November 12, 2024 8:48 AM

views 30

মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত চলি থকা মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত তিনিবাৰৰ বিজয়ী দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে কালি প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত ভাৰতে মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। ইপিনে জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন খ...

November 12, 2024 8:45 AM

views 20

এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বিত্তমন্ত্ৰী সাতাৰমণৰ বৈঠক

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত এছিয়াৰ আন্তঃগাঁথনি বিনিয়োগ বেংক, এ আই আই বিৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বেংকটোৰ সঞ্চালক মণ্ডলীৰ ১১ গৰাকী প্ৰতিনিধিয়ে ভাগ লয়। যোৱা ৯ বছৰত লাভ কৰা উল্লেখযোগ্য সফলতাৰ বাবে মন্ত্ৰী শ্ৰীমতী সীতাৰমনে বেংকটোৰ ভূয়সী প্রশংসা কৰে। ...

November 12, 2024 8:42 AM

views 32

অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থ্যবর্ধন আয়োগ আৰু কৰ্মযোগী ভাৰতৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থ্যবর্ধন আয়োগ অর্থাৎ চি বি চি আৰু কৰ্মযোগী ভাৰত অৰ্থাৎ এছ পি ভিৰ মাজত কালি এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৰাজ্যখনৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ সামৰ্থবৰ্ধনৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হৈছে। এই ত্রিপাক্ষিক চুক্তিৰ অধীনত অসমৰ অসামৰিক সেৱাৰ বিষয়াসকলক ন...

November 12, 2024 8:40 AM

views 23

আৰ জি কৌৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যা গোচৰৰ ট্ৰায়েল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

কলকাতাৰ চিয়ালদাহ আদালতত আজি আৰ জি কৌৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যা গোচৰত ট্ৰায়েল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আয়ে এই গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰায়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। আদালতত এই বিচাৰ প্ৰক্ৰিয়া দৈনিক ভিত্...

November 12, 2024 8:35 AM

views 31

পশ্চিমবংগৰ ৬টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

পশ্চিমবংগৰ ৬টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰো কালি বিয়লি সামৰণি পৰে। ৰাজ্যখনৰ উত্তৰ-২৪ পৰগনা জিলাৰ হাৰোৱা আৰু নয়হাটী, পশ্চিম মেদিনীপুৰ জিলাৰ মেদিনীপুৰ, আলিপুৰদুৱাৰ জিলাৰ মদাৰীহাট, কোচবিহাৰ জিলাৰ চিতাই আৰু বাঁকুৰা জিলাৰ তলদাংৰাত কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই উপ-নির্ব...

November 12, 2024 8:33 AM

views 35

গুজৰাটৰ বানছকান্থা জিলাৰ ভৱ বিধানসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

গুজৰাটৰ বানছকান্থা জিলাৰ ভৱ বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে জোৰদাৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সমষ্টিটোত দহ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে য...

November 12, 2024 8:30 AM

views 29

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১০টা উগ্রপন্থী নিহত

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কালি ১০টা উগ্রপন্থী নিহত হয়। জানিব পৰা মতে জিৰিবাম জিলাৰ জাকুৰাধৰ আৰু বৰোবেক্ৰা আৰক্ষী চকীত অৱস্থিত চি আৰ পি এফৰ পহৰাচকীত কালি বিয়লি সশস্ত্র উগ্রপন্থীয়ে আক্ৰমণ চলায়। নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থী গোটৰ মাজত হোৱা সংঘৰ্ষৰ পাছত ঘটনাস্থলীৰ পৰা উগ...

November 12, 2024 8:26 AM

views 24

বিদেশ সচিব বিক্রম মিশ্ৰিৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ জুলাই পর্যন্ত বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে বিদেশ সচিব বিক্রম মিশ্ৰিৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ জুলাই পর্যন্ত বৃদ্ধি কৰিছে। কেবিনেটৰ নিযুক্তি কমিটিয়ে কার্যকাল বৃদ্ধিত অনুমোদন জনাইছে। শ্রী মিশ্রিয়ে চলিত বৰ্ষৰ ১৫ জুলাইত বিদেশ সচিবৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়াগৰাকীয়ে ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন...

November 12, 2024 8:22 AM

views 42

উত্তৰাখণ্ডৰ জনতাক ইগাছ উৎসৱ উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ অনিল বালুনিৰ নতুন দিল্লীত থকা বাসগৃহত কালি ইগাছ উৎসৱত ভাগ লয়। উল্লেখযোগ্য যে ইগাছ হৈছে উত্তৰাখণ্ডৰ পৰম্পৰাগত পোহৰৰ উৎসৱ। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে দেশৰ জনসাধাৰণ আৰু উত্তৰাখণ্ডৰ জনতাক এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ...

November 12, 2024 8:18 AM

views 16

মৰিছাচৰ নিৰ্বাচনত অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বাবে ড০ নবীন ৰামগুলামক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাচৰ নিৰ্বাচনত অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বাবে ড০ নবীন ৰামগুলামক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে ড০ ৰামগুলামৰ সৈতে বাৰ্তালাপ কৰি দেশখনৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ সফলতা কামনা কৰিছে বুলি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ড০ ৰামগুলামক ভাৰত ভ্ৰম...