October 28, 2024 7:39 PM

views 22

ধান বনা কলত উৎপাদিত সামগ্রী ক্রয় কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকক আশ্বাস মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে চৰকাৰে ধান বনা কলত উৎপাদিত সকলো সামগ্রী ক্রয় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকসকলক আশ্বাস দিছে। নতুন দিল্লীত আজি ধান বনা কলৰ স্বত্বাধিকাৰীসকলৰ বাবে ভাৰতীয় খাদ্য নিগমৰ অভিযোগ নিৰাময় ব্যৱস্থাৰ প'ৰ্টেল মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে ক...

October 28, 2024 7:35 PM

views 24

ভাৰতীয় আৰু আমেৰিকাৰ নাগৰিকৰে ৰাষ্ট্ৰপতি জ’ বাইডেনৰ অন্তিমবাৰৰ বাবে দীপাৱলী উদযাপন

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউছত আজি সন্ধিয়া ভাৰতীয় আৰু আমেৰিকাৰ নাগৰিকসকলৰ সৈতে ৰাষ্ট্ৰপতি হিচাপে অন্তিমবাৰৰ বাবে দীপাৱলী উদযাপন কৰিব। এই উৎসৱে আমেৰিকা আৰু ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ মাজৰ বন্ধন অটুট কৰাৰ লগতে ই ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব বুলি আশা কৰা হৈছে । ...

October 28, 2024 7:27 PM

views 27

গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াক্রাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড়ো ছানচেজে আজি যুটীয়াভাৱে গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াক্রাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া হৈছে ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কার্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্রনিকছ লিমিটেড আৰ...

October 28, 2024 11:55 AM

views 25

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজৰ চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড্রো ছানচেজে আজি যুটীয়াভাৱে বদোদৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াৰক্ৰাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কাৰ্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্ৰনিকছ লিমিটেড আৰু ভাৰত ডায়নে...

October 28, 2024 11:53 AM

views 46

ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে। আইন...

October 28, 2024 11:52 AM

views 25

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ আৰম্ভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ চলি আছে। এই উপ-নির্বাচনৰ বাবে শাসক-বিৰোধী আৰু নিৰ্দলীয়কে ধৰি মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধায্য কৰা হৈছে। ইপিনে, নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে...

October 28, 2024 11:50 AM

views 16

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত সদ্যসমাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্...

October 28, 2024 11:49 AM

views 25

দেশজুৰি আজিৰ পৰা তদাৰকী সজাগতা সপ্তাহ পালন

দুর্নীতিমুক্ত সমাজৰ লক্ষ্যত উপনীত হোৱা তথা ৰাজহুৱা জীৱনত ন্যায়পৰায়নতাৰ ভাৱাদৰ্শ সংবর্ধনৰ উদ্দেশ্যে আজিৰ পৰা দেশজুৰি তদাৰকী সজাগতা সপ্তাহ পালন কৰা হৈছে। এই কাৰ্যসূচীৰ বিষয়বস্তু হৈছে– সত্যনিষ্ঠাৰ সংস্কৃতিৰ দ্বাৰা দেশৰ সমৃদ্ধি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় তদাৰকী আয়োগে গণমুখী প্ৰচাৰ ...

October 28, 2024 11:47 AM

views 25

নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদান হ’বঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদান হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰে। তেওঁ কয় যে, মিচিং, দেউৰী, তিৱা, চাওতালী, ৰাভা, ডিমাচা ভাষাৰ মাধ্যমত শিক্ষাদান কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে সাহিত্য সভাসমূহক ইতিমধ্যে পাঠ্যপুথি প্ৰস্তু...

October 28, 2024 11:45 AM

views 19

মন্ত্রী অতুল বৰাই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে চৰকাৰী আঁচনি ৰূপায়ণৰ বুজ লয়

নলবাৰী জিলাৰ অভিভাৱক মন্ত্রী তথা কৃষি মন্ত্ৰী অতুল বৰাই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হৈ চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত বুজ লয়। মন্ত্ৰীগৰাকীয়ে মে' মাহৰ ভিতৰত কৃষি বিভাগত এহেজাৰ ৮০০ গ্ৰামসেৱক পদত নিযুক্তি দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইয়াৰ বাবে ...