November 11, 2024 8:30 PM

views 15

ৰাজস্থানৰ ৭খন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি; ভোটদাতাৰ মন আকৰ্ষণৰ চেষ্টা ৰাজনৈতিক দলৰ নেতাৰ

ৰাজস্থানৰ ৭ খন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা কংগ্ৰেছ বিজেপি আৰু অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ ভোটদাতা ৰাইজৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলায়। মুখ্যমন্ত্রী ভজনলাল শৰ্মাই আজি বিজেপি প্ৰাৰ্থীৰ হৈ চৌৰাশী আৰু চলুম্ভৰত বিজয় সংকল্প বৈঠকত অংশগ্ৰ...

November 11, 2024 8:29 PM

views 6

ছত্তিশগড়, ওড়িশা আৰু পশ্চিমবংগত প্রায় ৭২৬ কোটি টকা ব্যয় সাপেক্ষ তিনিটা প্ৰকল্পত অনুমোদন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাৰ এখন উচ্চস্তৰীয় কমিটিয়ে ছত্তিশগড়, ওড়িশা আৰু পশ্চিমবংগত প্রায় ৭২৬ কোটি টকা ব্যয় সাপেক্ষ তিনিটা প্ৰকল্পত অনুমোদন জনাইছে। এই ৰাজ্যকেইখনত অগ্নিনির্বাপক বাহিনীৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে এই প্রকল্পকেইটাৰ অনুমোদন জনোৱা হৈছে। ছত্তিশগড়ৰ বাবে ১৪৮ কোটি,...

November 11, 2024 8:27 PM

views 8

ডুবাইত বিদেশী বাণিজ্যৰ ভাৰতীয় প্ৰতিষ্ঠান (IIFT)ৰ নতুন চৌহদ মুকলি কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্রী পীয়ূষ গোৱেল

ডুবাইত শীঘ্ৰেই বিদেশী বাণিজ্যৰ ভাৰতীয় প্ৰতিষ্ঠান (IIFT)ৰ এটা নতুন চৌহদ মুকলি কৰা হ'ব বুলি কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ূষ গোৱেলে ঘোষণা কৰিছে। নতুন দিল্লীত IIFTৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি শ্রী গোৱেলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ উজ্জ্বল ভৱিষ্যৎ সুৰক্ষি...

November 11, 2024 8:26 PM

views 7

শীতকালৰ বাবে জম্মুৰ প্ৰশাসনিক খণ্ডৰ কামকাজ শ্রীনগৰৰ পৰা জম্মুলৈ স্থানান্তৰ

শীতকালৰ সময়ছোৱাত প্ৰতি বছৰৰ দৰে এইবছৰো জম্মুৰ প্ৰশাসনিক খণ্ডৰ কামসমূহ কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ ৰাজধানী শ্রীনগৰৰ পৰা জম্মুলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজিৰে পৰা জম্মুৰ অসামৰিক সচিবালয়ৰ পৰা নিজৰ কাম-কাজসমূহ আৰম্ভ কৰিছে। আকাশবাণীৰ জম্মু-কাশ্মীৰৰ ...

November 11, 2024 8:25 PM

views 15

মহিলাৰ এছিয়ান হকী প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ৪-০ গ’লত পৰাস্ত ভাৰতৰ

মহিলাৰ এছিয়ান হকী প্ৰতিযোগিতাত আজি বিহাৰৰ ৰাজগীড় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ বিজয়ী ভাৰতে মালয়েছিয়াক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজত অনুষ্ঠিত প্রতিযোগিতাৰ উদ্বোধনী খেলখন ২-২ গ'লত ড্র হয়। জাপানৰ হৈ মাহো উৱেন আৰু চাকি তানাকাই এটাকৈ গ'ল দিয়...

November 11, 2024 6:48 PM

views 15

তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধৰ সামৰণি; তিনিচুকীয়াত বন্ধৰ ব্যাপক প্ৰভাৱ, ডিব্ৰুগড়ত আংশিক প্ৰভাৱ

অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিবাদত মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলনে দিয়া ১২ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ আজি বিয়লি ৫ বজাত সামৰণি পৰে। তিনিচুকীয়া জিলাত এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰে যদিও ডিব্ৰুগড় জিলাত এই ব...

November 11, 2024 6:45 PM

views 12

নতুন দিল্লীত অহা ১৫-১৬ নৱেম্বৰত প্ৰথম বড়োলেণ্ড মহোৎসৱৰ আয়োজন

নতুন দিল্লীত অহা ১৫ আৰু ১৬ নৱেম্বৰত প্ৰথম বড়োলেণ্ড মহোৎসৱৰ আয়োজন কৰা হৈছে। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তান সাহিত্য সভা আৰু বড়ো সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা বিটিআৰ প্ৰশাসনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ১৫ নৱেম্বৰত এই মহোৎসৱ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধ...

November 11, 2024 6:43 PM

views 15

কামৰূপ মহানগৰত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান, ১৬০গৰাকী পৰ্যৱেক্ষক নিয়োগ

কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে কামৰূপ মহানগৰতো কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান চলি আছে। এই অভিযানৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৭৯০টা দল আৰু ১৬০ গৰাকী পৰ্যৱেক্ষকক নিয়োগ কৰা হৈছে। প্ৰতিটো দলত এগৰাকী আশাকৰ্মী আৰু এগৰাকী প্রশিক্ষণপ্রাপ্ত স্বাস্থ্যকর্মী নিয়োগ কৰা হৈ...

November 11, 2024 6:41 PM

views 14

বিশ্বৰ বহুসংখ্যক নেতাই নিজৰ দেশত কাম কৰাৰ বাবে ভাৰতৰ যুৱক-যুৱতীক বিচাৰেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ যুৱ শক্তিৰ সামৰ্থ্যৰ প্ৰতি আকৰ্ষিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্রকাশ কৰিছে। তেওঁ কয় যে বিশ্বৰ বহুসংখ্যক নেতাই আজি নিজৰ দেশত কাম কৰাৰ বাবে দক্ষ মানৱ সম্পদ, ভাৰতৰ যুৱক-যুৱতীসকলক বিচাৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে আজি পুৱা গুজৰাটৰ ৱাডটলত শ্ৰীস্বামীনা...

November 11, 2024 6:39 PM

views 9

দেশৰ ৫১সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ শপতগ্ৰহণ

ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্...