November 14, 2024 6:40 PM

views 14

অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা অনুৰাধা শৰ্মা পূজাৰীৰ নাম প্ৰত্যাহাৰ

বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। আজি এই সন্দৰ্ভত সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত কয়, যে সভাপতি পদৰ বাবে প্ৰস্তাৱিত আন চাৰিওগৰাকী প্ৰাৰ্থীৰ যি...

November 14, 2024 6:39 PM

views 9

শিৱসাগৰৰ ডিমৌত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ৫ হাজাৰ বৰ্গফুটৰ ধান ক্রয় কেন্দ্র মুকলি

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্রমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰ জিলাৰ ডিমৌৰ দিহাজানত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ৫ হাজাৰ বৰ্গফুটৰ এটা ধান ক্রয় কেন্দ্র উদ্বোধন কৰে। এই ধান ক্রয় কেন্দ্ৰটোৰ জৰিয়তে বৃহত্তৰ ডিমৌ অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকে ...

November 14, 2024 7:08 PM

views 26

আজি শিশু দিৱস, ৰাজ্যৰ বিদ্যালয়সমূহত ভিন্ন কাৰ্যসূচী ৰূপায়ণ

আজি শিশু দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি অসমৰ বিদ্যালয়সমূহত শিশুসকলৰ মাজত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ লগতে বিভিন্ন সজাগতামূলক...

November 14, 2024 2:50 PM

views 32

ভাৰত মণ্ডপমত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কৰে। এই বাণিজ্য মেলাৰ সুযোগতে কেন্দ্ৰীয় কয়লা আৰু খনি বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে খনি মন্ত্ৰালয়ৰ এটা পেভিলিয়ন মুকলি কৰে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতী...

November 14, 2024 2:46 PM

views 11

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব। এই দিৱসৰ জৰিয়তেই ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হ'ব। কাইলৈ পুৱা শ্ৰী মোডীয়ে ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰিব। ইয়াৰ উপৰিও তেওঁ অঞ্চলটোৰ গ্...

November 14, 2024 2:43 PM

views 2

মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত ভাৰত আজি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ’ব

বিহাৰৰ ৰাজগীৰত চলি থকা মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত যোৱাবাৰৰ বিজয়ী ভাৰত আজি বিয়লি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ'ব। ভাৰতে প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গ’লত আৰু দ্বিতীয়খন খেলত দক্ষিণ কোৰিয়াক ৩-২ গ’লত পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ আজিৰ আন দুখন খেলত দক্ষিণ কোৰিয়াই মালয়েছিয়াৰ...

November 14, 2024 2:40 PM

views 17

কুমামোটো মাষ্টাৰ্ছ জাপান ২০২৪ৰ মহিলাৰ একক প্রি কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু কানাডাৰ মিছাইল লীৰ হাতত পৰাস্ত

বেডমিণ্টনত কুমামোটো মাষ্টাৰ্ছ জাপান ২০২৪ৰ মহিলাৰ একক প্রি কোৱাৰ্টাৰ ফাইনেলত দুবাৰকৈ অলিম্পিক পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধু কানাডাৰ মিছাইল লীৰ হাতত ২১–১৭, ১৬-২১, ১৭-২১ গেমত পৰাস্ত হয়। আন এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন মালয়েছিয়াৰ লিয়ং জুন হাওৰ হাতত ২২-২০, ১৭-২১, ১৬-২১ গেমত পৰাস্ত হয়।

November 14, 2024 2:32 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা

ডমিনিকাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দেশখনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াইছে। কোৱিড-19 মহামাৰীৰ সময়ত ডমিনিকালৈ আগবঢ়োৱা অৱদান তথা ভাৰত আৰু ডমিনিকাৰ মাজৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়োৱা হৈছে। গায়ানাৰ জৰ্জ টাউনত ১৯ৰ পৰা ২...

November 14, 2024 2:29 PM

views 16

ছত্ৰপতি ছন্তাজি নগৰ আৰু পানৱেলত নিৰ্বাচনী সমদলত প্রধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছে। শ্রী মোদীয়ে প্রথমে ছত্ৰপতি ছন্তাজি নগৰ আৰু পানৱেলত নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। তেওঁ লগতে মুম্বাইৰ ছত্রপতি শিৱাজী উদ্যানত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত মহাযুটি মিত্ৰজোঁ...

November 14, 2024 12:52 PM

views 31

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ'ব। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এই উপলক্ষে সেইদিনা দিনৰ ১১.৩০ বজাত ‘গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰেক্ষাপটঃ স্বাধীনতা আৰু বিশ্বাসযোগ্যতা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই বক্তৃতা আগবঢ়াব বিশিষ্ট লেখক, সাংবাদিক অৰূপ কুমা...