November 12, 2024 8:14 AM

views 28

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ‍

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ‍ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক, শক্তি তথা যোগাযোগকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত- বিনিময় কৰে। সাক্ষাৎকালত শ্ৰী মোদীয়ে উভয় দেশৰ মাজত থকা বিশেষ কৌশ...

November 12, 2024 8:07 AM

views 27

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি লুধিয়ানাৰ পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব। তেওঁ বিশ্ববিদ্যালয়খনত জলবায়ু পৰিৱৰ্তন আৰু শক্তি পৰিৱৰ্তনৰ সময়ত কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰ বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত পাঞ্জাবৰ ৰাজ্যপাল গু...

November 12, 2024 8:04 AM

views 28

নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৱে নৈশ ভোজৰ আয়োজন কৰে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত দেশৰ নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে নৈশ ভোজৰ আয়োজন কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ, দেশৰ সদ্যবিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, দেশৰ ...

November 12, 2024 8:01 AM

views 30

৩ দিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি তিনি দিনীয়া ভ্রমণসূচীৰে কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতিগৰাকীয়ে দমনৰ চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয় তথা ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্রতিষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান পৰিদৰ্শন কৰিব। ৰাষ...

November 11, 2024 8:42 PM

views 23

অসমৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

অসমৰ পাঁচটা বিধানসভা সমষ্টিত পৰহিলৈ হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি কিছুসময় পূৰ্বে সামৰণি পৰিছে। নির্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত শেষবাৰৰ বাবে ভোটদাতাৰ মন আকৰ্ষণ কৰিবলৈ সৰ্বাত্মক প্রচেষ্টা চলাই আৰু প্ৰচাৰ অভিযানৰ উত্তাপ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বঙাইগাঁ...

November 11, 2024 8:40 PM

views 12

অসম চৰকাৰ, কেন্দ্ৰীয় সামর্থবর্ধন আয়োগ আৰু কৰ্মযোগী ভাৰতৰ মাজত ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

ৰাজ্যখনৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ সামৰ্থবৰ্ধনৰ লক্ষ্যৰে আজি অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থবর্ধন আয়োগ অৰ্থাৎ চি বি চি আৰু কৰ্মযোগী ভাৰত অৰ্থাৎ‍ এছ পি ভিৰ মাজত এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। আজি অসম সচিবালয়ত স্বাক্ষৰিত এই ত্রিপাক্ষিক চুক্তিৰ অধীনত অসমৰ অসামৰিক সেৱাৰ বিষয়াসকলক নীত...

November 11, 2024 8:38 PM

views 16

গোৱাত অহা ২০ নৱেম্বৰৰ পৰা ৫৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

গোৱাত অহা ২০ নৱেম্বৰৰ পৰা ৫৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি নতুন দিল্লীত এই উপলক্ষে আয়োজিত সংবাদমেলত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম বৃহৎ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতি দেশৰ লগতে বিশ্বৰ বিভিন্ন প্রা...

November 11, 2024 8:34 PM

views 6

মঙলদৈৰ জিলা পুথিভঁৰালত কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীৰ্ষক জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠান

দৰং জিলাৰ মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীৰ্ষক এটা জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ শিক্ষিত যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ উপযুক্ত পথৰ সন্ধান দিয়াৰ লক্ষ্যৰে জিলা নিয়োগ বিনিময় কেন্দ্রই এই কাৰ্যসূচী গ্ৰহণ কৰে। জিলাখনৰ মহাবিদ্যালয় পৰ্যায়...

November 11, 2024 8:32 PM

views 12

দেশৰ ১১খন ৰাজ্যৰ ৩৩টা বিধানসভা সমষ্টি আৰু কেৰালাৰ ৱায়ানাড় লোকসভা আসনখনৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

দেশৰ ১১ খন ৰাজ্যৰ ৩৩ টা বিধানসভা সমষ্টি আৰু কেৰালাৰ ৱায়ানাড় লোকসভা আসনখনৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। পৰহিলৈ অসমৰ ৫ খন, ৰাজস্থানৰ ৭ খন, পশ্চিমবংগৰ ছখন, বিহাৰৰ ৪ খন, কৰ্ণাটকৰ ৩ খন, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুখনকৈ বিধানসভা আসনৰ বাবে উপ- নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ লগতে কেৰালা, ছত্তি...

November 11, 2024 8:31 PM

views 15

ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰে। অৱশ্যে নক্সাল অধ্যুষিত অঞ্চলসমূহত বিয়লি ৪ বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। এই পৰ্যায়ত ৪৩ টা সমষ্টিৰ বাবে পৰহিলৈ ভোটগ্রহণ কৰা হ'ব। এন ডি এ আৰু ইণ্ডি মিত্রজোটে বিভিন্ন বিষয় লৈ ভোটদাতাৰ মন জয় কৰাৰ প্ৰয়াস চলায়। এন...