November 8, 2024 6:47 PM

views 10

গুৱাহাটীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীত তামিলনাডুৰ বিৰুদ্ধে অসমৰ প্রথম ইনিংছত ১০৭ ৰানৰ অগ্রগতি

তামিলনাডুৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত চলি থকা ৰঞ্জি ট্ৰফীৰ চাৰিদিনীয়া খেলখনত অসমে প্রথম ইনিংছত ১০৭ ৰানৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। তামিলনাডুৰ প্ৰথম ইনিংছত কৰা ৩৩৮ ৰানৰ প্ৰত্যুত্তৰত অসমে আজি তৃতীয় দিনা প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে। দিনটোৰ খেলৰ সামৰণিত তামিলনাডুৱে এটাও উইকেট নেহেৰুৱাকৈ ৮ ...

November 8, 2024 12:31 PM

views 13

অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রী মোদীয়ে কয় যে, চাৰিদিনজোৰা ষষ্ঠ মহাপৰ্বৰ জৰিয়তে প্ৰকৃতি আৰু সংস্কৃতিৰ অপূৰ্ব সমাহাৰ সকলোৱে প্ৰত্যক্ষ কৰে আৰু জনসাধাৰণক নতুন উদ্যম আৰু শক্তিৰে অনুপ্ৰাণিত কৰি তোলে ৷

November 8, 2024 12:29 PM

views 8

কিৰণ জৰ্জ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ কিৰণ জৰ্জ আজি ইক্সান চহৰত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জর্জে পুৱা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানৰ টাকুমা ওবায়াছিক ২১-১৪, ২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে জর্জে প্রি-কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ চি য়ু জেনক ২১-১৭, ১৯-২১,...

November 8, 2024 12:18 PM

views 20

ডাৰবানৰ কিংছমিডত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকা মাজৰ টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি ডাৰবানৰ কিংছমিডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয়খন খেল দেওবাৰে গেকেবেৰাত খেলোৱা হ'ব। তৃতীয়খন খেল চেঞ্চুৰিয়নত আৰু চতুর্থ তথা অন্তিমখন খেল জোহান্সবার্গত অনুষ্ঠিত ...

November 8, 2024 12:16 PM

views 13

অৰ্জুন এৰিগেইছী এফ আই ডি ই বিশ্ব দবা ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত

ভাৰতৰ উদীয়মান দবা খেলুৱৈ অৰ্জুন এৰিগেইছীয়ে কালি চেন্নাই গ্ৰেণ্ড মাষ্টাৰ্ছ প্রতিযোগিতাৰ তৃতীয় ৰাউণ্ডত এলেক্সি ছাৰানাৰ বিৰুদ্ধে জয় লাভ কৰাৰ সুবাদত এফ আই ডি ই বিশ্ব দবা ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত হৈ ইতিহাস ৰচনা কৰিছে। ২১ বছৰীয়া খেলুৱৈগৰাকীৰ এই সাফল্যই তেওঁৰ ক্ষীপ্ৰ উত্থানক প্ৰতিফলিত কৰিছে। ছা...

November 8, 2024 12:07 PM

views 14

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। দুদিনীয়া এই মহোৎসৱৰ মূল লক্ষ্য হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বৈদেশিক নীতি, সামৰিক ইতিহাস আৰু সামৰিক ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ, স্বেচ্চাসেৱী সংস্থা, শিক্ষাবিদ, আৰু গৱেষক ...

November 8, 2024 12:35 PM

views 31

ঝাৰখণ্ডত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। ৰাঁচীত কালি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটদাতাসকলক বিপথে পৰিচালিত...

November 8, 2024 12:37 PM

views 29

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল’বলগীয়া এলেকাসমূহত ব্যাপক প্ৰচাৰ

এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকলে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল'বলগীয়া এলেকাসমূহত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত লৈছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা কেন্দ্রীয় মন্ত্রী অন্নপূর্ণা দেৱীয়ে কালি হাজাৰিবাগত এখন নির্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ জনসাধাৰণ হেমন্ত চোৰেন নেতৃত্বাধীন ...

November 8, 2024 12:39 PM

views 31

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনৰ ২৮৮ টা বিধানসভা সমষ্টিৰ বাবে ২০ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধূলে আৰু নাচিকত কেইবাখনো নির্বাচনী সভাত ভাষণ দিব। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ এই নিৰ্বাচনী সভাত ৰাইজৰ আশীষ ...

November 8, 2024 12:00 PM

views 15

আজি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু মৰ্যাদাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু মৰ্যাদাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া সংবিধানিক বিচাৰপীঠে আজি এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্রকাশিত তালিকা অনুসৰি আজি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বাধীন সংবিধান বিচাৰপীঠে ৰায় ঘোষণা কৰিব। উল্লেখযোগ্য যে, চলিত...