November 3, 2024 11:54 AM

views 27

হাইলো অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ মালবিকা বঙ্গোড়েৰ প্ৰৱেশ

ভাৰতৰ মালবিকা বঙ্গোড়ে হাইলো অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালবিকাই কালি ছেমিফাইনেলত ডেনমার্কৰ জুলী ডাবল জেকবছেনক ২৩-২১, ২১-১৮ গেমত পৰাস্ত কৰে। মালবিকা আজি ফাইনেলত ডেনমাৰ্কৰ অন্য এগৰাকী খেলুৱৈ সপ্তম বাছনিপ্রাপ্ত মিয়া ছিফেল্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২০২২ বৰ্ষত ছৈয়...

November 3, 2024 11:50 AM

views 29

গৃহমন্ত্রী অমিত শ্বাহে  মুকলি কৰিব ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ মুকলি কৰে। শ্ৰী শ্বাহে লগতে ঘাটছিলাৰ ধালভূমগড়, হাজাৰিবাগৰ বৰকণ্ঠা আৰু ছিমৰিয়াৰ চট্ৰাত তিনিখন নির্বাচনী সভাত ভাষণ দিব। বিজেপি নেতাগৰাকী যোৱা নিশা দুদিনীয়া ঝাৰখণ্ড ভ্রমণসূচীৰে ৰাছীত উপস্থিত ...

November 3, 2024 11:46 AM

views 30

ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হব বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আজি ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে ব্ৰীছবেনলৈ যাব আৰু অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো বাণিজ্যিক দূতাবাস মুকলি কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে কেনবেৰাত হ'বলগীয়া মন্ত্ৰীপৰ্যায়ৰ পঞ্চদশ পৰিকাঠামো বৈঠ...

November 3, 2024 11:37 AM

views 14

স্পেইনৰ প্ৰধানমন্ত্রী পেড্র’ ছানচেজৰ বানপ্ৰভাৱিত ভেলেনচিয়ালৈ অতিৰিক্ত ৫ হাজাৰ সৈন্য, ৫ হাজাৰ আৰক্ষী বিষয়া আৰু অসামৰিক নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰাৰ নিৰ্দেশ

স্পেইনৰ প্ৰধানমন্ত্রী পেড্র' ছানচেজে বানপ্ৰভাৱিত ভেলেনচিয়ালৈ অতিৰিক্ত ৫ হাজাৰ সৈন্য, ৫ হাজাৰ আৰক্ষী বিষয়া আৰু অসামৰিক নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। প্রধানমন্ত্রী পেড্র' ছানচেজে কয় যে, দেশখনত এই পর্যন্ত বানৰ প্ৰকোপত ২১১ জন লোকৰ মৃত্যু হৈছে আৰু এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ...

November 3, 2024 11:27 AM

views 31

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সমর্থিত অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ লগতে কংগ্ৰেছ প্রার্থী ব্ৰজেনজিৎ সিংহই ভোটাৰৰ মন জয় কৰাৰ বা...

November 3, 2024 12:50 PM

views 18

অসম চৰকাৰৰ উদ্যোগত আজিৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়া ভাষাই লাভ কৰা ধ্রুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰ...

November 3, 2024 11:17 AM

views 21

ভাৰতৰ আত্মনিৰ্ভৰ অভিযানৰ ফলত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতৰ আত্মনিৰ্ভৰ অভিযানে আশা কৰা ধৰণৰ ফল দিছে আৰু দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ ক...

November 3, 2024 11:25 AM

views 33

ইছৰোৰ আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোয়ে আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ কৰিছে। অদূৰ ভৱিষ্যতে ভাৰতে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনাৰ বাবে ইছৰোৰ এই পদক্ষেপে বিশেষ তাৎপর্য বহন কৰিছে। এনালগ মহাকাশ অভিযান হৈছে মহাকাশৰ পৰিৱেশৰ সৈতে ভৌতিক সাদৃশ্য থকা কো...

November 2, 2024 8:07 PM

views 30

বাংলাদেশত ISKON ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে মিছা গোচৰ প্ৰত্যাহাৰৰ দাবীত সনাতন জাগৰণ মঞ্চৰ প্ৰতিবাদী সমদল

সনাতন জাগৰণ মঞ্চই কালি চট্টগামত বাংলাদেশত ইণ্টাৰনেচনেল ছ’চাইটী ফৰ কৃষ্ণ চেতনা (ISKON)ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে দাখিল কৰা মিছা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এটা প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাগৰণ মঞ্চই অহা সোমবাৰৰ ভিতৰত গোচৰটো প্ৰত্যাহাৰ নকৰিলে প্ৰতিবাদ কাৰ্য...

November 2, 2024 7:59 PM

views 27

কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাৰ হলকনগলিত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ২ সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাৰ হলকনগলি এলেকাত আজি দুপৰীয়া সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত দুজন সন্ত্রাসবাদী নিহত হয়। শ্ৰীনগৰস্থিত চিনাৰকোৰে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে, সেনা বাহিনীয়ে হলকনগলিৰ সমীপত সন্ত্ৰাসবাদীৰ সন্দেহজনক গতি-বিধি প্রত্যক্ষ কৰে আৰু ততালিকে অভিযান আৰম্ভ কৰে। ইয়াৰ পাছতে অ...