ১২ জন লোকৰ প্রাণহানি

ৰাজস্থানৰ খোলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায়। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা অৱস্থাত এখন শিপাৰ বাছ আৰু এখন অটোৰিক্সাৰ মাজত হোৱা সংঘৰ্ষৰ বাবে এই অঘটনটো ঘটে। নিহত সকলৰ ভিতৰত অধিকাংশ শিশু আৰু মহিলা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত অটোৰিক্সা...

October 20, 2024 6:41 PM

views 22

অসম আৰক্ষীৰ আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ

বিশেষ কার্যবাহিনী এছ টি এফে আজি আমিনগাঁৱত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজনক কৰায়ত্ত কৰে। মণিপুৰৰ কাংপকপিৰ পৰা নামনি অসমলৈ ট্ৰাকেৰে ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰোতে এই অভিযান চলোৱা বুলি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰকাশ কৰিছে। জব্দ কৰা হেৰোইনখিনিৰ ওজন ৬৩৭ গ্ৰাম আৰু আন্তঃৰাষ্ট্ৰীয় কলাবজাৰত ইয...

October 20, 2024 6:34 PM

views 26

গোৱালপাৰাত সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন

গোৱালপাৰা সাহিত্য সভা আৰু আগিয়া শতদল শাষা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। আগিয়াৰ জে এন মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্প...