দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত ৪৪টা অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত ১০টা কেন্দ্ৰত অংগনৱাড়ী কৰ্মী আৰু ৩৪ টা কেন্দ্ৰত অংগনৱাড়ী সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্রার্থীসকলে প্রয়োজনীয় নথি-পত্ৰ আৰু পাছপোৰ্ট আকাৰৰ ফটোৰ দুটা ক’পীৰ লগতে নিৰ্ধাৰিত আৰ্হিত আৱেদন দাখিল কৰিব লাগিব। অংগনৱাড়ী কৰ্মীৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু অংগনৱাড়ী সহায়িকা পদৰ বাবে হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হ’ব লাগিব।
Assamese | November 8, 2024 6:48 PM | karimganj anganwari requitment
দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত অংগনৱাড়ী কৰ্মী-সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান