November 16, 2024 8:13 PM

views 19

৫ দিনীয়া ভ্ৰমণসূচীৰে নাইজেৰিয়া, ব্ৰাজিল আৰু গায়ানালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নাইজেৰিয়া, ব্রাজিল আৰু গায়ানাৰ পাঁচ দিনীয়া ভ্রমণসূচীৰে ৰাওনা হয়। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্রধানমন্ত্রীয়ে কয়, যে এয়া তেওঁৰ পশ্চিম আফ্ৰিকাত ভাৰতৰ ঘনিষ্ঠ সহযোগী নাইজেৰিয়াৰ প্ৰথম ভ্ৰমণ হ'ব। তেওঁ কয়, যে এই ভ্রমণে গণতন্ত্ৰ আৰু বহুত্ববাদৰ পাৰস্পৰিক বিশ্...

November 16, 2024 5:37 PM

views 11

সামাজিক মাধ্যমৰ এই যুগত য’ত ভুল তথ্য আৰু অপপ্ৰচাৰ সহজে বিয়পি পৰে, তেনে ক্ষেত্ৰত চৰকাৰ নিজৰ সংকল্পত দৃঢ় ভাৱে থিয় দি আছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সামাজিক মাধ্যমৰ এই যুগত য'ত ভুল তথ্য আৰু অপপ্ৰচাৰ সহজে বিয়পি পৰে, তেনে ক্ষেত্ৰত চৰকাৰ নিজৰ সংকল্পত দৃঢ় ভাৱে থিয় দি আছে। এটা ব্যক্তিগত সংবাদ সংস্থাই আয়োজন কৰা নেতৃত্ব সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কয যে তেওঁ চৰকাৰ ভোটবেংক ৰাজনীতিৰ পৰা আঁতৰত আছে আৰু জনসাধাৰণৰ ব...

November 16, 2024 11:17 AM

views 14

হাইড্ৰ’ কার্বনযুক্ত মাটি প্রদূষণ ৰোধ কৰাৰ হকে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ভাৰতীয় পেটেণ্ট লাভ

হাইড্ৰ' কার্বনযুক্ত মাটি প্রদূষণ ৰোধ কৰাৰ হকে উদ্ভাৱন কৰা প্ৰযুক্তিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° হেমেন শৰ্মাৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে ভাৰতীয় পেটেণ্ট লাভ কৰিছে। বিজ্ঞানী তথা গৱেষকৰ দলটোৱে তেওঁলোকে উদ্ভাৱন কৰা মাইক্ৰ' বায়' ৰিমিডিয়েচন প্রযুক্তিয়ে পেট্‌’...

November 16, 2024 11:15 AM

views 35

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন ঠাইত বিস্তৃত কাৰ্যাসূচীৰ আয়োজন

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াত জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থা আৰু জার্নেলিষ্ট ইউনিয়ন অব্ আছামৰ তিনিচুকীয়া জিলা সমি...

November 16, 2024 11:12 AM

views 24

ৰাজ্যৰ বিভিন্ন ঠাইত কালিৰে পৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আৰম্ভ

ৰাজ্যৰ বিভিন্ন ঠাইত কালিৰে পৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হৈছে। উজনিৰ পৰা নামনিলৈ মৃণ্ময় মূৰ্তিৰ লগতে জীৱন্ত মানৱ ৰাসৰ ভক্তিৰস আৰু আধ্যাত্মিকতাই জনসাধাৰণক আপ্লুত কৰিছে। প্ৰতি বছৰে শৰতৰ পূৰ্ণিমাৰ নিশাৰ পৰা বৃন্দাবন, মথুৰাকে ধৰি আন বিভিন্ন স্থানৰ লগতে অসমতো শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা উদয...

November 16, 2024 11:04 AM

views 11

দক্ষিণ আফ্ৰিকাক ১৩৫ ৰানত পৰাস্ত কৰি ৩-১ ফলাফলেৰে ভাৰতৰ শৃংখলা দখল

ভাৰতে যোৱা নিশা জোহান্সবার্গত অনুষ্ঠিত চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১৩৫ ৰানত পৰাস্ত কৰি ৩-১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেটধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত এটা উইকেট হেৰুৱাই ২৮৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তিলক বাৰ্মাই ৪৭ টা ...

November 16, 2024 11:00 AM

views 21

৫ বছৰৰ ভিতৰত ৱৰ্ধা-নন্দেড ৰে’ল প্রকল্প সম্পূৰ্ণ হ’ব : গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ৫ বছৰৰ ভিতৰত ৱৰ্ধা-নন্দেড ৰে'ল প্রকল্প সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰিছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ জলসিঞ্চন ব্যৱস্থা অধিক সুচল কৰাৰ বাবে পেংগাংগা নদীক নদী সংযোগী প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হ'ব আৰু নাগপুৰ-মুম্বাই সমৃদ্ধি এক্সপ্ৰেছৱে যাৱতমাল জিলাৰ ...

November 16, 2024 10:56 AM

views 14

দিল্লীত NCBৰ অভিযানত প্রায় ৯০০ কোটি টকাৰ কোকেইন জব্দ

মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ' চমুকৈ NCBয়ে কালি দিল্লীত অভিযানত চলাই প্রায় ৯০০ কোটি টকাৰ কোকেইন জব্দ কৰিছে। গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে, জব্দ কৰা নিষিদ্ধ সামগ্রী সমূহৰ কিছু অংশ কুৰিয়াৰ বা সৰু মালবাহী সেৱাৰ জৰিয়তে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণৰ লক্ষ্য লৈছিল। মন্ত্ৰালয়ে জনোৱা মতে, এই গোচৰৰ সৈতে জড়...

November 16, 2024 10:52 AM

views 17

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মান এতিয়াও শোচনীয়

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মান এতিয়াও শোচনীয় হৈ আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা মতে কালি বিয়লি ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মান এ কিউ আই সূচ্যাংক ৩৮৬ পোৱা গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত পৰৱৰ্তী ২-৩ দিনত নিশা আৰু পুৱাৰ ...

November 16, 2024 10:50 AM

views 11

ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত হোৱা অগ্নিকাণ্ডত কমেও ১০টি নৱজাতকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ ঝাঁচি চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ ইণ্টেছিভ কেয়াৰ উইনিটত যোৱা নিশা হোৱা অগ্নিকাণ্ডৰ ঘটনাত কমেও ১০ টি নৱজাতক মৃত্যু ঘটে। জিলাধিপতি অৱিনাশ কুমাৰে সাংবাদিকৰ আগত কয়, যে সম্ভৱতঃ ছৰ্টচাৰ্কিটৰ বাবে নিশা প্রায় ১০ বাজি ৪৫ মিনিটত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰাৰম্ভিক অৱস্থাত ১০ টি শিশুৰ মৃ...