November 26, 2024 7:24 PM
12
উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাৰ উদ্যোগত সংবিধান দিৱস উদযাপন
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই সক্রিয় গণতন্ত্ৰ আৰু ভূ-ৰাজনৈতিক নেতা হিচাপে দেশৰ উত্থান ঘটা বুলি আৰু এই ৰূপান্তৰত সংবিধানে সহায় কৰা বুলি মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাই আয়োজন কৰা সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে আজি এইদৰে কয়। তেওঁ লগত...