November 8, 2024 8:36 PM

views 15

কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। মহাৰাষ্ট্ৰৰ নাচিকৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ প্ৰায় ৫০ লাখ মহিলাই উজ্জ্বলা যো...

November 8, 2024 8:34 PM

views 10

বিজেপিয়ে জনজাতীয় লোকসকলৰ পৰা মাটি, পানী আৰু জংঘল কঢ়াৰ চেষ্টা চলাইছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অভিযোগ

বিজেপিয়ে জনজাতীয় লোকসকলৰ পৰা মাটি, পানী আৰু জংঘল কঢ়াৰ চেষ্টা চলাইছে বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে। ঝাৰখণ্ডৰ ছিমডেগাৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীগান্ধীয়ে ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনত আই-এন-ডি-আই মিত্ৰজোঁট আৰু বিজেপি, আৰ এছ এছৰ আদৰ্শৰাজিৰ মাজত যুদ্ধ বুলি অভিহিত ক...

November 8, 2024 7:02 PM

views 11

দুৰ্নীতিক এটা ৰোগ, ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত কেন্দ্রীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয় । ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, চৰকাৰে দুৰ্নীতি নিবাৰণৰ...

November 8, 2024 7:01 PM

views 10

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ ৯৭সংখ্যক জয়ন্তীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ আজি ৯৭সংখ্যক জয়ন্তীত তেওঁৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে ভাৰতৰত্ন এল কে আদৱানি হৈছে দেশৰ বিকাশৰ বাবে নিজকে সমৰ্পণ কৰা দেশৰ অন্যতম আদৰণীয় ব্যক্তি। শ্ৰী মোদীয়ে লগতে কয় যে, শ্ৰী আদৱানি...

November 8, 2024 7:00 PM

views 12

ভাৰতীয় ৰে’লৱেৰ উৎসৱৰ বতৰত ৪,৫২১খন ৰে’লেৰে প্রায় ৬৫ লাখ যাত্ৰীৰ যাতায়াত

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত ৪ হাজাৰ ৫২১ খন ৰে'লগাড়ীৰ জৰিয়তে প্রায় ৬৫ লাখ যাত্ৰীক যাতায়াত কৰোৱাইছে। ৰে'ল মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি ১ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈকে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তলৈ ৬ কোটি ৮৫ লাখৰো অধিক যাত্ৰীয়ে ৰে'লযোগে নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰে৷ ইপিনে উত্ত...

November 8, 2024 6:56 PM

views 9

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত ভাৰতৰ কিৰণ জৰ্জ

ভাৰতৰ কিৰণ জৰ্জ আজি ইক্সান চহৰত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জর্জে পুৱা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানৰ টাকুমা ওবায়াছিক ২১-১৪, ২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে জর্জে প্রি-কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ চি য়ু জেনক ২১–১৭, ১৯-২১,...

November 8, 2024 6:55 PM

views 22

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন, বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। চিদলীৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী...

November 8, 2024 6:52 PM

views 4

নৱপ্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিতঃ কৃষিমন্ত্ৰী অতুল বৰা

কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যৰ নৱ প্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিত বুলি প্ৰকাশ কৰিছে। মন্ত্ৰী বৰাই আজি যোৰহাট জিলাৰ চিনামৰাৰ এখন বিদ্যালয়ৰ ভূমিত শিক্ষাৰ্থীসকলৰ সৈতে ধান কটাৰ শুভাৰম্ভ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে ৰাজ্যৰ শৈক্ষিক প্রত...

November 8, 2024 6:50 PM

views 11

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য; ১৫০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত ১৫০গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ উপৰি অভিনয় জগতত দীৰ্ঘদিন ধৰি উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ বাবে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয় ...

November 8, 2024 6:48 PM

views 9

দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত অংগনৱাড়ী কৰ্মী-সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান

দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত ৪৪টা অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত ১০টা কেন্দ্ৰত অংগনৱাড়ী কৰ্মী আৰু ৩৪ টা কেন্দ্ৰত অংগনৱাড়ী সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্রার্থীসকলে প্রয়োজনীয় নথি-পত্ৰ আৰু পাছপোৰ্ট আকাৰৰ ফটোৰ দুটা ক’পীৰ লগতে নিৰ্ধাৰিত আৰ্হিত আৱেদন দাখিল কৰিব লাগি...