October 28, 2024 11:43 AM

views 14

দীপাৱলী-কালী পূজা উপলক্ষে ৰাজ্যৰ বজাৰত দেশী-বিদেশী আটচবাজি, ৰং-বিৰঙী চাকিৰ পয়োভৰ

পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজালৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বজাৰসমূহত দেশী-বিদেশী আটচবাজি আৰু থলুৱা মৃৎশিল্পীৰ দ্বাৰা নিৰ্মিত বিভিন্ন ৰং-বিৰঙী চাকিৰে ভৰি পৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো মাটিৰ চাকিৰ লগতে কালী গোসাঁনীৰ মৃন্ময় মূৰ্তি প্ৰস্তুত কৰাত শিল্পীসকল ব্যস্ত হ...

October 28, 2024 11:41 AM

views 24

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীত আয়োজিত ‘একতাৰ দৌৰ’ ৩১ অক্টোবৰৰ পৰিৱৰ্তে কাইলৈ অনুষ্ঠিত হ’ব

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ‘একতাৰ দৌৰ’ ৩১ অক্টোবৰৰ পৰিৱৰ্তে কাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই কথা ঘোষণা কৰি কয় যে এইবাৰ ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জন্মবার্ষিকী দীপাৱলী উৎসৱৰ সৈতে একে সময়তে হোৱাৰ বাবে একতাৰ দৌৰ কাইলৈ আয়োজন কৰা হৈছে। প্র...

October 28, 2024 11:39 AM

views 25

মাজুলীৰ কমলাবাৰী-নিমাতীঘাটৰ ফেৰী চলাচল কৰাৰ বাবে ২৫ অক্টোবৰৰ পৰা খনন কাৰ্য অব্যাহত

যোৱা ২০ অক্টোবৰৰ পৰা বন্ধ হৈ থকা মাজুলীৰ কমলাবাৰী-নিমাতীঘাট জলপথেৰে পুনৰ ফেৰী চলাচল আৰম্ভ কৰাৰ বাবে খনন কাৰ্য চলাই থকা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে মাজুলীৰ কমলাবাৰী পাৰঘাটৰ কিছু অংশত নতুনকৈ বালিচৰ পৰা হেতুকে এই ফেৰীসেৱা বন্ধ কৰা হৈছিল। জলপথটোৰ স্পৰ্শকাতৰ অংশত জলস্তৰৰ গভী...

October 28, 2024 11:38 AM

views 18

আহমেদাবাদত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ দ্বিতীয়খন খেলত ভাৰতক ৭৬ ৰানত পৰাস্ত নিউজিলেণ্ডৰ

মহিলা ক্ৰিকেটত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় খেলত নিউজিলেণ্ডে ভাৰতক ৭৬ ৰানত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৪৭ অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৮৩ ৰানহে ...

October 28, 2024 11:37 AM

views 16

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূজ-নালীয়া ৰে’লপথ ব্ৰডগজলৈ উন্নীতকৰণ প্ৰকল্প মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ অমৰেলিৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভূজ-নালীয়া ৰে'লপথ ব্ৰডগজলৈ উন্নীতকৰণ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰিব। প্ৰায় এহেজাৰ ১০০ কোটি টকা ব্যয় সাপেক্ষে এই ১০১ দশমিক ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটো সম্পূৰ্ণ কৰা হৈছে। পশ্চিম ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া...

October 28, 2024 11:35 AM

views 18

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ১৪ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

অহা ২০ নৱেম্বৰত হ'বলগীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ১৪ গৰাকী প্ৰাৰ্থীৰ চতুর্থখন তালিকা প্রকাশ কৰিছে। দলে অন্ধেৰী পশ্চিম বিধানসভা আসনৰ বাবে শচীন সাৱন্তৰ সলনি অশোক যাদৱক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে নালাছুপাৰা বিধানসভা সমষ্টিৰ পৰা সন্দীপ পাণ্ডে আৰু শিৱাজীনগৰৰ পৰা দত্তাট্ৰে বাহিৰত...

October 28, 2024 11:34 AM

views 23

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি ‘ডেংগুৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধ’ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত ডেংগুৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধ সন্দৰ্ভত লেডি হার্ডিংজ চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডা০ অনুপম প্ৰকাশৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১...

October 27, 2024 8:32 PM

views 25

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা-কৰ্মীসকলে উপ-নির্বাচন হ'বলগীয়া সমষ্টিসমূহৰ কেইবাটাও প্ৰান্তত প্ৰচাৰ চলায়। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি বিহালী সমষ্টিত দলীয় প্রার্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ ...

October 27, 2024 8:24 PM

views 31

কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ দিয়ে। ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ ছোহৰাই চিত্রকলা হৈছে অঞ্চলটোৰ থলুৱা পৰম্পৰাৰ সুন্দৰ প্ৰতিফলন। এই চিত্রকলাসমূহক এক জিলা এক সামগ্ৰী শীৰ্ষক ভাৱাদৰ্শৰ অধীনত স্বীকৃতি প্ৰদান ক...

October 27, 2024 8:21 PM

views 30

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি প্ৰকাশিত বাতৰিক চৰকাৰৰ নস্যাৎ

চলিত বৰ্ষৰ প্ৰথম ছমাহত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি কিছুসংখ্যক সংবাদমাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন চৰকাৰে আজি নস্যাৎ কৰিছে। এই আঁচনি চাহিদা ভিত্তিত পৰিচালিত বুলি উল্লেখ কৰি গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে, চলিত...