November 3, 2024 6:39 PM

views 24

ৰাজ্যখনৰ পৰা অনীতি-অনিয়ম দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অসম চৰকাৰে দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে আৰু ৰাজ্যখনৰ পৰা অনীতি-অনিয়ম দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুৰ্নীতি ৰোধ কৰাৰ বাবে নীতিৰ সংস্কাৰ সাধনৰ উপৰি দুৰ্নীতিত লিপ্ত বিষয়াসকলক চিনাক্ত কৰি শাস্তি বিহাৰ ব্যৱস্থাও কৰা হৈছে বুলি তেওঁ উল্ল...

November 3, 2024 7:54 PM

views 15

অসমৰ বিভিন্ন জিলাত ভাষা গৌৰৱ সপ্তাহ উদযাপন

বজালী জিলাত পাঠশালা সাহিত্য সভা আৰু বজালী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি কথিত ভাষাতো অসমীয়া শব্দৰ শুদ্ধ ৰূপৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা শোভাযাত্ৰাত অংশগ...

November 3, 2024 6:31 PM

views 31

নৱ প্ৰজন্মক ডিজিটেল পদ্ধতিৰে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কৃষি মন্ত্ৰী অতুল বৰাৰ আহ্বান

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি আজিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। এই উদযাপনত অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত আজি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি...

November 3, 2024 12:54 PM

views 21

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচনৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত পৰৱৰ্তী সময়ত বিশেষ ছুটি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচনৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত পৰৱৰ্তী সময়ত বিশেষ ছুটি লাভ কৰিব বুলি ৰাজ্য চৰকাৰে এখন নির্দেশনাযোগে প্রকাশ কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভন্নমে কালি কাছাৰ, বঙাইগাওঁ, বিশ্বনাথ, চিৰাং ...

November 3, 2024 12:34 PM

views 17

নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিসূচনা জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাই থকা গোচৰসমূহৰ ক্ষেত্ৰত এজাহাৰ, অভিযোগনামা, চূড়ান্ত ...

November 3, 2024 12:29 PM

views 26

খেল মহাৰণৰ দ্বিতীয় পর্যায়ে যোৱা বৰ্ষৰ নাম পঞ্জীয়নৰ অভিলেখ ভংগ কৰি এক মাইলৰ খুটি স্থাপন কৰিছে

খেল মহাৰণৰ দ্বিতীয় পর্যায়ে যোৱা বৰ্ষৰ নাম পঞ্জীয়নৰ অভিলেখ ভংগ কৰি এক মাইলৰ খুটি স্থাপন কৰিছে। খেল মহাৰণৰ জৰিয়তে ক্রমান্বয়ে মানুহৰ মাজত গঢ় লৈ উঠা ক্রীড়া মানসিকতাই ৰাজ্যত ক্রীড়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমত এটা পোষ্টত কয় যে, যোৱাবাৰ এই ক...

November 3, 2024 12:25 PM

views 31

১৩ বছৰ অনুৰ্ধৰ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈসকলক  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্বৰ্ধনা জ্ঞাপন

জাহাজ পৰিবহণ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ডিব্ৰুগড়ৰ বাসগৃহত কালি ১৩ বছৰ অনুৰ্ধৰ অল ইণ্ডিয়া ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা অসমৰ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত যোৱা ২৫ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত এই প্রতিযো...

November 3, 2024 12:15 PM

views 13

ৰাজ্য চৰকাৰে মাজুলীৰ প্ৰতিখন ৰাস সমিতিলৈ পুনৰ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত আর্থিক সাহায্য আগবঢ়াব

ৰাজ্য চৰকাৰে মাজুলীৰ প্ৰতিখন ৰাস সমিতিলৈ পুনৰ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত আর্থিক সাহায্য আগবঢ়াব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্স যোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে, প্ৰতিখন ৰাস সমিতিলৈ চৰকাৰে আগবঢ়াব খোজা ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ সৈতে এই ধনৰাশি যোগ হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে...

November 3, 2024 12:07 PM

views 19

বৰ্তমান চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ বাবে চলোৱা ২০৭টা অভিযান সফল

তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে বৰ্তমান চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ বাবে চলোৱা ২০৭টা অভিযান সফল হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুম...

November 3, 2024 11:57 AM

views 16

ভাৰতৰ অতনু দাসৰ ছুইজাৰলেণ্ডৰ লুছানেত অনুষ্ঠিত ছুইছ অপেন ইণ্ডোৰ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ

ভাৰতৰ অতনু দাসে ছুইজাৰলেণ্ডৰ লুছানেত অনুষ্ঠিত ছুইছ অপেন ইণ্ডোৰ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। অতনু দাসে কালি ছুইজাৰলেণ্ডৰ থমাছ ৰুফৰক ৬-৪ ফলাফলত পৰাস্ত কৰি প্ৰতিযোগিতাৰ পুৰুষৰ ৰিকাৰ্ভ শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে অতনু দাসে ছেমিফাইনেলত ফ্ৰান্সৰ ৰোমেন ফিচেটৰ হাতত ৪-৬ ফলাফলত ...