November 3, 2024 8:27 PM

views 27

ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে। এই ক্ষেত্ৰত দেশৰ প্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে, চৰকাৰে সমূহীয়া ভাৱনাৰে যক্ষ্মামুক্ত ভাৰতৰ হকে কাম কৰি যাব। তেওঁ কয় যে, চৰকাৰ যক্ষ্মামুক্...

November 3, 2024 7:45 PM

views 31

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনত নিয়োজিত পলিং আৰু প্রিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। আজি চামগুৰি সমষ্টিৰ উপ-নির্বাচনত নিয়োজিত পলিং আৰু প্রিজাইডিং বিষয়াসকলৰ দ্বিতীয় প...

November 3, 2024 7:37 PM

views 25

ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডৰ ২৫ ৰানত জয়লাভ

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টত নিউজিলেণ্ডে ২৫ ৰানত জয়লাভ কৰিছে। আজি তৃতীয় দিনা জয়ৰ বাবে আলহী দলটোৱে নিৰ্ধাৰণ কৰি দিয়া ১৪৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ঋষভ পণ্টে সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ...

November 3, 2024 7:32 PM

views 21

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল

বড়োলেণ্ড মহোৎসৱৰ আয়োজনৰ উদ্দেশ্যে আজি নতুন দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ এখন সংবাদমেল অনুষ্ঠিত হয়। ‘Ethos of peace and harmony an integral part for nation building' শীর্ষক বিষয়বস্তুৰে ১৫ আৰু ১৬ নৱেম্বৰত দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত আয়োজন কৰিবলগীয়া বড়োলেণ্ড মহোৎসৱৰ বিষয়ে আজিৰ সং...

November 3, 2024 7:09 PM

views 23

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠক

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে অংশ লৈ এই ধবজাবাহী আঁচনিখন ৰূপায়ণৰ পৰ্যালোচনা কৰে। তেওঁ যোগ্য হিতাধি...

November 3, 2024 7:04 PM

views 30

বিজেপি ক্ষমতালৈ আহিলে ঝাৰখণ্ডত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী হ’ব আৰু জনজাতীয় সকল ইয়াৰ বাহিৰত থাকিবঃ গৃহমন্ত্রী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ মুকলি কৰে। এই উপলক্ষে ভাষণ দি শ্রীশ্বাহে কয় যে, বিজেপি ক্ষমতালৈ আহিলে ঝাৰখণ্ডত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী হব আৰু জনজাতীয় লোকসকল এই বিধি আওতাৰ বাহিৰত থাকিব। তেওঁ কয় যে, ৰাজ্যখনৰ জনগাঁথন...

November 3, 2024 6:58 PM

views 20

পৰিবেশ ৰাজ্যমন্ত্রী কীৰ্তিবর্ধন সিঙৰ ভাৰতৰ উন্নীত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ ৰণনীতি আৰু কাৰ্যপৰিকল্পনা  মুকলি

পৰিবেশ ৰাজ্যমন্ত্রী কীৰ্তিবর্ধন সিঙে কলম্বিয়াত অনুষ্ঠিত চিঅ'পিৰ ষষ্ঠদশ বৈঠকত ভাৰতৰ উন্নীত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ ৰণনীতি আৰু কাৰ্যপৰিকল্পনা- এন বি এছ এ পি মুকলি কৰে। এন বি এছ এ পি মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ভাৰতৰ সম্পূৰ্ণ চৰকাৰ আৰু সম্পূর্ণ সমাজৰ দৃষ্টিকোণ সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ অধীন...

November 3, 2024 6:55 PM

views 23

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ দিনযোৰা কাৰ্যসূচীৰে কেৰালাৰ কোচিত উপস্থিত

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰেল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ দিনযোৰা কাৰ্যসূচীৰে আজি কেৰালাৰ কোচিত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত ৰেল আন্তগাথনি, অমৃত ভাৰত আৰু ৰূপায়ণ হৈ থকা ষ্টেছন পুনৰ বিকশিতকৰণ প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বিশেষ ৰেলগাড়ীৰে আলুৱাৰ পৰা কোঝিক...

November 3, 2024 7:28 PM

views 16

অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন; কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ৰাজ্যৰ প্ৰথমখন চিকিৎসা প্রতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে ডিব্ৰু মহাবিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছাত্র সমাজৰ সৈতে মত বিনিময় কৰে। অসম চিকিৎসা মহা...

November 3, 2024 6:41 PM

views 25

ভাতৃ দ্বিতীয়া উৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰপম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন

ভাতৃ-ভগ্নীৰ পৱিত্ৰ বান্ধোনৰ নিদৰ্শনস্বৰূপ ভাতৃ দ্বিতীয়া, ভাইদুজ বা ভাইফোটা উৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰপম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ভাতৃ আৰু ভগ্নীৰ সম্পৰ্ক অতুলনীয়। চেনেহ জৰিৰে গঁথা এই সম্পৰ্কই এখন ঘৰ আ...