October 24, 2024 8:45 PM

views 32

মহাকাশ খণ্ডৰ বাবে ১,০০০ কোটি টকাৰ Venture Capital Fund গঠনত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে আজি মহাকাশ খণ্ডৰ বাবে এহেজাৰ কোটি টকাৰ Venture Capital Fund গঠনত অনুমোদন জনাইছে। প্ৰস্তাৱিত Venture Capital Fundৰ ব্যৱহাৰৰ সময়সীমা পুঁজি সঞ্চালনাৰ আৰম্ভণিৰ দিনটোৰে পৰা ৫ বছৰ পৰ্যন্ত বৃদ্ধি কৰা হ'ব বুলি অৱগত কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈ...

October 24, 2024 8:44 PM

views 20

পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগঃ নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, চৰকাৰে পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগ কৰিছে। নতুন দিল্লীত আজি দ্বাদশ Traffic Infratech Expoত সম্বোধন কৰি তেওঁ পথ নির্মাণ কার্যত নতুন আধুনিক প্রযুক্তি ব্যৱহাৰ কৰাৰ ...

October 24, 2024 8:43 PM

views 23

দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বায়’ ই থ্ৰী নীতিয়ে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াবঃ ড০ জীতেন্দ্ৰ সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্র সিঙে কৈছে যে, শেহতীয়াকৈ অনুমোদন লাভ কৰা বায়' ই থ্ৰী নীতিয়ে দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব। বায়' ই থ্রী অর্থাৎ অর্থনীতি, জলবায়ু আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি হৈছে দেশৰ জৈৱ উৎপা...

October 24, 2024 7:05 PM

views 33

ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি

কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু আৱৰ্ত ভৱনত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জিলাখনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ৰ আজি সামৰণি পৰে। জিলা প্ৰশাসনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ উপৰি জলসিঞ্চন, লোকনিৰ্মাণ, কৃষি, বন আৰু পৰিৱেশ, সমাজকল্যাণ বিভাগ ইত্যাদি তথা আৰক্ষী প্ৰশাসন আৰু বিভিন্ন শিক্...

October 24, 2024 7:04 PM

views 39

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ আনন্দ উদযাপনৰ বাবে ৩-৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি

অসম চৰকাৰে অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ আনন্দ উদযাপনৰ বাবে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে প্ৰতিখন জিলাতে এই সপ্তাহৰ কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ বৰেণ্য সাহিত্যিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উপৰি বিভিন্ন অনুষ্ঠানৰ ...

October 24, 2024 7:03 PM

views 27

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ITBP অর্থাৎ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকল আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে প্রতিকুল পৰিৱেশৰ মাজতো ব্যাপক প্ৰত্যাহ্বান নেওচি সাহস আৰু সমৰ্পনেৰে আই টি বি পিৰ হিম বীৰসকলে জনসাধাৰণক সুৰক্ষা...

October 24, 2024 7:01 PM

views 27

ঘূৰ্ণীবতাহ ‘ডানা’ৰ বাবে ওড়িশা-পশ্চিমবংগৰ উপকূলত ভাৰতীয় নৌসেনা বাহিনীৰ মানৱীয়-দুৰ্যোগ সাহায্য প্ৰদানৰ প্ৰস্তুতি

ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নৌসেনা বাহিনীয়ে ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য প্ৰদানৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিজ্ঞপ্তিত জানিবলৈ দিয়া অনুসৰি প্ৰস্তুতিৰ অংশ হিচাপে ঘূর্ণী বতাহ প্ৰভাৱিত অঞ্চলসমূহত প্রয়োজনীয় বস্ত্ৰ,...

October 24, 2024 7:00 PM

views 31

ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন-জাপানতকৈ অধিক বুলি ইউনেস্ক’ৰ প্ৰতিবেদনত প্ৰকাশ

ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ব্যয় চীন আৰু জাপানৰ দৰে দেশতকৈ অধিক বুলি ইউনেস্ক'ৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি মধ্য আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ঘৰুৱা মুঠ উৎপাদনৰ শতাংশ আৰু চৰকাৰী খৰচতকৈ ভাৰতে শিক্ষাৰ ক্ষেত্ৰত অধিক ধন ব্যয় কৰিছে। ভাৰতত শিক্ষাৰ প্ৰসাৰৰ বাবে ২০১৫ ৰ পৰা ২০২৪ চনৰ ভিতৰত ঘৰু...

October 24, 2024 6:58 PM

views 7

আলবানিয়াত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰৰ ব্ৰঞ্জৰ পদক লাভ

আলবানিয়াৰ টিৰানাত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰই আজি ব্ৰঞ্জৰ পদক লাভ কৰিছে। ৫৫ কিলোগ্ৰাম গ্ৰেক' ৰোমান শাখাত ভাৰতৰ বিশ্বজিতে আদম ওলবাছেভক ১৪-১০ ফলাফলত পৰাস্ত কৰে। প্রতিযোগিতাত ভাৰতৰ এইটো প্ৰথম পদক । ইয়াৰ পূৰ্বে ভাৰতৰ অঞ্জলিয়ে মহিলাৰ ৫৯ কিলোগ্রা...

October 24, 2024 6:57 PM

views 11

আকাশবাণীত অহা ২৭ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্...