November 5, 2024 9:00 PM

views 17

কাইলৈ নীতি আয়োগৰ ১৫ দিনীয়া জল উৎসৱ অভিযান আৰম্ভ

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাইলৈ ১৫ দিনীয়া জল উৎসৱ অভিযান আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলক তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই অভিযানৰ আয়োজ...

November 5, 2024 8:58 PM

views 27

২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিবেশনৰ সামৰণি পৰিব। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে জনাইছে যে, সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক জয়ন্তী ২৬ নৱেম্বৰত সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত উদ্যাপন কৰা হ'ব ।

November 5, 2024 8:56 PM

views 18

ৰাজ্যৰ গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গোবিন্দ মোহনৰ গুৰুত্বপূৰ্ণ বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে আজি গুৱাহাটীত ৰাজ্যৰ গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান, গৃহ সচিব আদি জ্যেষ্ঠ বিষয়াসকলে অংশ লোৱা এই বৈঠকত আদিবাসী আৰু কাৰ্বি উগ্ৰপন্থী গোটকে ধৰি কেইবাটাও সংগঠনৰ সৈতে শান্তি চুক্তি ৰূ...

November 5, 2024 8:54 PM

views 33

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টত আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টত আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান দলৰ হৈ ডোনাল্ড ট্রাম্প আৰু ডেমক্রেটিক দলৰ হৈ কমলা হেৰিছে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ডোনাল্ড ট্রাম্পে মিচিগান চহৰত আৰু কমলা হেৰিছে পেঞ্চিলভেনিয়াত নিজৰ প্ৰচাৰ অভিযান...

November 5, 2024 8:51 PM

views 28

বাক্সাত নাবাৰ্ডৰ উদ্যোগত মৃত শিল্প প্রদর্শন তথা উৎপাদনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

জীৱিকা আৰু উদ্যোগ বিকাশ কাৰ্যসূচীৰ অংশ হিচাপে বাক্সা জিলাৰ চৰ্ণাট আজি নাবাৰ্ডৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ সহযোগত মৃত শিল্প প্রদর্শন তথা উৎপাদনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্রশিক্ষণ কাৰ্যসূচীত নাবাৰ্ডৰ জৰিয়তে আধুনিক পদ্ধতিৰে মৃত শিল্পক এটা নতুন ৰূপ প্ৰদান কৰি ইয়াৰ ৯০ গৰাক...

November 5, 2024 8:48 PM

views 18

ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলত অসমৰ চাৰি গৰাকী খেলুৱৈৰ স্থান লাভ

কাইলৈৰ পৰা মলদ্বীপত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক ছেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত অসমৰ চাৰি গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। সবিতা বনিয়া, প্রকাশ প্রধান, সুভদ্বীপ বৈদ্য আৰু পৱিত্ৰ নাথে এই দলত স্থান পাইছে। উল্লেখযোগ্য যে, এই প্রতিযোগিতাখন অহা ১১ নৱেম্বৰত সামৰণি পৰ...

November 5, 2024 8:45 PM

views 22

উচ্চতম ন্যায়ালয়ৰ ৩ খন কিতাপ উন্মোচন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে দেশত ন্যায়সংগত আৰু নিৰপেক্ষ সমাজৰ দিশে লৈ যোৱাৰ বাবে ন্যায় ব্যৱস্থা শক্তিশালী কৰি তুলিব লাগিব। ৰাষ্ট্ৰপতি ভৱনত আজি বিয়লি উচ্চতম ন্যায়ালয়ৰ ৩ খন কিতাপ উন্মোচন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে ভাৰতীয় প্ৰমূল্য আৰু ব...

November 5, 2024 8:43 PM

views 21

নতুন ফৌজদাৰী আইন ৩ খন সাম্প্রতিক সমাজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ সম্পূৰ্ণৰূপে সমৰ্থ: ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে নতুন ফৌজদাৰী আইন ৩ খন সাম্প্রতিক সমাজৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হবলৈ সম্পূৰ্ণৰূপে সমৰ্থ। তেওঁ কয় যে, সদন আৰু স্থায়ী কমিটিত বিশদ আলোচনাৰ অন্তত এই আইন ৩ খন গ্ৰহণ কৰা হৈছিল। নতুন দিল্লীৰ সংসদ ভৱন চৌহদত সাংবিধানিক আৰু সংসদীয় অধ্যয়ন প্রতিষ্ঠানে আয়োজন কৰা এটা অনুষ্...

November 5, 2024 8:41 PM

views 42

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়' ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য অর...

November 5, 2024 8:39 PM

views 31

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ

ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। এন ডি এ আৰু আই এন ডি আই উভয় মিত্ৰজোটৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লোহাৰদাগাত এখন নির্বাচনী সভাত ভাষণ দি কয় যে, বিজেপি শাসনকালত ঝাৰখণ্ড ৰাজ্য...