November 15, 2024 11:43 AM

views 8

ভাৰত-দক্ষিণ আফ্ৰিকাৰ ৪খনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ আজি অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেল আজি জোহান্সবার্গত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাৰ ২-১ ফলাফলত আগবাঢ়ি আছে। ভাৰতে কিংছমিডত অনুষ্ঠিত প্ৰথমখন খেলত ৬১ ৰানত জয়লাভ কৰিছিল। ডাৰবানত অনুষ্ঠিত ...

November 15, 2024 11:42 AM

views 29

কাজিৰঙাত অহা ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট

পর্যটন বিভাগৰ উদ্যোগত অহা ২৬ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় ট্যুৰিজিম মাৰ্ট অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৭ নৱেম্বৰত ট্যুৰিজিম মাৰ্ট মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত ভাৰতৰ লগতে কেইবাখনো দেশৰ পৰ্যটন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উত্তৰ-পূৰ্বাঞ...

November 15, 2024 11:41 AM

views 18

গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ দেশবাসীলৈ শুভেচ্ছা

দেশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু নানক জয়ন্তী বা গুৰুপৰব পালন কৰা হৈছে। গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তা যোগে দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয়, বিশেষকৈ শিখ সম্প্ৰদায়ৰ লোক...

November 15, 2024 11:39 AM

views 9

দেশত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৭.২৮ শতাংশ ৰপ্তানি বৃদ্ধি

দেশত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৰপ্তানিৰ হাৰ ৭ দশমিক ২-৮ শতাংশ বৃদ্ধি পাই ৪৬ হাজাৰ ৮২৭ কোটি ডলাৰ হৈছে। যোৱা বছৰ এই সময়ছোৱাত এই পৰিমাণ আছিল ৪৩ হাজাৰ ৬৪৮ কোটি ডলাৰ৷ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয় জাৰি কৰা পৰিসংখ্যা অনুসৰি এই সময়ছোৱাত অকল বাণিজ্যিক সামগ্ৰীৰ ৰপ্তানি ২৫ হাজাৰ ২২৮ কোটি ডলাৰ হয়...

November 15, 2024 11:38 AM

views 9

বিদেশমন্ত্ৰী ড° এছ জয়শংকৰৰ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ

বিদেশমন্ত্ৰী ড° এছ. জয়শংকৰে কালি এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰে ৷ এই ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে ডুবাই Knowledge Park চিমবায়'চিছ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ বিদেশত থকা প্ৰথমটো চৌহদ উদ্বোধনী কাৰ্যসূচীত সভাপতিত্ব কৰে। ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মাজৰ সম্...

November 14, 2024 9:16 PM

views 7

কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ কল্যাণ আৰু উন্নয়নৰ যাত্ৰা দ্রুতগতিৰে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ কল্যাণ আৰু উন্নয়নৰ যাত্ৰা দ্রুত গতিৰে আগবঢ়াই লৈ যোৱাৰ লগতে এই লোকসকল দীর্ঘ দিন ধৰি বঞ্চিত হৈ থকা বুনিয়াদী সা-সুবিধাসমূহকে ধৰি সকলো সুবিধা প্ৰদান কৰাৰ বাবে ব্যৱস্থা কৰিছে। জনজাতীয় গৌৰৱ দিৱসৰ প্রাকসন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি...

November 14, 2024 9:04 PM

views 27

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড০ মামণি ৰয়ছম গোস্বামীলৈ ওপজা দিন উপলক্ষে শ্রদ্ধাঞ্জলি

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, ৰামায়ণী সাহিত্যৰ গৱেষক ড০ মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন উপলক্ষে আজি সাহিত্যিকগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৪২ চনৰ আজিৰ দিনটোতে কামৰূপ জিলাৰ জগলীয়া সত্ৰত জন্মগ্ৰহণ কৰা সাহিত্যিকগৰাকী জীৱনৰ বিভিন্ন সংঘাত আৰু প্ৰত্যাহ্বানক নিজৰ কলমেৰে তুলি ধৰিছিল। বঞ্চিতজন...

November 14, 2024 9:03 PM

views 19

ৰাজ্যৰ কেইবাখনো জিলাত খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্ৰহণ কৰি আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ বিভিন্ন জিলাত আৰম্ভ হৈছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাতত খেল মহাৰণৰ কাৰ্যসূচীৰ অংশ হিচাপে চাইক্লিং প্রতিযোগিতাৰ ফ্লেগ অফ কৰে। বোকাখাত পৌৰসভা কার্যালয় চ...

November 14, 2024 8:58 PM

views 17

আকাশবাণী গুৱাহাটীৰ ১৬ নৱেম্বৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘৫৫সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ‘দৃষ্টিপাত’ অনুষ্ঠানত অহা ১৬ নৱেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত ‘৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’ সন্দৰ্ভত আলোচনা কৰা হ'ব । অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ঠ চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদ আৰু বিতুপন বৰবৰা অনুষ্ঠানৰ আঁত ধৰ...

November 14, 2024 8:57 PM

views 15

যোৰহাটৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয় জিলা প্ৰশাসনৰ বিষয়াৰ পৰিদৰ্শন

যোৰহাট জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি জিলা প্ৰশাসনৰ বিষয়াসকলৰ দ্বাৰা জিলাখনৰ অন্তৰ্গত বিভিন্ন অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শন অব্যাহত আছে। ইয়াৰ অংশ হিচাপে আজি জিলাখনৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু মেলেঙী উচ্চতৰ মাধ্...