November 4, 2024 12:36 PM

views 20

পাঞ্জাৱত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থা আৰু ভাৰতীয় খাদ্য নিগমৰ ক্ৰয়

চৰকাৰে কৈছে যে, পাইকাৰী বজাৰলৈ ৯০ লাখ টনৰো অধিক ধান আহিছে। ইয়াৰ ভিতৰত পাঞ্জাৱত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থাসমূহে আৰু ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে । গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, চৰকাৰে এ গ্রেড ধানৰ বাবে ধাৰ্য্য কৰা প্ৰতিকুইণ্টলত ২ হেজাৰ ৩২০ টকা মূল্যত এই ধা...

November 4, 2024 12:32 PM

views 21

বন্যপ্ৰাণীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়লৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ ২৫ লাখ টকালৈ বৃদ্ধি মধ্য প্ৰদেশ চৰকাৰৰ

মধ্য প্ৰদেশ চৰকাৰে বন্যপ্ৰাণীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়লৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ ৮ লাখ টকাৰ পৰা ২৫ লাখ টকালৈ বৃদ্ধি কৰিছে। ৰাজ্যখনৰ উমাৰিআ জিলাৰ বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোক নিহত হোৱাৰ এদিন পাছত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰী ...

November 4, 2024 12:28 PM

views 26

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ...

November 4, 2024 12:27 PM

views 16

জম্মু-কাশ্মীৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচনৰ বাবে আজি বিশেষ বৈঠক

জম্মু-কাশ্মীৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰাৰ বাবে আজি বিশেষ বৈঠক অনুষ্ঠিত হ'ব। ইতিমধ্যে পদটোৰ বাবে নেচনেল কনফাৰেন্স দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী আব্দুল ৰহিম ৰাথেড়ৰ নাম প্ৰস্তাৱ কৰা হৈছে। বিধানসভা সচিবালয়ে প্রকাশ কৰা অনুসৰি এই বৈঠক দিনৰ চাৰে ১০ বজাত আৰম্ভ হ'ব। অধ্যক্ষ নিৰ্বাচনৰ বিষয়...

November 4, 2024 12:25 PM

views 19

অমৃত ভাৰত ষ্টেচন পুনৰ উন্নয়নৰ আঁচনিৰ অধীনত ১৩৩৪ টা ষ্টেচনৰ পুনৰ বিকাশৰ কাম অব্যাহত : অশ্বিনী বৈষ্ণৱ

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, অহা বছৰ সম্পূৰ্ণ হৈ উঠিবলগীয়া বৈদ্যুতিকৰণ তথা আধুনিক ৰে'ল ব্যৱস্থাৰ জৰিয়তে পৰৱৰ্তী ৫ৰ পৰা ৭ বছৰৰ ভিতৰত দেশত ৰে'ল ভ্ৰমণ খণ্ডত বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। কোজিক'ডেত কালি সন্ধিয়া মন্ত্ৰীগৰাকীয়ে এটা বিশেষ অনুষ্ঠান মুকলি কৰে...

November 4, 2024 12:23 PM

views 12

ঝাৰখণ্ডত আজি এন ডি এৰ প্ৰাৰ্থীৰ হৈ প্রধানমন্ত্ৰীৰ নির্বাচনী ৰেলী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ঝাৰখণ্ডত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীৰ হৈ ৰাজ্যখনৰ বিধানসভা নির্বাচনী প্ৰচাৰৰ বাবে দুখন ৰেলীত ভাগ ল'ব। ঝাৰখণ্ডৰ বিজেপিৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডিয়ে কৈছে যে প্রধানমন্ত্রীয়ে দিনৰ প্ৰায় চাৰে ১১ বজাত গড়ৱাহত প্ৰথমখন ৰাজহুৱা সভা আৰু দুপৰী...

November 3, 2024 8:43 PM

views 46

কেন্দ্ৰীয় চৰকাৰৰ ৩০ নৱেম্বৰলৈ চলিত বিপনন সত্ৰ ১৮৫ লাখ টন ধান ক্ৰয়ৰ সিদ্ধান্ত

চৰকাৰে কৈছে যে, পাইকাৰী বজাৰলৈ ৯০ লাখ টনৰো অধিক ধান আহিছে। ইয়াৰ ভিতৰত পাঞ্জাবত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থাসমূহে আৰু ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে। গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে এ গ্রেড ধানৰ বাবে ধাৰ্য্য কৰা প্ৰতিকুইণ্টলত ২,৩২০ টকা মূল্যত এই ধান ক্ৰয...

November 3, 2024 8:38 PM

views 19

ৰেলৱেৰ উন্নয়ন ৰাজনীতিৰ উৰ্ধত হোৱা উচিত আৰু জনসাধাৰণৰ সামগ্রিক উন্নয়নত গুৰুত্ব আৰোপ কৰিব লাগেঃ কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, কেৰালাৰ অংমালিৰ পৰা এৰুমেলিলৈ মূল শাৰীবিন্যাস অনুসৰি ছবৰি ৰেলপথ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। ত্ৰিছু ৰেল ষ্টেছনত আজি দুপৰীয়া এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে এই প্ৰকল্প সন্দৰ্ভত...

November 3, 2024 8:34 PM

views 28

কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত

কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ দেওবৰীয়া বজাৰত আজি বিয়লি হোৱা গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত হয়। সংবাদদাতাই জনোৱা অনুসৰি টি আৰ চি ক্ৰছিঙৰ সমীপত নিৰাপত্তা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি সন্দেহযুক্ত সন্ত্রাসবাদীয়ে দলিওৱা গ্রেনেড লক্ষ্যভ্রষ্ট হৈ পথত বিস্ফোৰিত হয়। এই ঘটনাত কম...

November 3, 2024 8:30 PM

views 38

ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছেঃ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছে। অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ব্ৰীছবেনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, উচ্চ বিকাশৰ পথত অগ্ৰসৰ ...