November 27, 2024 12:19 PM

views 22

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অষ্টম দিন

গোৱাৰ ৰাজধানী পানাজীত চলি থকা ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অষ্টম দিনা যদুমণি দত্তই পৰিচালনা কৰা জুইফুল ছবিখন প্ৰদৰ্শিত হ'ব। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবিখন ইউনেস্ক' গান্ধী মেডেলৰ কাৰণে প্ৰতিযোগিতা শিতানত অৱতীৰ্ণ হৈছে। অসম-নাগালেণ্ডৰ সীমা বিবাদৰ প্ৰেক্ষাপটত দুয়োটা সম্প্রদ...

November 27, 2024 12:13 PM

views 13

কিউ আৰ ক’ডযুক্ত নতুন পানকাৰ্ডৰ প্ৰচলনত কেন্দ্রীয় মন্ত্রীসভাৰ সিদ্ধান্ত গ্রহণ

কেন্দ্রীয় মন্ত্রীসভাই কিউ আৰ ক’ডযুক্ত নতুন পানকাৰ্ডৰ প্ৰচলনত সিদ্ধান্ত গ্রহণ কৰিছে। কৰদাতাক অধিক সুবিধা দিয়া আৰু ব্যৱসায়ীৰ কাম-কাজ সুচল কৰাৰ বাবেই মন্ত্রীসভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি মন্ত্রীসভাত এই সিদ্ধান্তৰ কথা ঘোষণা কৰি কয়, যে PAN কা...

November 27, 2024 12:06 PM

views 26

নগৰাঞ্চলৰ লোকৰ বাবে ১০ শতাংশ প্রিমিয়াম দি ভূমিৰ বন্দৱস্তিৰ সুবিধা

মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত এতিয়াৰেপৰা নগৰাঞ্চলৰ লোকে ১০ শতাংশ প্রিমিয়াম দি ভূমিৰ বন্দৱস্তি ল'ব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাই এই সিদ্ধান্ত গ্রহণ কৰে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্ত্ৰীসভাৰ এই সিদ্ধান্ত সদৰি কৰি কয়, যে গুৱাহাটী আৰু ...

November 27, 2024 11:46 AM

views 26

আই এছ এল ফুটবল প্রতিযোগিতা এখন খেলত মুম্বাই চিটী ফুটবল ক্লাবৰ বিৰুদ্ধে পাঞ্জাব ফুটবল ক্লাবৰ জয়

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ মুম্বাই ফুটবল এৰিনাত অনুষ্ঠিত এখন খেলত কালি পাঞ্জাব ফুটবল ক্লাৱে মুম্বাই চিটী ফুটবল ক্লাৱক ৩-০ গ'লত পৰাস্ত কৰে। পাঞ্জাৱৰ হৈ ইজেকুৱেল ভিডাল, লুকা মাজচেন আৰু মুছাগা বাকেংগাই এটাকৈ গ'ল দি দলৰ বিজয় নিশ্চিত কৰে। এয়া হ'ল প্ৰতিযোগিতাৰ চলিত সংস্কৰণত ঘৰুৱা মাটিত মুম্ব...

November 27, 2024 11:31 AM

views 13

ড’পিং টেষ্টৰ নমুনা অস্বীকাৰৰ বাবে বজৰং পুনিয়াক নিলম্বন

ৰাষ্ট্ৰীয় ড'পিং প্ৰতিৰোধী সংস্থা এন এ ডি এই ৰাষ্ট্ৰীয় দল বাছনি অনুশীলনৰ সময়ত যোৱা ১০ মাৰ্চত ড'পিং টেষ্টৰ বাবে নমুনা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা বজৰং পুনিয়াক ৪ বছৰৰ বাবে নিলম্বন কৰিছে। ইয়াৰ পূৰ্বে সংস্থাটোৱে ২৩ এপ্ৰিলত বজৰং পুনিয়াক সাময়িকভাৱে নিলম্বন কৰি...

November 27, 2024 11:26 AM

views 18

লেবাননত হিজবুল্লাহৰে যুদ্ধবিৰতি চুক্তিত ইজৰাইল চৰকাৰৰ অনুমোদন

ইজৰাইল চৰকাৰে লেবাননত হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনাইছে। ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৰ কাৰ্যালয়ে যোৱা নিশা এই কথা প্রকাশ কৰিছে। আমেৰিকা আৰু ফ্ৰান্সৰ উদ্যোগত হোৱা এই যুদ্ধবিৰতি চুক্তিৰ ফলত যোৱা এটা বছৰত লেবাননত প্রায় ৩ হাজাৰ ৮০০ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ উপৰি প্ৰায় ১৬ হা...

November 27, 2024 11:23 AM

views 14

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ভোটৰ সংখ্যাৰ অমিলৰ অভিযোগ খাৰিজ

মহাৰাষ্ট্ৰৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ভোটদান হোৱা মুঠ ভোট আৰু গণনা কৰা মুঠ ভোটৰ সংখ্যাৰ অমিল হোৱাৰ অভিযোগ উত্থাপন কৰা এটা অনলাইন নিউজ পৰ্টেলৰ প্রতিবেদনক নির্বাচন আয়োগে খাৰিজ কৰিছে। আয়োগে এই বাতৰিক বিভ্ৰান্তিকৰ, ভুল আৰু ভিত্তিহীন বুলি অভিহিত কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্য নির্বাচনী বিষয়াই পৰ্টেলটোৰ ...

November 27, 2024 7:39 AM

views 17

নতুন দিল্লীত দেশজোৰা বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে কালি নতুন দিল্লীত দেশজোৰা বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে বাল্যবিবাহ মুক্ত ভাৰত পোৰ্টেলো মুকলি কৰে। সজাগতা সৃষ্টি, বাল্যবিবাহ ৰোধ আৰু এনে ঘটনাৰ বিষয়ে ততালিকে জনোৱাত সহায় হোৱাকৈ এই পোৰ্টেলটো বিকশাই তো...

November 27, 2024 7:35 AM

views 24

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ চাৰিদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাত্ৰা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা ষ্টাফ কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰশিক্ষাৰ্থী বিষয়াসকলক সম্বোধি ভাষণ দিব। শ্রীমতী মুৰ্মুৱে কাইলৈ উধগমণ্ডলমস্থিত ৰাজভৱনত নীলগিৰি জিলাৰ জনজাতীয় মহিলা আত্ম- সহায়ক গোট আৰ...

November 27, 2024 7:32 AM

views 13

ডি এল চি অভিযানৰ তৃতীয় সংস্কৰণে অভিলেখ সংখ্যক ১ কোটিৰো অধিক লোকক সামৰি লৈছে : মন্ত্ৰী ড° জিতেন্দ্র সিং

পেঞ্চনাৰ আৰু বৃদ্ধ নাগৰিকৰ সুবিধাৰ বাবে প্ৰৱৰ্তন কৰা ডিজিটেল জীৱন প্ৰমাণ পত্ৰ, অৰ্থাৎ ডি এল চি অভিযানৰ তৃতীয় সংস্কৰণে অভিলেখসংখ্যক এক কোটিৰো অধিক লোকক সামৰি লৈছে। কৰ্মচাৰী, ওজৰ-আপত্তি নিস্পত্তি আৰু পেঞ্চন ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্র সিঙে এই বিষয়ে জানিবলৈ দিছে। ড০ সিঙে কয় যে এই অভিযানে জ্যেষ্ঠ নাগৰ...