November 16, 2024 10:46 AM
21
ছদিনীয়া ভ্রমনসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাইজেৰিয়া, ব্রাজিল আৰু গায়ানা ভ্ৰমণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ছদিনীয়া ভ্রমনসূচীৰে নাইজেৰিয়া, ব্রাজিল আৰু গায়ানালৈ যাব। তিনিখন দেশ ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে তেও আজি নাইজেৰিয়াত উপস্থিত হ'বগৈ। ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী গৰাকী নাইজেৰিয়ালৈ যাব। উল্লেখ্য যে ১৭ বছৰৰ পাছত ভাৰতৰ কোনো এগৰাকী প্ৰধানম...