November 16, 2024 7:22 PM

views 27

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ আৰু বিতোপন বৰবৰা। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন ...

November 16, 2024 7:05 PM

views 16

ডেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা কবি নীলমণি ফুকন ক্ষেত্ৰত ১০১খন পতাকা উত্তোলন

ডেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা কবি নীলমণি ফুকন ক্ষেত্ৰত ১০১খন পতাকা উত্তোলন কৰা হয়। ডেৰগাঁও সাহিত্য সভাৰ সভাপতি আৰু উদযাপন সমিতিৰ সভাপতি দুগৰাকীয়ে মূল পতাকা উত্তোলন কৰাৰ লগে লগে বিভিন্ন ক্ষেত্ৰৰ ১০১গৰাকী ব্যক্তিয়ে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে।

November 16, 2024 7:02 PM

views 30

গোলাঘাট জিলা পুথিভঁৰালত বহনক্ষম গ্ৰাম্য ৰোজগাৰ উৎপাদন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ

গোলাঘাট জিলা পুথি ভঁৰালত আজি বহনক্ষম গ্ৰাম্য ৰোজগাৰ উৎপাদন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত তথা নুমলীগড় শোধনাগাৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বিত্ত মন্ত্রী অজন্তা নেওগে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ গোলাঘাট সমষ্টিৰ হিতাধি...

November 16, 2024 6:54 PM

views 15

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলৰ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠক

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলে আজি ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। পৰিষদৰ সচিবালয়ৰ প্ৰধান সচিবৰ সভাগৃহত অনুষ্ঠিত এই বৈঠকত প্রধান সচিব থাই টিচ’ ডাওলাগাপু উপস্থিত থকাৰ লগতে পৰিষদৰ আন আন সচিব ত...

November 16, 2024 6:48 PM

views 46

গোলাঘাটৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ

যুৱক-যুৱতীসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বান মৰ্মে গোলাঘাট জিলাৰ মৰঙী পথাৰৰ ৰামধেনু কৃষি পামত আজি ফচল চপোৱা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক বিশ্বজিৎ ফুকনে কাতি আৰু আঘোণ মাহৰ দোমাহীৰ দিনা এই ধান দোৱা কাৰ্যসূচী মুকলি ...

November 16, 2024 7:17 PM

views 26

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে। এই উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে দিছপুৰত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা অনুষ্ঠানত তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্...

November 16, 2024 6:24 PM

views 49

বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন

নতুন দিল্লীৰ ছাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ৭৩ সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন কৰা হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰ্থ নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে সভাৰ পতাকা উত্তোলন কৰে আৰু তাৰ পাছতে ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংস্কৃতিক সমাবেশৰ শুভাৰম্ভণি কৰে। উ...

November 16, 2024 6:20 PM

views 31

ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে অতি স্বচ্চতাৰে কাম কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা তথা সত্যতাই এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ কাৰ্যত আলোকপাত কৰি কয় যে ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে অতি স্বচ্চতাৰে কাম কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা তথা সত্যতাই এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। আজি নতুন দিল্লীত আয়োজিত চতুৰ্থ হিচাপ পৰীক্ষণ দিৱসত ভাষণ দি শ্ৰী বি...

November 16, 2024 6:17 PM

views 17

ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহতৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ ২ লাখ টকাকৈ এককালীন সাহায্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ঝাঁচি চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। ঘটনাত আঘাতপ্রাপ্তসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে ভু...

November 16, 2024 5:56 PM

views 30

ঝাৰখণ্ডৰ লিট্ৰিপাৰা বিধানসভা সমষ্টিৰ জে এম এম দলৰ বিধায়ক দিনেশ মাৰাণ্ডিৰ বিজেপিত যোগদান

ঝাৰখণ্ডৰ লিট্ৰিপাৰা বিধানসভা সমষ্টিৰ জে এম এম দলৰ বিধায়ক দিনেশ মাৰাণ্ডিয়ে বিজেপিত যোগদান কৰিছে। বিজেপিত যোগদান কৰাৰ পাছতে বিধায়কগৰাকীয়ে কয় যে ৰাজ্যখনত হেমন্ত চোৰেণ নেতৃত্বৰ চৰকাৰখনে বাংলাদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদান কৰিছে। শ্ৰীমাৰাণ্ডিয়ে আজি বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা শিৱৰাজ সিং চৌহ...