November 14, 2024 8:55 PM

views 11

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়া

কেন্দ্ৰীয় উত্তৰ-পূব উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। দিনজোৰা ভ্ৰমণসূচীৰে মিজোৰামলৈ অহা মন্ত্ৰীগৰাকীয়ে আজি আইজলত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চ...

November 14, 2024 8:54 PM

views 21

বাংলাদেশৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো আঁতৰ কৰাৰ পোষকতা মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ

বাংলাদেশৰ মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে দেশখনৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো আঁতৰ কৰাৰ পোষকতা কৰিছে। বাংলাদেশৰ সংবিধানৰ পঞ্চদশ সংশোধনী বাতিল কৰাৰ ঔচিত্য সন্দৰ্ভত হোৱা শুনানিৰ সময়ত ঢাকা উচ্চ ন্যায়ালয়ত দেশৰখনৰ এটর্নি জেনেৰেল মহম্মদ আছাদুজ্জামানে ৯০ শতাংশ মুছলমানপ্রধান দেশখ...

November 14, 2024 8:52 PM

views 16

মহাৰাষ্ট্ৰত ৰাজনৈতিক দলসমূহৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ, নন্দুৰবাৰত ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। প্ৰতিটো ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে আজিও নির্বাচনী প্ৰচাৰত ভাগ লৈছে। জনজাতি...

November 14, 2024 8:51 PM

views 17

দেশৰ কৃষকসকলক কোনো অপশক্তিয়ে বিভাজিত কৰিব নোৱাৰেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে, যে দেশৰ কৃষকসকলক কোনো অপশক্তিয়ে বিভাজিত কৰিব নোৱাৰে আৰু এই কৃষক শ্ৰেণীয়ে হৈছে জাতিয়তাবাদৰ উৎকৃষ্ট উদাহৰণ। আজি আজমেৰৰ ওচৰৰ পুষ্কৰত শ্ৰী ধনখড়ে ১০৫ সংখ্যক ৰাষ্ট্ৰীয় জাট অধিৱেশনত অংশগ্ৰহণ কৰি এনেদৰে কয়। উপ-ৰাষ্ট্ৰপতিজনে কৃষকসকলক মূল্যবোধ তথা শুদ্ধ পথেৰে যুৱপ্ৰজন্মক...

November 14, 2024 8:50 PM

views 15

মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সমাৱেশ

বিকশিত ভাৰতৰ দিশত মহাৰাষ্ট্ৰই দেশক নেতৃত্ব দিয়া উচিত আৰু ইয়াৰ অংশ হিচাপে ৰাজ্যখনত বৰ্তমান আধুনিক আন্তঃগাঁথনিৰ কেইবাটাও প্ৰকল্প ৰূপায়ণ হৈ আছে। মাৰাঠৱাড়াৰ ছত্ৰপতি সম্ভাজী নগৰ জিলাত আজি এখন নির্বাচনী সমাৱেশত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বুলি মন্তব্য কৰে। অঞ্চলটোৰ বাবে ইতিমধ্যে ৭০ হাজাৰ...

November 14, 2024 8:49 PM

views 15

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেৰ মহাৰাষ্ট্ৰৰ ইগাটপুৰিত নিৰ্বাচনী ৰেলী

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই মহাৰাষ্ট্ৰৰ ইগাটপুৰিত এটা ৰেলীত অংশগ্ৰহণ কৰে। তেওঁ প্ৰাক্তন প্রধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ পৃষ্ঠপোষকতাৰ বিভিন্ন আন্তঃগাঁথনিমূলক প্রকল্প সন্দৰ্ভত আলোকপাত কৰে আৰু পণ্ডিত নেহৰুৰ ভাৰতৰ বিকাশৰ ভেটি বুলি উল্লেখ কৰে। তেওঁ কয়, যে প্রাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্...

November 14, 2024 8:48 PM

views 8

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৩সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি ১৪ দিনীয়া এই বাণিজ্য মেলা উদ্বোধন কৰে। এইবাৰৰ বাণিজ্য মেলাৰ বিষয়বস্তু হৈছে— ‘২০৪৭ চনত বিকশিত ভাৰত'। এইবাৰৰ মেলাত ঝাৰখণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰা ...

November 14, 2024 8:46 PM

views 16

আন্তর্জাতিক মুদ্ৰা বজাৰত ভাৰতীয় টকাৰ মূল্য মার্কিন ডলাৰৰ তুলনাত ৮৪ টকা ৩৯ পইচালৈ হ্ৰাস

আন্তর্জাতিক মুদ্ৰা বজাৰত ভাৰতীয় টকাৰ মূল্য মার্কিন ডলাৰৰ তুলনাত ৮৪ টকা ৩৯ পইচালৈ হ্ৰাস পাইছে। কালিৰ তুলনাত টকাৰ মূল্যৰ সামান্য অৱনমন ঘটিছে। অৱশ্যে চুবুৰীয়া দেশকেইখনৰ মুদ্ৰাৰ তুলনাত ভাৰতীয় টকাৰ মূল্য পূৰ্বতকৈ বৃদ্ধি পাইছে।

November 14, 2024 8:45 PM

views 9

ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ কর্মযোগী সপ্তাহৰ ফলাফল অতি সুন্দৰঃ কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং

কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কৈছে যে, ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ কর্মযোগী সপ্তাহৰ ফলাফল অতি সুন্দৰ আৰু এই অনুষ্ঠানত দেশৰ কৰ্মযোগীসকলক কাষ চপাই অনাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। দিল্লীত অনুষ্ঠিত কৰ্মযোগী সপ্তাহৰ সামৰণী অনুষ্ঠানত ভাষণ দি ড০ সিঙে কয়, ...

November 14, 2024 6:42 PM

views 19

গোৱালপাৰা জিলা আয়ুক্ত কার্যালয়ত অনুষ্ঠিত আকাংক্ষিত জিলাৰ পৰ্যালোচনা সভাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি গোৱালপাৰা জিলা আয়ুক্ত কার্যালয়ত অনুষ্ঠিত আকাংক্ষিত জিলাৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ দ্বাৰা আকাংক্ষিত জিলা হিচাপে তালিকাভুক্ত হোৱা গোৱালপাৰা জিলাত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত লোৱা পদক্ষে...