November 15, 2024 6:43 PM
14
নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তৰে কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ সচিবৰ আলোচনা
অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত ফিলিপ গ্রীণে আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ সচিব ড০ দেৱেশ চতুর্বেদীক সাক্ষাৎ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে তেওঁলোকৰ এই বৈঠকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ কৃষি তথা আনুসংগিক খণ্ডসমূহত পাৰস্পৰিক সহযোগিতাৰে কাম কৰাৰ বাবে ন...