November 17, 2024 6:23 PM

views 28

মণিপুৰৰ জনসাধাৰণক কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে সুৰক্ষা বাহিনীৰে সহযোগিতা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আহ্বান

মণিপুৰৰ পৰিস্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খাইছে। জিৰিবাম জিলাৰ পৰা ছদিন পূর্বে তিনিটি শিশু আৰু তিনিগৰাকী মহিলা সন্ধানহীন হোৱাৰ পাছত শেহতীয়াকৈ আটাইকেইগৰাকীৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। শুকুৰবাৰে নিশা আৰু শনিবাৰে মৃতদেহকেইটা নদীত উদ্ধাৰ হোৱাৰ পাছত ...

November 17, 2024 12:12 PM

views 14

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ  নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলায়। প্ৰচাৰ কালত তেওঁ কংগ্ৰেছে প্ৰায় ৫০ বছৰ দেশ শাসন কৰা স্বত্বেও ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰক যোগ্য সন্মান দিয়া নাছিল বুলি মন্তব্য কৰে। জাতিগত পিয়ল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা ক...

November 17, 2024 12:06 PM

views 11

প্ৰখ্যাত সংগীতজ্ঞ, চেৰ’ড মাষ্ট্ৰ’ আশীষ খানৰ মৃত্যু

ভাৰতৰ প্ৰখ্যাত সংগীতজ্ঞ, চেৰ'ড মাষ্ট্ৰ' আশীষ খানৰ মৃত্যু হৈছে। ৮৪ বছৰীয়া সংগীতজ্ঞজনে বৃহস্পতিবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। চেৰ'ড নামৰ বাদ্যযন্ত্ৰটোক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলা সংগীতজ্ঞ গৰাকীয়ে জর্জ হেৰিছন, এৰিক ক্লেপটন, ৰিংগো ষ্টাৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগীতজ্ঞৰ...

November 17, 2024 11:57 AM

views 29

মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ প্রাক্তন বিত্ত মন্ত্রী পি চিডাম্বৰমৰ উদ্বেগ প্রকাশ

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন বিত্ত মন্ত্রী পি চিদাম্বৰমে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে। কালি মুম্বাইত এখন সংবাদমেলত ভাগ লৈ শ্ৰী চিদাম্বৰমে কর্মসংস্থাপনহীনতাক ৰাজ্যখনৰ আটাইতকৈ গুৰুতৰ বিষয় বুলি অভিহিত কৰে। ঝাৰখণ্ডতো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰ...

November 17, 2024 11:52 AM

views 24

দক্ষিন আমেৰিকাৰ দেশ চুৰিনামলৈ ভাৰতৰ প্ৰায় ৪২৫ মেট্রিক টন খাদ্য শস্য আৰু অন্যান্য খাদ্য সামগ্ৰীৰ প্ৰথমটো খেপ প্ৰেৰণ

ভাৰতে দক্ষিন আমেৰিকাৰ দেশ চুৰিনামলৈ প্ৰায় ৪২৫ মেট্রিক টন খাদ্য শস্য আৰু অন্যান্য খাদ্য সামগ্ৰীৰ প্ৰথমটো খেপ প্ৰেৰণ কৰিছে। ভাৰতৰ সমাজ কল্যাণ কাৰ্যসূচীৰ অধীনত এই এই খাদ্যশস্য প্রেৰণ কৰা হৈছে। উল্লেখ্য ভাৰতে, চুৰিনামৰ সৈতে দীৰ্ঘদিনৰ পৰাই ঘনিষ্ঠ আৰু বন্ধুত্বপূর্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে।, ১৯৭৬ চনত ভাৰত...

November 17, 2024 11:46 AM

views 25

অসমত গুৱাহাটী আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰিবলৈ চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ আৰু বিতোপন বৰবৰাৰ আহ্বান

অসমত গুৱাহাটী আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰিবলৈ বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ আৰু বিতোপন বৰবৰাই আহ্বান জনাইছে। চলচ্চিত্র সমালোচকদ্বয়ে কালি এই আহ্বান জনাই কয়, যে চলচ্চিত্ৰ মহোৎসৱসমূহে ছবি নির্মাতা আৰু চিত্ৰৰসিকসকলক দেশ-বিদেশৰ বিভিন্ন ছবিৰ ৰসাস্বাদনৰ সুবিধা দিয়ে। আকাশবাণী গু...

November 17, 2024 11:38 AM

views 22

মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে ভাৰত

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। ভাৰতে প্ৰতিযোগিতাত জয়ৰ ধাৰা অব্যাহত ৰাখি কালি চীনক ৩-০ গলত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে চাৰিখন...

November 17, 2024 11:35 AM

views 44

আয়ুষ্মান বৃদ্ধ বন্দনা কার্ড প্ৰৱৰ্তনৰ তিনি সপ্তাহৰ ভিতৰত ১০ লাখৰো অধিক নাম পঞ্জীয়ন

আয়ুষ্মান বৃদ্ধ বন্দনা কার্ড প্ৰৱৰ্তনৰ তিনি সপ্তাহৰ ভিতৰত ১০ লাখৰো অধিক জ্যেষ্ঠ নাগৰিকে এই কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আয়ুষ্মান বৃদ্ধ বন্দনা কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰাসকলৰ ভিতৰত প্ৰায় ৪ লাখ মহিলা আছে। ইয়াৰ ফলত ১৪০০ গৰাকী মহিলাসহ ৭০ ব...

November 17, 2024 11:28 AM

views 25

বিদেশৰ পৰা আয় কৰা নাগৰিকৰ বাবে আয়কৰ পৰিশোধৰ অন্তিম দিন ৩১ ডিচেম্বৰ

আয়কৰ বিভাগে বিগত বিত্তীয় বৰ্ষত বিদেশৰ পৰা আয় কৰা বা বিদেশী সম্পত্তি আহৰণ কৰা ভাৰতীয় কৰ দাতা নাগৰিকৰ বাবে আয়কৰ পৰিশোধৰ অন্তিম দিন অহা ৩১ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছে। বিদেশত বেংক একাউণ্ট, অস্থাৱৰ সম্পত্তি আদি থকা ভাৰতীয় কৰদাতা নাগৰিকে আয় কৰৰ আওতাত নপৰিলেও আয়কৰৰ নির্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি জমা দি...

November 17, 2024 11:18 AM

views 18

ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছ, বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ  প্ৰচাৰ অভিযান তীব্ৰতৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন বিত্ত মন্ত্রী পি চিদাম্বৰমে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে। কালি মুম্বাইত এখন সংবাদমেলত ভাগ লৈ শ্ৰী চিদাম্বৰমে কর্মসংস্থাপনহীনতাক ৰাজ্যখনৰ আটাইতকৈ গুৰুতৰ বিষয় বুলি অভিহিত কৰে। ঝাৰখণ্ডতো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰ...