November 5, 2024 8:37 PM

views 13

অহা মাহত ভাৰতৰ প্রোবা-থ্রি নামৰ কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপন

বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী ডº জীতেন্দ্র সিঙে কৈছে যে ভাৰতে অহা মাহত শ্রীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থা প্রোবা-থ্রি নামৰ কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপন কৰিব। এই অভিযানৰ জৰিয়তে সূৰ্য্যৰ পৰিধিৰ সমীপৰ অনুজ্বল জ্যোতির্বলয়ৰ অধ্যয়ন কৰা হ'ব। নতুন দিল্লীত আজি তৃতীয় ভাৰতীয় মহাকাশ ...

November 5, 2024 7:12 PM

views 20

অসম কৃষি বিশ্ববিদ্যালয়ত খাদ্য সমৃদ্ধিকৰণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য, বিজ্ঞান আৰু পৰিপুষ্টি বিভাগৰ উদ্যোগত আজিৰে পৰা খাদ্য সমৃদ্ধিকৰণক বিষয়বস্তু হিচাপে লৈ এখন ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত দুদিনীয়া এই সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি...

November 5, 2024 6:45 PM

views 45

অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত ৩ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন

অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে লাভ কৰা স্বীকৃতিক উদযাপন কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত আজি এলানি বক্ত...

November 5, 2024 6:39 PM

views 18

ৰাজ্যজুৰি ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ

বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ লগতে সংগতি ৰাখি ৰাজ্যজুৰি আজি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বাৰেৰহনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাধিস্থলত পুৱ...

November 5, 2024 7:36 PM

views 31

অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অব্যাহত আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনী সভাত অংশ লয়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীৰ্গৰাকীৰ হৈ পালাংহা...

November 5, 2024 6:35 PM

views 21

নগাঁওত চামগুৰি বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত অনুৰাগ গোৱেলৰ বৈঠক

 ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি নগাঁও জিলাত উপস্থিত হৈ চামগুৰি বিধানসভা সমষ্টিৰ আসন্ন উপ- নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নিৰ্বাচনৰ বাবে গঠিত বিভিন্ন কোষৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত তেওঁ বিষয়াসকলক নিষ্ঠাসহকাৰে নি...

November 5, 2024 6:30 PM

views 23

ষট পূজা উপলক্ষে ৰাজ্যবাসীক মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে। সমাগত...

November 5, 2024 6:25 PM

views 16

ডº কে চি নৌৰীয়াললৈ টাই আহোম যুৱ পৰিষদৰ ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা

চৰাইদেউ মৈদামস্থলীত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে ভাৰতীয় পূৰাতত্ব জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক প্রধান ডº কে চি নৌৰীয়াললৈ টাই আহোম যুৱ পৰিষদে ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা আগবঢ়াইছে। আজি দিছপুৰ প্ৰেছক্লাবত আয়োজিত এখন সংবাদমেলত পৰিষদৰ নেতৃবৃন্দই এই কথা ঘোষণা ...

November 5, 2024 2:31 PM

views 42

‘নহায়-খায়’ ৰীতিৰে চাৰিদিনীয়া ষট পূজা আৰম্ভ

চাৰিদিনীয়া ষট পূজা ‘নহায়-খায়’ ৰীতিৰে আজি আৰম্ভ হৈছে। সূর্য উপাসনাৰ এই উৎসৱ ৮ নৱেম্বৰত সামৰণি পৰিব। এই উৎসৱৰ প্ৰথম দিনা আজি ভক্তসকলে বিভিন্ন নৈ-পুখুৰী আৰু জলাশয়ত পৱিত্ৰ স্নান সম্পন্ন কৰে। সূৰ্য দেৱতাৰ উপাসনাৰ পাছত তেওঁলোকে প্রসাদ গ্ৰহণ কৰিব। পৰহিলৈ অষ্টগামী সূৰ্য আৰু শুকুৰবাৰে উদিত সূৰ্যলৈ অৰ্ঘ্য...

November 5, 2024 2:27 PM

views 48

ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী শর্মাই কয় যে ধলাই সমষ্টিত বিজেপিৰ উন্নয়নম...