November 27, 2024 7:29 AM

views 10

যিকোনো সন্ত্রাসবাদী সংগঠনক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সুৰক্ষাক প্ৰত্যাহ্বান জনোৱা যিকোনো সন্ত্রাসবাদী সংগঠনক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ ভাৰতৰ সংকল্পৰ বিষয়ে সজোৰে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ উচ্চতম ন্যায়ালয়ত কালি সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে গণতন্ত্ৰৰ এই গুৰুত্ব...

November 26, 2024 8:03 PM

views 12

দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ আৰম্ভ

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে  দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা চক্ৰ৷ মহানগৰীৰৰ চাৰিটা স্থানত একেলগে এই আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ তৃতীয় মেৰু আৰু হিমসাগৰৰ ভৱিষ্যত বিষয় লৈ হোটেল বিভাণ্টাত শুভাৰম্ভ কৰা আলোচনা চক্ৰৰ মুকলি অনুষ্ঠানত উপস্থিত ...

November 26, 2024 7:57 PM

views 57

অৰুণোদয় ৩.০ ৰ কামৰূপ(ম) জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক

অৰুণোদয় আঁচনি ৩.০ ৰ ৰূপায়ণ সন্দৰ্ভত  আজি কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকত কৃষি ইত্যাদি বিভাগ তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে ভিডিঅ' কনফাৰেঞ্চযোগে  অংশগ্ৰহণ কৰে । বৈঠকত অ...

November 26, 2024 7:52 PM

views 14

১৫খন ৰাজ্যৰ দুৰ্যোগ প্রশমন আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে ১,১১৫ কোটিৰো অধিক টকা আবণ্টন

অসমকে ধৰি উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ লগতে দেশৰ মুঠ ১৫খন ৰাজ্যৰ দুৰ্যোগ প্রশমন আৰু সামৰ্থ্য বৃদ্ধি প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে এহেজাৰ ১১৫ কোটিৰো অধিক টকা আবণ্টনত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে এই পুঁজিৰ অনুমোদন দিয়ে। সমিতিখনে উত্তৰ-পূৰ্বাঞ্চল...

November 26, 2024 7:47 PM

views 23

অসম মন্ত্রীসভাত কেইবাটাও সিদ্ধান্তত অনুমোদন

ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱা উন্নীতকৰণৰ বাবে ১১৫ কোটি টকা আৱণ্টনত অসম মন্ত্রীসভাই অনুমোদন জনাইছে। আজি বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত হোজাই জিলাৰ সদৰ- শংকৰদেৱ নগৰৰ নাম শ্ৰীমন্ত শংকৰদেৱ নগৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ৰাজ্যৰ কৃষি বিপণন ক...

November 26, 2024 7:45 PM

views 21

ৰাজ্যত সংবিধান দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো সংবিধান দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ জনতা ভৱনৰ লোকসেৱা ভৱনত সংসদীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত সংবিধান দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দ...

November 26, 2024 7:36 PM

views 12

অনলাইন ট্রেডিং কেলেংকাৰিত জড়িত ৫ জন অভিযুক্তৰ জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অনলাইন ট্রেডিং কেলেংকাৰি গোচৰত দুজন অভিযুক্তৰ জামিন নাকচ কৰাৰ বিপৰীতে ৫ জন অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছে। ভিন ভিন পক্ষৰ অধিবক্তা, তদন্তকাৰী সংস্থা চি বি আইৰ অধিবক্তাৰ ভাষ্য গ্ৰহণৰ পাছত ন্যায়ালয়ে চন্দন নাথ আৰু শুভমজ্যোতি কুৰ্মীৰ জামিন আবেদন নাকচ কৰে। আনহাতে ন্যায়ালয়ে ...

November 26, 2024 7:32 PM

views 17

দেশজুৰি ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন

ভাৰতৰ সংবিধান গৃহীত হোৱাৰ দিনটো আজি সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে উদযাপন কৰা হৈছে। সংবিধান গৃহীত হোৱাৰ ৭৫ সংখ্যক বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আজি বছৰজোৰা উদযাপন আৰম্ভ কৰিছে। সংবিধান দিৱস উপলক্ষে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ ৰাষ্ট্...

November 26, 2024 7:29 PM

views 17

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ভাৰতৰ শ্বেত বিপ্লৱৰ জনক হিচাপে পৰিচিত ড° ভাগিজ কুৰিয়েনৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ২৬ নৱেম্বৰত এই দিৱস পালন কৰা হয়। দুগ্ধ দিৱস উপলক্ষে নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় অর্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ...

November 26, 2024 7:27 PM

views 13

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেৰ পদত্যাগ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই পদত্যাগ কৰিছে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে সিন্দেক তত্বাৱধায়ক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। একনাথ সিন্দেই উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰৰ সৈতে আজি ৰাজ্যপালক সাক্ষাৎ কৰে। মহাৰাষ্ট্ৰত বৰ্তমান বিধানসভাৰ কাৰ্যকাল আজি সামৰণি পৰিছে। বিজেপি, শি...